• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চিকিৎসালয় নিৰ্মাণত দুৰ্নীতি! আপৰ প্ৰাক্তন মন্ত্ৰী সৌৰভ ভৰদ্বাজৰ ঘৰত ইডিৰ অভিযান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 26, 2025 1:17 pm
17
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দুৰ্নীতিৰ অভিযোগত ইডিৰ জালত আপৰ আন এজন শীৰ্ষ নেতা। মঙলবাৰে পুৱা ইডিয়ে দিল্লীৰ প্ৰাক্তন মন্ত্ৰী সৌৰভ ভৰদ্বাজৰ ঘৰকে ধৰি ১৩টা স্থানত তালাচী আৰম্ভ কৰে। চিকিৎসালয় নিৰ্মাণত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগত তালাচী আৰম্ভ হৈছে।

জানিব পৰা মতে দিল্লীত আপ চৰকাৰৰ দিনত ২০১৮-১৯ চনত ২৪খন চিকিৎসালয় নিৰ্মাণৰ অনুমোদন দিয়া হৈছিল। কোৱা হৈছিল যে ৬ মাহৰ ভিতৰত আই চি ইউ বিচনা থকা চিকিৎসালয়সমূহ নিৰ্মাণ কৰা হ’ব। কিন্তু ইমান সময়ৰ পাছতো কাম সম্পূৰ্ণ হোৱা নাই। অৱশ্যে ৮০০ কোটিৰো অধিক খৰচ হৈছে। স্বাস্থ্য খণ্ডত ব্যাপক দুৰ্নীতিৰ অভিযোগত জুন মাহত প্ৰাক্তন মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল দুৰ্নীতি বিৰোধী শাখাই। এই গোচৰত প্ৰাক্তন স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জৈনৰ সৈতে ভৰদ্বাজৰ নাম উল্লেখ কৰা হৈছে। সেই গোচৰৰ ভিত্তিত আজি ইডিয়ে আৰম্ভ কৰিছে অনুসন্ধান অভিযান। কেন্দ্ৰীয় বাহিনীৰ জোৱানৰ লগতে ভৰদ্বাজৰ ঘৰকে ধৰি ১৩টা স্থানত অভিযান চলাই আছে।

Apply Now

ইডিৰ দাবী অনুসৰি দিল্লীত লোক নায়ক চিকিৎসালয় নিৰ্মাণৰ বাবে ৪৮৮ কোটি টকা আবণ্টন দিয়া হৈছিল। অৱশ্যে এই প্ৰকল্পৰ বাবে এই পৰ্যন্ত ১১৩৫ কোটিতকৈ অধিক ধন ব্যয় কৰা হৈছে। কিন্তু কাম সম্পূৰ্ণ হোৱা নাই। বহু ক্ষেত্ৰত দেখা গৈছে যে চিকিৎসালয়, আই চি ইউ, পলিক্লিনিক নিৰ্মাণত অযথা পলম হৈছে। প্ৰায়বোৰ প্ৰকল্প সময়মতে সম্পূৰ্ণ হোৱা নাই যদিও খৰচ শ শ কোটি টকা বৃদ্ধি পাইছে। কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৰ মতে আপ চৰকাৰৰ দিনত স্বাস্থ্য খণ্ডত ব্যাপক দুৰ্নীতি সংঘটিত হৈছে।

মন কৰিবলগীয়া যে ২০২৪ চনৰ ২২ আগষ্টত দিল্লী বিধানসভাৰ তদানীন্তন বিৰোধী দলপতি বিজেন্দৰ গুপ্তাই এই ঘটনাত এজাহাৰ দাখিল কৰিছিল। তেওঁ দাবী কৰে যে দিল্লীৰ স্বাস্থ্য খণ্ডত আপৰ নেতাসকলে ব্যাপক দুৰ্নীতি সংঘটিত কৰিছে। সত্যেন্দ্ৰ জৈন আৰু সৌৰভ ভৰদ্বাজৰ নাম তাত ওপৰলৈ উঠি আহিল। দাবী কৰা হৈছিল যে স্বাস্থ্য প্ৰকল্পৰ বাজেটত ধন আত্মসাৎ কৰাৰ চেষ্টাৰ উপৰিও কামত ব্যাপক অনিয়ম, ধনৰ অপব্যৱহাৰ, ব্যক্তিগত ঠিকাদাৰৰ ব্যৱহাৰ আদিও সংঘটিত হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

June 29, 2026 10:04 pm
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

June 29, 2026 9:44 pm
বিশ্বমঞ্চত পুনৰ সন্মানিত প্ৰধানমন্ত্ৰী মোদী : ছেচেলছ চৰকাৰে প্ৰদান কৰিলে বিশেষ ৰাষ্ট্ৰীয় সন্মান

বিশ্বমঞ্চত পুনৰ সন্মানিত প্ৰধানমন্ত্ৰী মোদী : ছেচেলছ চৰকাৰে প্ৰদান কৰিলে বিশেষ ৰাষ্ট্ৰীয় সন্মান

June 29, 2026 9:31 pm
‘অযৌক্তিক, অপেশাদাৰী’: টেনিছৰ ড’প পৰীক্ষাৰ নতুন নিয়মত ক্ষুব্ধ ২৩টা গ্ৰেণ্ড শ্লেমৰ গৰাকী ছেৰেনা উইলিয়ামছ

‘অযৌক্তিক, অপেশাদাৰী’: টেনিছৰ ড’প পৰীক্ষাৰ নতুন নিয়মত ক্ষুব্ধ ২৩টা গ্ৰেণ্ড শ্লেমৰ গৰাকী ছেৰেনা উইলিয়ামছ

June 29, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

June 29, 2026 10:04 pm
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

June 29, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd