NE NOW NEWS

এন ই নাও নিউজ ব্যুৰো :

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

ভাৰত-ম্যানমাৰৰ মাজত যুটীয়া সামৰিক অনুশীলন

ভাৰত-ম্যানমাৰৰ মাজত যুটীয়া সামৰিক অনুশীলন

চলিত মাহতে ভাৰত আৰু বাংলাদেশৰ মাজত সফলতাৰে যুটীয়া সামৰিক অনুশীলন হৈ যোৱাৰ পাছত ভাৰত-ম্যানমাৰৰ মাজতো ২০ নৱেম্বৰৰ পৰা অনুৰূপ যুটীয়া...

অগ্নি সংযোগ

কাৰ্বি আংলঙৰ ফুলনিত ভয়াৱহ অগ্নিকাণ্ড

কাৰ্বি আংলঙৰ ফুলনিত ভয়াৱহ অগ্নিকাণ্ড। চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ চৌহদত থকা তিনিখনকৈ দোকানত জুই লাগি লক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত হয়। অগ্নি নিৰ্বাপক...

৭ জানুৱাৰীত সৈনিক স্কুলৰ বাবে সৰ্বভাৰতীয় প্ৰৱেশ পৰীক্ষা

৭ জানুৱাৰীত সৈনিক স্কুলৰ বাবে সৰ্বভাৰতীয় প্ৰৱেশ পৰীক্ষা

প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ অধীনত থকা আৰু নতুন দিল্লীৰ সৈনিক স্কুল ছ’চাইটিৰ দ্বাৰা পৰিচালিত দেশৰ সৈনিক স্কুলসমূহত শিক্ষাৰ্থীৰ নাম ভৰ্তিৰ বাবে অহা...

যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰ’ব জুবিন গাৰ্গে অতিক্ৰম কৰিলে ৪৫ টা বসন্ত

যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰ’ব জুবিন গাৰ্গে অতিক্ৰম কৰিলে ৪৫ টা বসন্ত

প্ৰায় ১৬০০০ গীত পৰিৱেশন কৰা যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ’ব জুবিন গাৰ্গৰ আজি জন্মদিন। বিগত কেইবছৰমান নিজৰ জন্মদিনটো কলাগুৰু মহোৎসৱ হিচাপে পালন...

গেংটকত ছেৰেনিটি কাপ ফুটবল প্ৰতিযোগিতা : এক ব্যতিক্ৰমী প্ৰয়াস

গেংটকত ছেৰেনিটি কাপ ফুটবল প্ৰতিযোগিতা : এক ব্যতিক্ৰমী প্ৰয়াস

ছেৰেনিটি কাপ ফুটবল প্ৰতিযোগিতাৰ তৃতীয় সংস্কৰণ ২০১৭ ৰ খেলসমূহ অহা ২৩ নৱেম্বৰৰ পৰা ইয়াৰ পালজৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। পষেকজোৰা এই...

দিল্লীৰ ৰামলীলা ময়দানত কৃষক মুক্তিয়ে পালন কৰিব প্ৰতিবাদী কাৰ্য্যসূচী

দিল্লীৰ ৰামলীলা ময়দানত কৃষক মুক্তিয়ে পালন কৰিব প্ৰতিবাদী কাৰ্য্যসূচী

অহা ২০ আৰু ২১ নৱেম্বৰত দিল্লীৰ ৰামলীলা ময়দানত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কৃষক নেতা অখিল গগৈৰ মুক্তিকে ধৰি বিভিন্ন দাবীৰ...

আজি গুৱাহাটীত আই এছ এলৰ দ্বিতীয়খন খেল : নৱাগত জামছেদপুৰৰ বিৰুদ্ধে নামিব ঘৰুৱা দল নৰ্থ-ইষ্ট য়ুনাইটেড

আজি গুৱাহাটীত আই এছ এলৰ দ্বিতীয়খন খেল : নৱাগত জামছেদপুৰৰ বিৰুদ্ধে নামিব ঘৰুৱা দল নৰ্থ-ইষ্ট য়ুনাইটেড

আই এছ এলৰ চতুৰ্থটো সংস্কৰণৰ এখন খেলত আজি নৰ্থ-ইষ্ট য়ুনাইটেডে তেওঁলোকৰ গৃহ চহৰত এইবাৰৰ নতুন দল জামছেদপুৰ এফ চিৰ মুখামুখি...

আৰ্ছাদ মাদানিৰ অসমত কোনো ভিত্তি নাই : আমছু

আৰ্ছাদ মাদানিৰ অসমত কোনো ভিত্তি নাই : আমছু

কিছুমান অপশিক্তয়ে অসমত অশান্তি সৃষ্টি কৰিবলৈ আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ গোটেই প্ৰক্ৰিয়াটো বিঘ্নিত কৰাৰ চেষ্টা চলাইছে যিটো ৰাজ্যখনৰ লগতে ৰাষ্ট্ৰীয়...

বৰাক উপত্যকাৰ পৰা দক্ষিণ ভাৰতলৈ পোনপটীয়া ৰে’লসেৱাৰ কাইলৈ শুভাৰম্ভণি

বৰাক উপত্যকাৰ পৰা দক্ষিণ ভাৰতলৈ পোনপটীয়া ৰে’লসেৱাৰ কাইলৈ শুভাৰম্ভণি

বৰাকবাসীৰ বাবে সুখবৰ কঢ়িয়াই এন এফ ৰেইলৱেই এটা সূত্ৰত প্ৰকাশ কৰিছে যে কাইলৈ শিলচৰ-থিৰুৱনন্তপুৰম এক্সেপ্ৰেছ (Silchar-Thiruvanantapuram exp) নামৰ এখন ৰে'লৰ...

Page 5917 of 5919 1 5,916 5,917 5,918 5,919

Stay Connected

Recent News