• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

ভাৰতলৈ আহি আছে দুভৰিৰ যাদুকৰ : নৱেম্বৰ মাহত কেৰালাত প্ৰীতি মেচ খেলিব লিয়নেল মেছিয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 25, 2025 1:34 pm
106
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দীৰ্ঘদিনীয়া অপেক্ষা আৰু উদ্বিগ্নতাৰ অন্তত অৱশেষত ভাৰতলৈ আহিবলৈ সাজু হৈছে আৰ্জেন্টিনাৰ ফুটবল টীম। লিয়নেল মেছিৰ নেতৃত্বত ১০ নৱেম্বৰৰ পৰা ১৮ নৱেম্বৰৰ ভিতৰত ভাৰতত এখন প্ৰীতি মেচ খেলিব দলটোৱে।

এই কথা শনিবাৰে ঘোষণা কৰে আৰ্জেণ্টিনাৰ ফুটবল এছ’চিয়েশ্যনে। ইয়াৰ পূৰ্বে ২০১১ চনত কলকাতাৰ যুৱ ভাৰতী স্প’ৰ্টছ ষ্টেডিয়ামত ভেনিজুৱেলাৰ বিৰুদ্ধে এখন প্ৰীতি মেচত লিয়নেল মেছিসহ আৰ্জেণ্টিনাৰ দলটোৱে অংশগ্ৰহণ কৰিছিল।

Apply Now

জনা যায় যে এই খেলখন কেৰালাৰ তিৰুৱনন্তপুৰমৰ গ্ৰীণফিল্ড আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হ’ব পাৰে। অৱশ্যে কেৰালাৰ ক্ৰীড়া মন্ত্ৰী ভি আব্দুৰ ৰহিমে এই প্ৰীতি মেচত মেছিয়ে নিশ্চিতভাৱে খেলিব বুলি কৈছে। যদিও এই মেচৰ তাৰিখ এতিয়াও চূড়ান্ত হোৱা নাই।

সূত্ৰ অনুসৰি কেৰালাত এখন মেচ খেলিবলৈ মেছি আৰু আৰ্জেণ্টিনাৰ দলটোৱে ১৩০ কোটি টকা ল’ব। মেচৰ পূৰ্বে সম্পূৰ্ণ ধন পৰিশোধ কৰিব লাগিব আৰু ইতিমধ্যে নিয়ম অনুসৰি পৰিশোধ কৰা হৈছে।

শেহতীয়াকৈ আৰ্জেণ্টিনাৰ ফুটবল দলটোৱে আন্তঃৰাষ্ট্ৰীয় বিৰতিৰ সময়ত নিৰপেক্ষ স্থানত এখন খেল খেলিবলৈ সৰ্বাধিক ধনৰ দাবী জনাইছে।

দ্য হিন্দুৰ এক প্ৰতিবেদন অনুসৰি এই প্ৰীতি মেচখনত অষ্ট্ৰেলিয়া, চৌদি আৰব বা কাটাৰক আৰ্জেণ্টিনাৰ প্ৰতিদ্বন্দ্বী হিচাপে গণ্য কৰা হৈছে। এই মেচখনৰ আয়োজক ৰিপ’ৰ্টাৰ্ছ ব্ৰডকাষ্টিং কোম্পানীৰ এজন প্ৰতিনিধিয়ে কয় যে তেওঁলোকে ব্ৰাজিলক আৰ্জেণ্টিনাৰ প্ৰতিদ্বন্দ্বী হিচাপেও বিবেচনা কৰিছে। সকলো আলোচনাৰ পৰ্যায়ত আছে আৰু আগন্তুক এসপ্তাহৰ ভিতৰত আৰ্জেণ্টিনাৰ প্ৰতিদ্বন্দ্বীৰ সিদ্ধান্ত লোৱা হ’ব।

অৱশ্যে আন এটা সূত্ৰই দাবী কৰিছে যে আৰ্জেণ্টিনাই ফিফাৰ ৰেংকিং তালিকাত ৫০ খনৰ ভিতৰত থকা দেশৰ সৈতে প্ৰীতি মেচ খেলিব বিচাৰে। এনে ক্ষেত্ৰত তেওঁলোকে নিজৰ সম্ভাৱ্য প্ৰতিদ্বন্দ্বীসকলৰ তালিকা প্ৰেৰণ কৰিবলৈ অনুৰোধ জনাইছে আৰু সেই তালিকাৰ পৰা আৰ্জেণ্টিনাই নিজৰ প্ৰতিদ্বন্দ্বীক বাছি ল’ব।

এই প্ৰীতি মেচখনৰ উপৰিও আৰ্জেণ্টিনাৰ দলটোৱে অনুৰাগীৰ সৈতেও এক বৈঠক অনুষ্ঠিত কৰিব। এই সভা কোজিকোড বা মালাপ্পুৰমত হব পাৰে। চুক্তি অনুসৰি ৪৫ মিনিটৰ বৈঠক অনুষ্ঠিত হ’ব। এই বৈঠকত উপস্থিত থাকিব সমগ্ৰ আৰ্জেণ্টিনাৰ দল।ৰিপ’ৰ্টাৰ ব্ৰডকাষ্টিং কোম্পানীৰ এজন প্ৰতিনিধিয়ে সংবাদ মাধ্যমৰ আগত কয় যে এই প্ৰীতি মেচখনৰ মুঠ খৰচ প্ৰায় ৪০০ কোটি টকা হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

June 8, 2026 8:35 pm
মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

June 8, 2026 8:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd