• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

হিমস্খলনে ধ্বংস কৰিলে ছিয়াচেন বেছ কেম্প : ছহিদ ৩ ভাৰতীয় জোৱান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 10, 2025 11:22 am
15
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লাডাখৰ চিয়াচেন বেছ কেম্পত সংঘটিত হৈছে হিমস্খলনৰ ঘটনা। মঙলবাৰে এই ঘটনাত তিনিজন ভাৰতীয় জোৱানৰ মৃত্যু হয়। বৰ্তমান হিমস্খলনৰ স্থানত উদ্ধাৰ অভিযান চলি আছে। আৰু অধিক জোৱানক সমাধিস্থ হ’ব পাৰে বুলি আশংকা কৰা হৈছে।

সেই অঞ্চলত হিমস্খলন এক সাধাৰণ পৰিঘটনা। নিয়ন্ত্ৰণ ৰেখাৰ উত্তৰ প্ৰান্তত প্ৰায় ২০ হাজাৰ ফুট উচ্চতাত অৱস্থিত চিয়াচেন হিমবাহ। ইয়াৰ উষ্ণতা প্ৰায়ে -৬০ ডিগ্ৰী চেলছিয়াছৰ তললৈ নামি যায়। পূৰ্বৰ কেইবাটাও হিমস্খলনৰ ঘটনাত একেধৰণৰ মৃত্যুৰ বাতৰি পোৱা গৈছে।

২০২১ চনত ‘হানিফ’ উপখণ্ডৰ হিমস্খলনত দুজন জোৱান নিহত হৈছিল। ইয়াৰ পূৰ্বে ২০১৯ চনত এক বৃহৎ হিমস্খলনত চাৰিজন জোৱান আৰু দুজন পৰ্টাৰৰ মৃত্যু হৈছিল। এই হিমস্খলনে ১৮ হাজাৰ ফুট উচ্চতাত টহল দি থকা ৮ জনীয়া জোৱানৰ দল এটাক আঘাত কৰে।

২০২২ চনত অৰুণাচল প্ৰদেশৰ কামেং ছেক্টৰত হোৱা হিমস্খলনত ৭ জন জোৱান নিহত হৈছিল। ভাৰতত হিমস্খলনৰ ফলত মৃত্যু হোৱা লোকৰ এই সংখ্যা আছিল সৰ্বাধিক।

উক্ত হিমস্খলনৰ তীব্ৰতা ইমানেই বেছি আছিল যে নিৰুদ্দেশ হোৱাৰ তিনিদিন পিছতহে জোৱানসকলৰ মৃতদেহ উদ্ধাৰ হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হিন্দু গাঁৱত ১০০ মুছলমান ভোটাৰ!  বিহাৰৰ খচৰা ভোটাৰ তালিকাত পুনৰ অমিল

হিন্দু গাঁৱত ১০০ মুছলমান ভোটাৰ! বিহাৰৰ খচৰা ভোটাৰ তালিকাত পুনৰ অমিল

September 10, 2025 1:42 pm
সেনাৰ দখলত নেপাল, সমগ্ৰ দেশত কাৰ্ফিউ : জেল ভাঙি পলায়ন ১৬০০ কয়দী, সেনাৰ গুলীত নিহত ৫ জন

সেনাৰ দখলত নেপাল, সমগ্ৰ দেশত কাৰ্ফিউ : জেল ভাঙি পলায়ন ১৬০০ কয়দী, সেনাৰ গুলীত নিহত ৫ জন

September 10, 2025 1:31 pm
প্ৰায় ২৯ মাহৰ পিছত প্ৰধানমন্ত্ৰী মোদীৰ গোষ্ঠী সংঘৰ্ষত জৰ্জৰিত মণিপুৰ ভ্ৰমণক নাটক আখ্য মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ইবোবি সিঙৰ

প্ৰায় ২৯ মাহৰ পিছত প্ৰধানমন্ত্ৰী মোদীৰ গোষ্ঠী সংঘৰ্ষত জৰ্জৰিত মণিপুৰ ভ্ৰমণক নাটক আখ্য মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ইবোবি সিঙৰ

September 10, 2025 1:26 pm
২০২৯ চনত দেশৰ প্ৰধানমন্ত্ৰী হ’ব ৰাহুল গান্ধী : আত্মবিশ্বাসী কংগ্ৰেছ নেতা শিৱকুমাৰ

২০২৯ চনত দেশৰ প্ৰধানমন্ত্ৰী হ’ব ৰাহুল গান্ধী : আত্মবিশ্বাসী কংগ্ৰেছ নেতা শিৱকুমাৰ

September 10, 2025 1:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হিন্দু গাঁৱত ১০০ মুছলমান ভোটাৰ!  বিহাৰৰ খচৰা ভোটাৰ তালিকাত পুনৰ অমিল

হিন্দু গাঁৱত ১০০ মুছলমান ভোটাৰ! বিহাৰৰ খচৰা ভোটাৰ তালিকাত পুনৰ অমিল

September 10, 2025 1:42 pm
সেনাৰ দখলত নেপাল, সমগ্ৰ দেশত কাৰ্ফিউ : জেল ভাঙি পলায়ন ১৬০০ কয়দী, সেনাৰ গুলীত নিহত ৫ জন

সেনাৰ দখলত নেপাল, সমগ্ৰ দেশত কাৰ্ফিউ : জেল ভাঙি পলায়ন ১৬০০ কয়দী, সেনাৰ গুলীত নিহত ৫ জন

September 10, 2025 1:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd