• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“আৱাহন”ৰ স্ৰষ্টা ডাঃ দীননাথ শৰ্মাক স্মৰণ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 4, 2020 9:20 pm
Awahan's publisher, editor Dinanath Sarma remembered
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যুগজয়ী অসমীয়া আলোচনী “আৱাহন”ৰ স্ৰষ্টা ডাঃ দীননাথ শৰ্মাক আজি ৪২তম মৃত্যু দিৱসত শ্ৰদ্ধাঞ্জলি জনোৱা হয়।

সাংস্কৃতিক সংস্থা ‘চিৰ সেউজ’ৰ উদ্যোগত গুৱাহাটীৰ দক্ষিণ শৰণীয়াত অনুষ্ঠিত এক অনুষ্ঠানত যশস্বী কণ্ঠশিল্পী সুদক্ষিণা শৰ্মাই শহুৰেক হিচাপে ওচৰৰ পোৱা স্মৃতি ৰোমন্থন কৰে।

তেওঁ কয় যে ডাঃ দীননাথ শৰ্মা অতি কষ্টসহিষ্ণু আৰু ব্যক্তিত্বসম্পন্ন লোক আছিল। “আৱাহন” প্ৰকাশৰ কাৰণে তেওঁ যি কষ্ট কৰিছিল তাৰ তুলনা পাবলৈ নাই।

“তেওঁৰ বৰপুত্ৰ দিলীপ শৰ্মাৰ সতে হোৱা মোৰ অসবৰ্ণ বিবাহলৈ আন্তৰিকতাৰে সমৰ্থন দিছিল। মোলৈ এখন বেনাৰচী শাৰী আৰু সোণৰ আঙুঠি পঠাই দিছিল। বিয়াৰ পিছতো তেওঁৰ ব্যৱহাৰত মই মুগ্ধ হৈছিলো। তেওঁৰ আটাইকেইটি সন্তান প্ৰতিভাসম্পন্ন আছিল। স্বামী দিলীপ শৰ্মাক জ্যোতিপ্ৰসাদে জয়মতীৰ দ্বিতীয় সংস্কৰণৰ সহকাৰী সংগীত পৰিচালনাৰ দায়িত্ব দিছিল।তেওঁৰ লগতে দুই জীয়ৰী আৰতি শৰ্মা আৰু মিনতি শৰ্মাই গীত গাইছিল।আনজন পুত্ৰ দীপক শৰ্মাই আৱাহন প্ৰকাশত সহযোগ কৰিছিল।পিছত নৰৱেলৈ গৈয়ো ইংৰাজী আলোচনী উলিয়াইছিল,” সুদক্ষিণা শৰ্মাই কয়।

অনুষ্ঠানত সম্প্ৰতি অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰি থকা “আৱাহন”ৰ গ্ৰন্থৰূপৰ সম্পাদক পৰমানন্দ মজুমদাৰে দীননাথ শৰ্মা কৃতিত্ব আৰু মুক্ত চিন্তাৰ কেতবোৰ স্মৰণীয় দিশ তুলি ধৰে।

জ্যেষ্ঠ সাংবাদিক গৌতম বৰা, যশস্বী ফটোগ্ৰাফাৰ সমীৰ চৌধুৰী, সমাজকৰ্মী জয়ন্ত গগৈ, ডাঃ দীননাথ শৰ্মাৰ নাতিনী ঋজুশ্ৰী শৰ্মা মজুমদাৰ, ঋষিৰাজ শৰ্মায়ো আলোচনাত ভাগ লয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

ইউক্ৰেইনত ৰাছিয়াৰ সৰ্ববৃহৎ ড্ৰ’ন আক্ৰমণ: ক্ষতিগ্ৰস্ত হৈছে কিয়েভৰ চৰকাৰী ভৱন

ইউক্ৰেইনত ৰাছিয়াৰ সৰ্ববৃহৎ ড্ৰ’ন আক্ৰমণ: ক্ষতিগ্ৰস্ত হৈছে কিয়েভৰ চৰকাৰী ভৱন

September 7, 2025 7:51 pm
কোৰিয়াৰ ভূমিত ভাৰতীয় আৰ্চাৰৰ ঐতিহাসিক জয়: পুৰুষৰ দলে জয় কৰিলে স্বৰ্ণ

কোৰিয়াৰ ভূমিত ভাৰতীয় আৰ্চাৰৰ ঐতিহাসিক জয়: পুৰুষৰ দলে জয় কৰিলে স্বৰ্ণ

September 7, 2025 7:30 pm
বনাঞ্চল বেদখলৰ ক্ষেত্ৰত দ্বিতীয় স্থানত অসম: বেদখলকাৰীৰ কবলত ৩.৬২ লাখ হেক্টৰ ভূমি

বনাঞ্চল বেদখলৰ ক্ষেত্ৰত দ্বিতীয় স্থানত অসম: বেদখলকাৰীৰ কবলত ৩.৬২ লাখ হেক্টৰ ভূমি

September 7, 2025 6:30 pm
সাংসদ-বিধায়কসকলৰ বিৰুদ্ধে দীৰ্ঘদিনীয়া গোচৰ নিষ্পত্তিৰ বাবে পাঁচখন বিশেষ আদালত স্থাপনৰ প্ৰস্তাৱ  অসমৰ বিচাৰ বিভাগৰ

সাংসদ-বিধায়কসকলৰ বিৰুদ্ধে দীৰ্ঘদিনীয়া গোচৰ নিষ্পত্তিৰ বাবে পাঁচখন বিশেষ আদালত স্থাপনৰ প্ৰস্তাৱ  অসমৰ বিচাৰ বিভাগৰ

September 7, 2025 5:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউক্ৰেইনত ৰাছিয়াৰ সৰ্ববৃহৎ ড্ৰ’ন আক্ৰমণ: ক্ষতিগ্ৰস্ত হৈছে কিয়েভৰ চৰকাৰী ভৱন

ইউক্ৰেইনত ৰাছিয়াৰ সৰ্ববৃহৎ ড্ৰ’ন আক্ৰমণ: ক্ষতিগ্ৰস্ত হৈছে কিয়েভৰ চৰকাৰী ভৱন

September 7, 2025 7:51 pm
কোৰিয়াৰ ভূমিত ভাৰতীয় আৰ্চাৰৰ ঐতিহাসিক জয়: পুৰুষৰ দলে জয় কৰিলে স্বৰ্ণ

কোৰিয়াৰ ভূমিত ভাৰতীয় আৰ্চাৰৰ ঐতিহাসিক জয়: পুৰুষৰ দলে জয় কৰিলে স্বৰ্ণ

September 7, 2025 7:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd