• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নগাঁৱত ৰেগিং প্ৰতিৰোধ আৰু প্ৰতিকাৰ আইনৰ ওপৰত সজাগতা সভা

মিণ্টু দাস by মিণ্টু দাস
August 29, 2018 9:02 pm
Nagaon legal service
129
VIEWS
Share on FacebookShare on Twitter

নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত আজি নগাঁৱৰ আইন সেৱা প্ৰাধিকাৰীৰ সভাকক্ষত ৰেগিঙৰ ভয়াৱহতা তথা ৰেগিং প্ৰতিৰোধ আৰু প্ৰতিকাৰ আইনৰ ওপৰত এখন সজাগতা সভা অনুষ্ঠিত হয়। উক্ত সভাত নগাঁও ছোৱালী মহাবিদ্যালয়, হাতীচোং মহাবিদ্যালয়, বটদ্ৰৱা মহাবিদ্যালয় আৰু লংকা মহাবিদ্যালয়ৰ অধ্যক্ষ, প্ৰবক্তা তথা ছাত্র-ছাত্রীৰ লগতে কেইবাগৰাকী অধিবক্তা আৰু ভালেসংখ্যক স্থানীয় লোক উপস্থিত থাকে।

সজাগতা সভাৰ আদৰণী ভাষণ প্ৰদান কৰে জিলা আইন সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা প্ৰণিতা মৰাঙে। বহু সময়ত ছাত্র-ছাত্রীৰ অজ্ঞতাৰ বাবেই ৰেগিঙৰ দৰে ঘটনা সংঘটিত হয় বুলি উল্লেখ কৰি ভাষণ প্ৰসংগত তেওঁ কয় যে এনে অপসংস্কৃতিৰ দ্বাৰা একো একোগৰাকী ছাত্র-ছাত্রীৰ শিক্ষাজীৱন ধ্বংস হৈ পৰে।

তদুপৰি অধিবক্তা ক্ৰমে ৰূপালী গোস্বামী, মুকুল প্ৰসাদ বৰঠাকুৰ, শ্বাহনাজ চুলতানা উপস্থিত থাকি ৰেগিং প্ৰতিৰোধ আৰু প্ৰতিকাৰ আইন ২০০৭ আৰু এই আইনৰ অধীনত দোষী ছাত্র-ছাত্রীৰ ওপৰত হ’ব পৰা শাস্তিমূলক ব্যৱস্থা তথা ভাৰতীয় দণ্ডবিধি আইনৰ আওতাত থকা বিভিন্ন শাস্তিমূলক ব্যৱস্থা, ৰেগিং সন্দৰ্ভত ইউ জি চিৰ দ্বাৰা প্ৰনয়ণ কৰা নিয়মাৱলী তথা ৰেগিং প্ৰতিৰোধ সমিতি গঠন আৰু প্ৰক্ৰিয়াৰ ওপৰত ব্যাখ্যা দাঙি ধৰে।

আজিৰ উক্ত সজাগতা সভাত নগাঁৱৰ অতিৰিক্ত জিলা ন্যায়াধীশ অনিল শৰ্মা, ন্যায়িক দণ্ডাধীশ সুৰজিৎ বৰুৱা আৰু ন্যায়িক দণ্ডাধীশ অভিজিৎ শইকীয়াই সমল ব্যক্তি হিচাপে যোগদান কৰে।

Recent News

বিবাহ বিচ্ছেদৰ পিছত সন্তানৰ যত্নৰ বাবে চাকৰি এৰা মাতৃক জীৱিকাৰ অধিকাৰ দিলে দিল্লী উচ্চ ন্যায়ালয়ে

বিবাহ বিচ্ছেদৰ পিছত সন্তানৰ যত্নৰ বাবে চাকৰি এৰা মাতৃক জীৱিকাৰ অধিকাৰ দিলে দিল্লী উচ্চ ন্যায়ালয়ে

অসমৰ শিক্ষা ক্ষেত্ৰত নতুন সংযোজন! উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আৰম্ভ কৰিছে ৩টা নতুন ঐচ্ছিক বিষয়

অসমৰ শিক্ষা ক্ষেত্ৰত নতুন সংযোজন! উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আৰম্ভ কৰিছে ৩টা নতুন ঐচ্ছিক বিষয়

দীঘলীপুখুৰী-নুনমাটি উৰণ সেতু নিৰ্মাণৰ বাবে স্থানান্তৰিত কৰা হ’ব ৩০ৰ পৰা ৩৫ জোপা গছঃ লোকনিৰ্মাণ বিভাগে সদৰী কৰিলে তথ্য

দীঘলীপুখুৰী-নুনমাটি উৰণ সেতু নিৰ্মাণৰ বাবে স্থানান্তৰিত কৰা হ’ব ৩০ৰ পৰা ৩৫ জোপা গছঃ লোকনিৰ্মাণ বিভাগে সদৰী কৰিলে তথ্য

শত্ৰুৰ ড্ৰোনৰ অৱস্থা আকাশতে হ’ব তথৈবচ! ভাৰতৰ ‘ভাৰ্গৱস্ত্ৰ’ৰ বাবে কঁপিছে পাকিস্তান

শত্ৰুৰ ড্ৰোনৰ অৱস্থা আকাশতে হ’ব তথৈবচ! ভাৰতৰ ‘ভাৰ্গৱস্ত্ৰ’ৰ বাবে কঁপিছে পাকিস্তান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd