• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কাৰিকৰী বিজুতিৰ বাবে পুনৰ পিছুৱাই দিয়া হৈছে এক্সিয়াম-৪ উৎক্ষেপণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 11, 2025 7:56 am
1.1k
VIEWS
Share on FacebookShare on Twitter

এক্সিয়াম-৪ অভিযানৰ উৎক্ষেপণ বুধবাৰে পুনৰ, পঞ্চমবাৰৰ বাবে, স্থগিত ৰখা হৈছে। স্পেচএক্সৰ ফেলকন ৯ ৰকেটৰ কাৰিকৰী অসুবিধাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে বুলি সদৰী কৰিছে।

স্পেচএক্সে প্ৰকাশ কৰা এক বিবৃতিত কয় @Space_Station লৈ কাইলৈ হ’ব লগা ফেলকন ৯ উৎক্ষেপণ পিছুৱাই দিয়া হৈছে, যাতে ষ্টেটিক ফায়াৰ পৰীক্ষাৰ পাছত বুস্টাৰত চিনাক্ত কৰা LOx (লিকুইড অক্সিজেন) লিক মেৰামতি কৰিবলৈ দলসমূহক অধিক সময় দিয়া যায়।

গ্ৰুপ কেপ্তেইন শুক্লা হ’ব ব্যক্তিগত মহাকাশচাৰী অভিযানৰ অধীনত আই এছ এছ ভ্ৰমণ কৰা প্ৰথমজন ভাৰতীয়। এই অভিযান নাছা (NASA) আৰু ইছৰ’ (ISRO)-ৰ যৌথ সহযোগিতাত চলি আছে।

ইছৰ’ৰ অধ্যক্ষ ডঃ ভি. নাৰায়ণনে স্পষ্ট কৰই দিয়ে যে ফেলকন ৯ ৰকেটৰ বুস্টাৰ ষ্টেজৰ কাৰ্যক্ষমতা নিশ্চিত কৰিবলৈ লঞ্চ পেডত ৭ ছেকণ্ডৰ পৰীক্ষা চলোৱা হৈছিল, য’ত প্ৰপালচন বে’ত LOx লিক ধৰা পৰে। এই লিকটো মেৰামতিৰ সিদ্ধান্ত লোৱা হৈছে আৰু উৎক্ষেপণৰ পূৰ্বে সকলো প্ৰয়োজনীয় বৈধকৰণ পৰীক্ষা সম্পন্ন কৰা হ’ব বুলি জাননী দিয়া হৈছে।

এই অভিযান পূৰ্বে প্ৰতিকূল বতৰৰ বাবে ৮ জুনৰ পৰা ১০ জুনলৈ পিছুৱাই দিয়া হৈছিল। মঙলবাৰে অভিযান আৰম্ভ হোৱাৰ কথা আছিল, কিন্তু বেয়া বতৰৰ বাবে সেই দিনাও স্থগিত ৰখা হয়। বৰ্তমান নতুন উৎক্ষেপণৰ তাৰিখ নিৰ্ধাৰণ হোৱা নাই।

Recent News

গাজাৰ সন্ত্ৰাস আৰু কিছু আনুষংগিক প্ৰশ্ন…

গাজাৰ সন্ত্ৰাস আৰু কিছু আনুষংগিক প্ৰশ্ন…

গণশিল্পী ৰাজীৱ শদিয়াৰ ভূমি কেলেংকাৰীত জড়িত এজনক গ্ৰেপ্তাৰ

গণশিল্পী ৰাজীৱ শদিয়াৰ ভূমি কেলেংকাৰীত জড়িত এজনক গ্ৰেপ্তাৰ

পাকিস্তানৰ সেনা বিষয়া অসীম মুনিৰৰ আমেৰিকা ভ্ৰমণে ভাৰতত উদ্বেগৰ সৃষ্টি কৰিছে!

পাকিস্তানৰ সেনা বিষয়া অসীম মুনিৰৰ আমেৰিকা ভ্ৰমণে ভাৰতত উদ্বেগৰ সৃষ্টি কৰিছে!

দুজন প্ৰাপ্তবয়স্কৰ নিজস্ব সিদ্ধান্তত ৰাজ্যই হস্তক্ষেপ কৰিব নোৱাৰেঃ উচ্চতম ন্যায়ালৰ গুৰুত্বপূৰ্ণ ৰায়দান

দুজন প্ৰাপ্তবয়স্কৰ নিজস্ব সিদ্ধান্তত ৰাজ্যই হস্তক্ষেপ কৰিব নোৱাৰেঃ উচ্চতম ন্যায়ালৰ গুৰুত্বপূৰ্ণ ৰায়দান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd