• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, August 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বাণ থিয়েটাৰৰ উদ্যোগত পদ্মনাথ গোহাঞি বৰুৱাৰ ওপজা দিন

২৯ আঘোণ তাৰিখটোকে সাহিত্যিকজনৰ জন্মদিন হিচাপে ল’বলৈ আহ্বান

এন ই নাও নিউজ by এন ই নাও নিউজ
December 16, 2018 10:24 pm
Padmanath_Gohain_Baruah
402
VIEWS
Share on FacebookShare on Twitter

অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি সাহিত্যকাণ্ডাৰী পদ্মনাথ গোহাঞিবৰুৱাৰ ১৪৭ সংখ্যক ওপজা দিন কেন্দ্ৰীয়ভাৱে উদযাপন কৰিছে তেজপুৰৰ বাণ থিয়েটাৰে। উল্লেখযোগ্য যে সাহিত্যিকজনৰ জন্মস্থান তেজপুৰৰ কেইবাটাও অগ্ৰণী সামাজিক সংস্থাই এই ওপজা দিনৰ কাৰ্য্যসূচীটো দুদিনীয়াকৈ পাতিছে।

আন এটা মন কৰিব লগীয়া কথা যে সাহিত্যকজনৰ জন্মৰ তাৰিখক লৈ ইমান দিনে চলি থকা বিভ্ৰান্তিৰো এটা সমাধান আগ বঢ়াইছে ওপজা দিন উদযাপন সমিতিয়ে। তেজপুৰৰ কেইবাটাও অগ্ৰণী সামাজিক-সাহিত্যৰ অনুষ্ঠান-প্ৰতিষ্ঠানে আলোচনা কৰি এইটো থিৰাং কৰিছে যে সাহিত্যিকজনে তেওঁৰ লেখাৰ মাজত নিজে উল্লেখ কৰি যোৱা ২৯ আঘোণ তাৰিখটোকে সাহিত্যিকগৰাকীৰ জন্ম দিন হিচাপে প্ৰতি বছৰে পালন কৰাৰ সিদ্ধান্ত লৈছে আৰু এইটো সমগ্ৰ অসমৰ ৰাইজক গ্ৰহণ কৰিবলৈ আয়োজক সমিতিয়ে আহ্বান জনাইছে।

উল্লেখযোগ্য যে অসম সাহিত্য সভা প্ৰতিষ্ঠাত অগ্ৰণী ভূমিকা লোৱা সাহিত্যকগৰাকীয়ে সভাৰ প্ৰথমজন আসন শুৱনি কৰিছিল। ১৯১৭ চনত শিৱসাগৰত উক্ত প্ৰথম অধিৱেশনখন অনুষ্ঠিত হৈছিল।

Recent News

একাউণ্টত নূন্যতম ৫০ হাজাৰ টকা ৰাখিবই লাগিব! আইচিআইচিআই বেংকৰ নতুন নিয়ম

একাউণ্টত নূন্যতম ৫০ হাজাৰ টকা ৰাখিবই লাগিব! আইচিআইচিআই বেংকৰ নতুন নিয়ম

পেলেষ্টাইন সমৰ্থনৰ আঁৰত ইহুদী বিৰোধীতাৰ অভিযোগ! কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ক ১ বিলিয়ন ডলাৰ জৰিমনা ট্ৰাম্প প্ৰশাসনৰ

পেলেষ্টাইন সমৰ্থনৰ আঁৰত ইহুদী বিৰোধীতাৰ অভিযোগ! কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ক ১ বিলিয়ন ডলাৰ জৰিমনা ট্ৰাম্প প্ৰশাসনৰ

কমিব প্ৰদূষণৰ মাত্ৰা! ভাৰতত আৱিষ্কাৰ হৈছে প্লাষ্টিকভক্ষী বেক্টেৰিয়া আৰু ভেঁকুৰ

কমিব প্ৰদূষণৰ মাত্ৰা! ভাৰতত আৱিষ্কাৰ হৈছে প্লাষ্টিকভক্ষী বেক্টেৰিয়া আৰু ভেঁকুৰ

৫ লাখ টকাৰ প্ৰতিশ্ৰুতি দি দিলে মাত্ৰ ৫০০০ টকা! ক্ষতিপূৰণৰ নামত পীড়িতক ভেঙুচালি বিজেপিৰ

৫ লাখ টকাৰ প্ৰতিশ্ৰুতি দি দিলে মাত্ৰ ৫০০০ টকা! ক্ষতিপূৰণৰ নামত পীড়িতক ভেঙুচালি বিজেপিৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd