• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এইবাৰ মল্লযুঁজত ব্ৰঞ্জৰ পদকেৰে দেশবাসীৰ প্ৰত্যাশা পূৰণ কৰিলে বজৰং পুনিয়াই

এন ই নাও নিউজ by এন ই নাও নিউজ
August 7, 2021 5:25 pm
E8LsWQ-VoAMXnGR

বজৰং পুনিয়া।

269
VIEWS
Share on FacebookShare on Twitter

টকিঅ’ অলিম্পিকত মল্লযুঁজত ভাৰতৰ সম্ভাৱনাক তুলি ধৰিলে বজৰং পুনিয়াই।

ইয়াৰ পূৰ্বে পুৰুষৰ ফ্ৰী-ষ্টাইল মল্লযুঁজৰ ৬৫ কেজি শাখাতৰ ছেমিফাইনেলত পৰাজিত হৈ সোণ আৰু ৰূপৰপদকৰ পৰা আঁতৰিছিল পুনিয়া।

কিন্তু অৱশেষত ব্ৰঞ্জ জয় কৰি দেশবাসীৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিলে বজৰং পুনিয়াই।

ব্ৰঞ্জ পদক বাউটত বজৰঙে ৮-০ ব্যৱধানত পৰাজিত কৰে বিশ্ব চেম্পিয়নশ্বিপৰ ৰূপৰ পদক বিজয়ী কাজাখাস্তানৰ মল্লযুঁজাৰু দৌলত নিয়াজবেকভক।

কাজাখাস্তানৰ মল্লযুঁজাৰুগৰাকী বজৰঙৰ বাবে একেবাৰে অপৰিচিত নাছিল। কিয়নো দুমাহ পূৰ্বে বজৰঙে তেওঁক পৰাস্ত কৰিছিল।

অৱশ্যে, ২০১৯চনৰ বিশ্ব চেম্পিয়নশ্বিপত দৌলতৰ বিৰুদ্ধে ছেমিফাইনেলত পৰাজিত হৈছিল বজৰং।

এইবাৰ অলিম্পিকত সেই পৰাজয়ৰ মধুৰ প্ৰতিশোধ ল’লে বজৰং পুনিয়াই।

ব্ৰঞ্জ মেডেল বাউটৰ ফাৰ্ষ্ট পিৰিয়ডত ২-০ পইন্টত বজৰং আগবাঢ়ি থাকে। তেওঁ দুবাৰ এক পইন্টকৈ সংগ্ৰহ কৰে। ছেকেণ্ড পিৰিয়ডতো পইন্ট সংগ্ৰহ কৰিব নোৱাৰিলে দৌলতে। বজৰঙে ছেকেণ্ড পিৰিয়ডত আৰু ৬পইন্ট সংগ্ৰহ কৰে।

Recent News

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

শিক্ষাবিদ উদয়াদিত্য ভৰালীৰ বিয়োগত চিপিআই(এম)ৰ শোক প্ৰকাশ

শিক্ষাবিদ উদয়াদিত্য ভৰালীৰ বিয়োগত চিপিআই(এম)ৰ শোক প্ৰকাশ

সমকামী সম্পৰ্কৰ ভয়াবহ পৰিণতি! শীতল পানীয়ত বিষ মিহলাই হত্যা নাবালক সংগীক

সমকামী সম্পৰ্কৰ ভয়াবহ পৰিণতি! শীতল পানীয়ত বিষ মিহলাই হত্যা নাবালক সংগীক

ভাৰতত নিষিদ্ধ ৰয়টাৰৰ এক্স একাউণ্ট! এই সন্দৰ্ভত কি ক’লে কেন্দ্ৰীয় চৰকাৰে

ভাৰতত নিষিদ্ধ ৰয়টাৰৰ এক্স একাউণ্ট! এই সন্দৰ্ভত কি ক’লে কেন্দ্ৰীয় চৰকাৰে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd