• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আৰক্ষীৰ সন্মুখতে ডিব্ৰুগড়ত বন্ধ সমৰ্থকে বলপূৰ্বকভাৱে বন্ধ কৰিলে ব্যৱসায়িক প্ৰতিষ্ঠান

অভিক চক্ৰবৰ্তী by অভিক চক্ৰবৰ্তী
October 23, 2018 12:56 pm
IMG_20181023_102434386

ফটো : নৰ্থ-ইষ্ট নাও

594
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬’ বাতিলৰ লগতে কেইবাটাও দাবীৰ সমৰ্থনত প্ৰায় ৬০ টাকৈ জাতীয় সংগঠনে আজি আহ্বান জনোৱা ১২ ঘণ্টীয়া অসম বন্ধৰ ফলত ডিব্ৰুগড়ত উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হোৱাৰ লগতে স্তব্ধ হৈ পৰিছে স্বাভাৱিক জন-জীৱন।

বন্ধ সমৰ্থকসকলে আৰক্ষীৰ উপস্থিতিতে ডিব্ৰুগড় চহৰৰ কেইবাখনো খোলা ৰখা দোকান ভাঙি লণ্ড ভণ্ড কৰে। বন্ধ সমৰ্থকৰ এনে কাৰ্যত আৰক্ষীয়ে মৌন দৰ্শকৰ দৰে ভূমিকা গ্ৰহণ কৰাত ক্ষুব্ধ হৈ পৰিছে ব্যৱসায়ীসকল।

‘দোকান সমূহ বন্ধ ৰাখিলে আমাৰ ট্ৰেড লাইচেন্স বাতিল কৰিব বুলি জিলা প্ৰশাসনে কৈছিল। সেয়ে আমি বন্ধৰ দিনটো দোকান সমূহ খোলা ৰাখিছিলো। কিন্তু ৰাতিপুৱাতে বন্ধৰ সমৰ্থকসকলে আমাক দোকান সমূহ বন্ধ কৰিবলৈ আহ্বান জনাইছিল। ইয়াৰ এঘণ্টা মান পাছতে তেওঁলোক পুনৰ আহি আৰক্ষীৰ সন্মুখতে বলপূৰ্বকভাৱে আমাৰ দোকান সমূহ বন্ধ কৰাৰ লগতে লণ্ড ভণ্ড কৰে। আৰক্ষীয়ে নীৰৱ দৰ্শক হৈ এই সকলোবোৰ কাৰ্য চাই আছিল’। এইদৰে ডিব্ৰুগড় চহৰৰে এজন স্থানীয় ব্যৱসায়ীয়ে নৰ্থ-ইষ্ট নাওৰ আগত কয়।

তেওঁ লগতে জিলা প্ৰশাসনে ব্যৱসায়ীসকলক সুৰক্ষা দিয়াত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বুলিও অভিহিত কৰে।

ইফালে ডিব্ৰুগড় আৰক্ষীয়ে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ১০০জনৰো অধিক বন্ধ সমৰ্থকক আটক কৰি ডিব্ৰুগড় আৰক্ষী থানাত আটক কৰি ৰখা বুলি জানিব পৰা গৈছে।

Recent News

মাতৃ দিৱসৰ দিনাই গুৱাহাটীত মাতৃ সমাজক লজ্জানত কৰা ঘটনা : পৰকীয়া প্ৰেমৰ বাবেই ১০ বছৰীয়া সন্তানক হত্যা কৰি ট্ৰলীত ভৰালে মাতৃয়ে

মাতৃ দিৱসৰ দিনাই গুৱাহাটীত মাতৃ সমাজক লজ্জানত কৰা ঘটনা : পৰকীয়া প্ৰেমৰ বাবেই ১০ বছৰীয়া সন্তানক হত্যা কৰি ট্ৰলীত ভৰালে মাতৃয়ে

পুঁজিপতিক গতাবলৈ দিয়া নহ’ব দৰাবিল ভূমি : দৰাবিল চৰণীয়া পথাৰ সুৰক্ষা আহ্বায়ক সমিতিৰ প্ৰতিবাদ

পুঁজিপতিক গতাবলৈ দিয়া নহ’ব দৰাবিল ভূমি : দৰাবিল চৰণীয়া পথাৰ সুৰক্ষা আহ্বায়ক সমিতিৰ প্ৰতিবাদ

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অনাধিকাৰ প্ৰৱেশ ভৱেশৰ! নিয়ম উলংঘা কৰি ভোটগণনা কেন্দ্ৰত সোমাল ভৱেশ কলিতা

অনাধিকাৰ প্ৰৱেশ ভৱেশৰ! নিয়ম উলংঘা কৰি ভোটগণনা কেন্দ্ৰত সোমাল ভৱেশ কলিতা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd