• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 26, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Bangladesh PM Sheikh Hasina চাৰিদিনীয়া ভ্ৰমণসূচীলৈ নতুন দিল্লীত উপস্থিত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনা

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
September 5, 2022 5:19 pm
Bangladesh PM Sheikh Hasina চাৰিদিনীয়া ভ্ৰমণসূচীলৈ নতুন দিল্লীত উপস্থিত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনা
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০১৯ চনৰ অক্টোৱৰ মাহত শেষবাৰৰ বাবে ভাৰত ভ্ৰমণ কৰা বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই আজি পুৱাৰ ভাগত ঢাকাৰ পৰা পোণে পোণে আহি নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত অৱতৰণ কৰে। নতুন দিল্লীত অৱতৰণ কৰাৰ পিছতে বাংলাদেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে নিজামুদ্দিন দৰগাহ দৰ্শন কৰে।

তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীৰ সৈতে আজিয়েই এক আলোচনাত মিলিত হ’ব বুলি জানিব পৰা গৈছে। বাংলাদেশৰ বৈদেশিক দপ্তৰে প্ৰকাশ কৰা তথ্য অনুসৰি হাছিনাৰ এই ভ্ৰমণৰ সময়তে ভাৰত-বাংলাদেশ জল বণ্টন বিবাদকে ধৰি আন কেইবাটাও বিষয়ত কেইবা খনো চুক্তি স্বাক্ষৰ হ’ব।

হাছিনাই ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুকে ধৰি আন কেইবাগৰাকীও বিশিষ্ট ৰাজনীতিকক সাক্ষাৎ কৰিব। আজিৰে পৰা ৮ ছেপ্টেম্বৰলৈ হাছিনা ভাৰতত থাকিব। তেওঁ ৮ ছেপ্টেম্বৰত ৰাজস্থানৰ আজমেৰলৈ যাব বুলি জানিব পৰা গৈছে।উল্লেখ্য ভাৰতলৈ অহাৰ পূৰ্বে কালি তেওঁ এটা সংবাদ প্ৰতিষ্ঠানক এক বিশেষ সাক্ষাৎকাৰ দিছিল।

সাক্ষাৎকাৰটোত হাছিনাই ভাৰতক বিভিন্ন বিষয়কলৈ প্ৰশংসা কৰিছিল।হাছিনাই কৈছিল যে ভাৰত চৰকাৰৰ সমৰ্থনে ইউক্ৰেইনত বাংলাদেশী নাগৰিকসকলক সহায় কৰিছিল।যুদ্ধ বিধ্বস্ত ইউক্ৰইনত আবদ্ধ হৈ পৰা বাংলাদেশৰ শিক্ষাৰ্থীসকলক স্থানান্তৰ কৰাত ভাৰতে যি সহায় কৰিলে তাৰ বাবে হাছিনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰিছিল।

ভাৰত চৰকাৰৰ ভেকছিন মৈত্ৰী কাৰ্যসূচীকো প্ৰশংসা কৰি হাছিনাই কৈছিল যে এয়া প্ৰধানমন্ত্ৰী মোদীয়ে গ্ৰহণ কৰা এক অতি ফলপ্ৰসূ পদক্ষেপ আছিল।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যোৱা কেইটামান সপ্তাহত ৪ বাৰকৈ ট্ৰাম্পৰ ফোন প্ৰত্যাখান কৰিছিল মোদীয়েঃ জাৰ্মান কাকতৰ দাবী

যোৱা কেইটামান সপ্তাহত ৪ বাৰকৈ ট্ৰাম্পৰ ফোন প্ৰত্যাখান কৰিছিল মোদীয়েঃ জাৰ্মান কাকতৰ দাবী

August 26, 2025 5:14 pm
বিজেপি ১০ বছৰ ক্ষমতাত থকাৰ পিছতো অনুপ্ৰৱেশকাৰী আহিয়েই আছে  : অসম চৰকাৰক তীব্ৰ সমালোচনা গৌৰৱ গগৈৰ

বিজেপি ১০ বছৰ ক্ষমতাত থকাৰ পিছতো অনুপ্ৰৱেশকাৰী আহিয়েই আছে  : অসম চৰকাৰক তীব্ৰ সমালোচনা গৌৰৱ গগৈৰ

August 26, 2025 4:54 pm
‘আমূল গাৰ্ল’ শশী থাৰুৰৰ ভগ্নী নেকি? নেট দুনীয়াত চৰ্চা, স্পষ্টীকৰণ কোম্পানীৰ

‘আমূল গাৰ্ল’ শশী থাৰুৰৰ ভগ্নী নেকি? নেট দুনীয়াত চৰ্চা, স্পষ্টীকৰণ কোম্পানীৰ

August 26, 2025 4:21 pm
অমিত শ্বাহৰ ব্যাখ্যাত অসন্তুষ্ট! পদত্যাগ নে গৃহবন্দী কটাক্ষ বিৰোধীৰ

অমিত শ্বাহৰ ব্যাখ্যাত অসন্তুষ্ট! পদত্যাগ নে গৃহবন্দী কটাক্ষ বিৰোধীৰ

August 26, 2025 3:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যোৱা কেইটামান সপ্তাহত ৪ বাৰকৈ ট্ৰাম্পৰ ফোন প্ৰত্যাখান কৰিছিল মোদীয়েঃ জাৰ্মান কাকতৰ দাবী

যোৱা কেইটামান সপ্তাহত ৪ বাৰকৈ ট্ৰাম্পৰ ফোন প্ৰত্যাখান কৰিছিল মোদীয়েঃ জাৰ্মান কাকতৰ দাবী

August 26, 2025 5:14 pm
বিজেপি ১০ বছৰ ক্ষমতাত থকাৰ পিছতো অনুপ্ৰৱেশকাৰী আহিয়েই আছে  : অসম চৰকাৰক তীব্ৰ সমালোচনা গৌৰৱ গগৈৰ

বিজেপি ১০ বছৰ ক্ষমতাত থকাৰ পিছতো অনুপ্ৰৱেশকাৰী আহিয়েই আছে  : অসম চৰকাৰক তীব্ৰ সমালোচনা গৌৰৱ গগৈৰ

August 26, 2025 4:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd