• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অক্টোবৰত বাংলাদেশৰ প্ৰধান মন্ত্ৰীৰ ভাৰত ভ্ৰমণৰ সময়ত আলোচনাৰ মুখ্য বিষয় হ’ব এন আৰ চি!

এন ই নাও নিউজ by এন ই নাও নিউজ
September 14, 2019 9:07 am
702090-sheikh-hasina-and-narendra-modi-dna

ফাইল ফটো। উৎস: ডি এন এ

781
VIEWS
Share on FacebookShare on Twitter

বাংলাদেশৰ প্ৰধান মন্ত্ৰী শ্বেখ হাছিনাই অহা অক্টোবৰৰ ৩ তাৰিখৰ পৰা ৬ তাৰিখলৈ ভাৰত ভ্ৰমণলৈ আহিব।

ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে হাছিনাৰ আলোচনাকালত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (এন আৰ চি)ৰ পৰা নাম বাদ পৰা লোকসকলৰ প্ৰসংগত ঢাকাৰ চিন্তাৰ বিষয়টোৱে স্থান পোৱাৰ সম্ভাৱনা আছে।

বৰ্তমান কাৰ্যকালত মোদী আৰু হাছিনাৰ মাত এইখনেই হ’ব প্ৰথম বৈঠক।

২০১৮’ৰ ডিচেম্বৰত হাছিনাই নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে তৃতীয়বাৰলৈ ক্ষমতালৈ আহে। আনহাতে, মোদীয়ে যোৱা জুন মাহত দ্বিতীয়টো কাৰ্যকালৰ বাবে শাসনলৈ আহিছে।

দুয়োগৰাকী প্ৰধান মন্ত্ৰীয়ে ভাৰত-বাংলাদেশৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰিছে আৰু যৌথভাৱে কেইবাটাও প্ৰকল্প মুকলি কৰিছে।

মোদীৰ সৈতে বৈঠকত মিলিত হোৱাৰ উপৰি হাছিনাই অহা ৪ অক্টোবৰত ৱৰ্ল্ড ইক’নমিক ফৰামৰ ইণ্ডিয়া ইক’নমিক ছামিট’ত ভাষণ ৰাখিব।

আনহাতে, ভাৰতৰ সৈতে আলোচনাকালত বাংলাদেশে অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ (এন আৰ চি)ৰ পৰা বাদ পৰা লোকসকলৰ সন্দৰ্ভত তেওঁলোকৰ চিন্তাৰ বিষয়টো উত্থাপন কৰাৰ সম্ভাৱনা আছে।

ৰাজ্যখনৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে ভাৰতে বাংলাদেশক ‘ভাৰতত অবৈধভাৱে বসবাস কৰা ইয়াৰ লোকসকলক গ্ৰহণ কৰিবলৈ’ পতিয়ন নিয়াব।

ইপিনে, ভাৰতৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী এছ জয়শংকৰে যোৱা আগষ্টত তেওঁৰ প্ৰথমটো বাংলাদেশ ভ্ৰমণৰ সময়ত বাংলাদেশৰ বৈদেশিক মন্ত্ৰীগৰাকীক অসমৰ অবৈধ অনুপ্ৰৱেশকাৰী চিনাক্তকৰণ প্ৰক্ৰিয়াটো ভাৰতৰ আভ্যন্তৰীণ বিষয় বুলি কৈছিল।

বৈদেশিক মন্ত্ৰালয়ে ইতিমধ্যে স্পষ্ট কৰি দিছে যে অসমত এন আৰ চিৰ পৰা বাদ পৰা ১৯ লাখ লোকৰ ভৱিষ্যতৰ সিদ্ধান্তটো কিছু দীঘলীয়া প্ৰক্ৰিয়া হ’ব আৰু তেওঁলোকে বিদেশী ন্যায়াধীকৰণ তথা উচ্চ আদালতত আবেদন জনোৱাৰ অধিকাৰ লাভ কৰিব।

আনহাতে, বাংলাদেশৰ ফালৰ পৰা আলোচনাকালত দেশখনত থকা হাজাৰ হাজাৰ ৰোহিংগ্যা শৰণাৰ্থীক ম্যানমাৰলৈ প্ৰত্যপৰ্ণ  কৰা বিষয়টোত ভাৰকতৰ সহযোগিতা বিচৰাৰ সম্ভাৱনা আছে।

Recent News

‘দুৰ্বল জীৱ-জন্তুক সমস্যা বুলি চিহ্নিত কৰিব নোৱাৰি’: দিল্লীৰ ৰাজপথৰ কুকুৰৰ ওপৰত ছুপ্ৰীম কোৰ্টৰ আদেশক লৈ ক্ষুব্ধ ৰাহুল গান্ধী

‘দুৰ্বল জীৱ-জন্তুক সমস্যা বুলি চিহ্নিত কৰিব নোৱাৰি’: দিল্লীৰ ৰাজপথৰ কুকুৰৰ ওপৰত ছুপ্ৰীম কোৰ্টৰ আদেশক লৈ ক্ষুব্ধ ৰাহুল গান্ধী

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত উন্মোচন কৰা হ’ল অধ্যাপক গৌৰ গোপাল বণিকৰ নৱতম উপন্যাস ‘চাইলেণ্ট স্ক্ৰীম অৱ দ্য ইভিনিং স্কাই’

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত উন্মোচন কৰা হ’ল অধ্যাপক গৌৰ গোপাল বণিকৰ নৱতম উপন্যাস ‘চাইলেণ্ট স্ক্ৰীম অৱ দ্য ইভিনিং স্কাই’

নাবালিকাক ধৰ্ষণ : থানালৈ শিলগুটি নিক্ষেপ ন্যায় বিচাৰি যোৱা উন্মত্ত ৰাইজৰ

নাবালিকাক ধৰ্ষণ : থানালৈ শিলগুটি নিক্ষেপ ন্যায় বিচাৰি যোৱা উন্মত্ত ৰাইজৰ

সিদ্ধাৰ্থ বৰ্ধৰাজনৰ গোচৰত উচ্চতম ন্যায়াল্যৰ হস্তক্ষেপ! জোৰ-জবৰদস্তি ব্যৱাস্থা গ্ৰহণ কৰিব নোৱাৰিব অসম আৰক্ষীয়ে

সিদ্ধাৰ্থ বৰ্ধৰাজনৰ গোচৰত উচ্চতম ন্যায়াল্যৰ হস্তক্ষেপ! জোৰ-জবৰদস্তি ব্যৱাস্থা গ্ৰহণ কৰিব নোৱাৰিব অসম আৰক্ষীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd