• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বাংলাদেশীতকৈ আগতে ভাৰত আগমন বি টিভিৰ!

এন ই নাও নিউজ by এন ই নাও নিউজ
May 9, 2019 6:11 pm
Bangladesh TV to broadcast in India

বাংলাদেশ টে’লিভিজন।

1.1k
VIEWS
Share on FacebookShare on Twitter

অসমকে ধৰি উত্তৰ-পূববাসীক উদ্বিগ্ন কৰি ৰখা বাংলাদেশী হিন্দুৰ আগমন ভাৰতলৈ হওক নহওক, দেশত আৰম্ভ হোৱাৰ পথত বাংলাদেশ টিভিৰ সম্প্ৰচাৰ।

অহা মাহৰ পৰা ভাৰতীয়ই চাব পাৰিব বাংলাদেশ টে’লিভিজন তথা বি টিভি।

বিপৰীতে বাংলাদেশতো সম্প্ৰচাৰিত হ’ব ভাৰতৰ দূৰদর্শন।

লগতে পঢ়ক– দৰিদ্ৰ অসমীয়াক বাংলাদেশী জে’লত পচিবলৈ কিয় দিছে চৰকাৰে?

দূৰদর্শনৰ ফ্ৰী ডিশ্বৰ যোগেদি দুয়োপাৰৰ বিশেষকৈ বাংলা দর্শকে উপভোগ কৰিব পাৰিব বাংলাদেশী চেনেল দুটা।

নতুন দিল্লীত ভাৰতৰ কেন্দ্রীয় তথ্য আৰু সম্প্রচাৰ সচিব অমিত খেৰৰ সৈতে বৈঠকত এই টে’লিভিজন সংক্রান্ত বিষয়টি চূড়ান্ত হৈছে।

দুয়ো প্রতিৱেশী দেশৰ মাজত কমিউনিটি ৰে’ডিঅ’ৰ শক্তিশালী নে’টৱর্ক গঢ়াক লৈয়ো বৈঠকত আলোচনা হয়।

বৈঠকখনত বাংলাদেশৰ হাই কমিচনাৰ চৈয়দ মুৱাজ্জেম আলিৰ নেতৃত্বত এটা উচ্চ পর্যায়ৰ প্রতিনিধি দল উপস্থিত আছিল।

Recent News

অসম সীমান্ত জিলাসমূহৰ পৰা উচ্ছেদ কৰা লোকৰ আই এল পি বাতিল কৰিবলৈ আহ্বান নগা ছাত্ৰ ফেডাৰেচনৰ

অসম সীমান্ত জিলাসমূহৰ পৰা উচ্ছেদ কৰা লোকৰ আই এল পি বাতিল কৰিবলৈ আহ্বান নগা ছাত্ৰ ফেডাৰেচনৰ

জেলেনস্কিৰ সৈতে মোদীৰ টেলিফোনিক বাৰ্তালাপ : ৰাছিয়াৰ সৈতে আলোচনাৰ আশ্বাস মোদীৰ

জেলেনস্কিৰ সৈতে মোদীৰ টেলিফোনিক বাৰ্তালাপ : ৰাছিয়াৰ সৈতে আলোচনাৰ আশ্বাস মোদীৰ

সাধাৰণৰ মানুহৰ বাবে সুলভ নহয় ভাৰতৰ স্বাস্থ্য আৰু শিক্ষা ব্যৱস্থা : মোহন ভাগৱত

সাধাৰণৰ মানুহৰ বাবে সুলভ নহয় ভাৰতৰ স্বাস্থ্য আৰু শিক্ষা ব্যৱস্থা : মোহন ভাগৱত

চুলিত ধৰি টানিছে মহিলা সাংসদক : দিল্লী আাৰক্ষীৰ বিৰুদ্ধে অভিযোগ তৃণমূলৰ সাগৰিকা ঘোষৰ

চুলিত ধৰি টানিছে মহিলা সাংসদক : দিল্লী আাৰক্ষীৰ বিৰুদ্ধে অভিযোগ তৃণমূলৰ সাগৰিকা ঘোষৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd