• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিমানৰ ভিতৰতে বিমানসেৱিকাক সাৱটি ধৰি চুম্বনৰ চেষ্টা; ভাৰতত গ্ৰেপ্তাৰ বাংলাদেশী যুৱক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 8, 2023 2:49 pm
প্রতিনিধিত্বমূলক ফটো।

প্রতিনিধিত্বমূলক ফটো।

15.2k
VIEWS
Share on FacebookShare on Twitter

ভাৰতত এজন বাংলাদেশী যুৱকক মাজ আকাশতে বিমানসেৱিকাৰ সৈতে অশ্লীল আচৰণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে।

বাতৰি অনুসৰি, যুৱকজনৰ নাম মহম্মদ দুলাল। তেওঁ ওমানৰ ৰাজধানী মাস্কাটৰ পৰা ইণ্ডিয়ান ‘ভিষ্টাৰা এয়াৰলাইন্স’ৰ এখন বিমানেৰে মুম্বাই হৈ ঢাকালৈ উভতি আহিছিল। বৃহস্পতিবাৰে পুৱা বিমানখন মুম্বাইত অৱতৰণ কৰাৰ সময়তে যুৱকজনক গ্ৰেপ্তাৰ কৰে।

বিমানবন্দৰৰ সূত্ৰ অনুসৰি বুধবাৰে সন্ধিয়া মাস্কাটৰ পৰা মুম্বাইলৈ উৰা মাৰিছিল ভিষ্টাৰ এয়াৰলাইন্সৰ বিমানখন। বিমানখন মুম্বাইত অৱতৰণ কৰাৰ আধা ঘণ্টা পূৰ্বে বাংলাদেশী যুৱকজনে এগৰাকী বিমান পৰিচাৰিকাৰ প্ৰতি অশ্লীল ইংগিত দিয়ে।

লগতে পঢ়ক: মানুহৰ হৃদয়ত যাযাবৰী শিল্পীৰ ঠিকনা! সুধাকণ্ঠৰ ওপজা দিনত একাঁজলি শ্ৰদ্ধাঞ্জলি

কেৱল সেয়াই নহয়, তেওঁ নিজৰ আসনৰ পৰা থিয় হৈ বিমানসেৱিকাক সাৱটি ধৰিলে আৰু আনকি চুমা খাবলৈও চেষ্টা কৰিলে। যেতিয়া আন কেবিন ক্ৰু আৰু যাত্ৰীসকলে হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছিল, তেতিয়া তেওঁ অধিক আক্ৰমণাত্মক আচৰণ কৰিছিল।

পিছত বিমানখন অৱতৰণ কৰাৰ লগে লগে বিমানবন্দৰ কৰ্তৃপক্ষই দুলালক আটক কৰি স্থানীয় আৰক্ষীক গতাই দিয়ে।

আৰক্ষীৰ মতে, দুলালে মুম্বাইৰ পৰা আন এখন বিমানেৰে ঢাকালৈ উৰা মাৰিব লগা আছিল। গ্ৰেপ্তাৰৰ পিছত বৃহস্পতিবাৰে স্থানীয় আন্ধেৰী আদালতত তেওঁক হাজিৰ কৰোৱা হয়।

লগতে পঢ়ক: কাৰখানা স্থাপনৰ আৰ্জিৰে হাৰিয়ানাৰ মুখ্যমন্ত্ৰীৰ কাষ চাপিল মহিলা; কৰিলে চন্দ্ৰলৈ প্ৰেৰণৰ উপহাস !

ইপিনে, দুলালৰ অধিবক্তাই আদালতত দাবী কৰে যে তেওঁৰ ক্লায়েণ্ট মানসিকভাৱে অসুস্থ। ইংৰাজী আৰু হিন্দী ভালদৰে বুজি নাপায়। তেওঁ আৰু দাবী কৰে যে ভাষাৰ সঠিক বুজাবুজিৰ অভাৱ আৰু মানসিক ৰোগৰ সুবিধা লোৱাৰ বাবে তেওঁৰ ক্লায়েণ্টৰ বিৰুদ্ধে ভুৱা অভিযোগ উত্থাপন কৰা হৈছে। তেওঁক ফচোৱা হৈছে। অৱশ্যে দুলালৰ অধিবক্তাৰ এই যুক্তি নৰজিল। শুকুৰবাৰলৈ দুলালক আৰক্ষীৰ জিম্মাত ৰখাৰ নিৰ্দেশ দিয়ে আদালতে।

Recent News

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd