• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কাৰখানা স্থাপনৰ আৰ্জিৰে হাৰিয়ানাৰ মুখ্যমন্ত্ৰীৰ কাষ চাপিল মহিলা; কৰিলে চন্দ্ৰলৈ প্ৰেৰণৰ উপহাস !

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
September 8, 2023 12:44 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ্মসংস্থাপনৰ বাবে অনুৰোধ জনাই হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰলাল খট্টৰৰ কাষ চাপিছিল এগৰাকী মহিলা। খট্টৰে দিলে মহিলাগৰাকীক চন্দ্ৰযান-৪ ত উঠাই চন্দ্ৰলৈ পঠিওৱাৰ প্ৰস্তাৱ। হাৰিয়ানাৰ মুখ্যমন্ত্ৰীৰ এনে মন্তব্যৰ পিছতে বিৰোধী কংগ্ৰেছ শিবিৰে তেওঁক মানুহৰ অনুভৱ, আৱেগ আৰু অধিকাৰক উপহাস কৰাৰ অভিযোগ উত্থাপন কৰিছে।

হাৰিয়ানা চৰকাৰৰ ‘জনসংবাদ’ কাৰ্যসূচী উপলক্ষে হিছাৰ জিলাত আছিল খট্টৰ। হাৰিয়ানাৰ মুখ্যমন্ত্ৰীয়ে হাৰিয়ানাৰ সাধাৰণ জনতাৰ সৈতে ‘জনসংবাদ’ কাৰ্যসূচীত তেওঁলোকৰ সুবিধা-অসুবিধা সম্পৰ্কে বাৰ্তালাপ কৰে।

লগতে পঢ়ক: গ্ৰেণ্ড শ্লেমৰ ফাইনেল পোৱা আটাইতকৈ বয়স্ক খেলুৱৈ; ইউ এছ অ’পেনত বিশ্ব অভিলেখ ৰোহন বোপান্নাৰ

Apply Now

বৃহস্পতিবাৰে কাৰ্যসূচীত যোগদান কৰিবলৈ খট্টৰে কুলানা গাঁৱলৈ যায়। তাত উপস্থিত এগৰাকী মহিলাই হাৰিয়ানাৰ মুখ্যমন্ত্ৰীক তেওঁৰ গাঁও ভটল জাতনত এটা কাৰখানা নিৰ্মাণ কৰিবলৈ আহ্বান জনায়। তেওঁ যুক্তি দিছিল যে এই কাৰখানাটো নিৰ্মাণ কৰিলে ওচৰৰ বহু গাঁৱৰ মহিলাসকলে কৰ্মসংস্থাপন লাভ কৰিব।

ইয়াৰ প্ৰত্যুত্তৰত খট্টৰে কোৱা শুনা যায়, “অহাবাৰ চন্দ্ৰযান-৪ চন্দ্ৰলৈ পঠিওৱা হ’ব। সেই মহাকাশযানত উঠাই তালৈ পঠিয়াই দিম, এতিয়া বহক।”

শেহতীয়াকৈ সমগ্ৰ ঘটনাৰ এটা ভিডিঅ’ও পোহৰলৈ আহিছে। কংগ্ৰেছ আৰু আম আদমী পাৰ্টিয়ে বৃহস্পতিবাৰে খট্টৰক ‘চন্দ্ৰযান’ মন্তব্যক লৈ আক্ৰমণ কৰে। দুয়োটা দলৰ কেইবাজনো নেতাই হাৰিয়ানাৰ বিজেপি চৰকাৰক গৰিহণা দি ভিডিঅ’টো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে।

লগতে পঢ়ক: মানুহৰ হৃদয়ত যাযাবৰী শিল্পীৰ ঠিকনা! সুধাকণ্ঠৰ ওপজা দিনত একাঁজলি শ্ৰদ্ধাঞ্জলি

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰনদীপ সিং সুৰজেৱালাই ‘এক্স (এক্স-টুইটাৰ)’ হেণ্ডেলত ভিডিঅ’টো পোষ্ট কৰি লিখিছে, “নাৰীৰ প্ৰতি অৱজ্ঞা আৰু অসন্মান কেৱল বিজেপি আৰু আৰএছএছৰ ডিএনএত! ক্ষমতাৰ অহংকাৰত হাৰিয়ানাৰ বিজেপিৰ মুখ্যমন্ত্ৰীয়ে নিৰ্লজ্জভাৱে একেটাই নাৰী বিৰোধী মানসিকতা প্ৰদৰ্শন কৰিছে।”

"अगली बार #Chandrayaan जाएगा तो उसमें तुमको भेज देंगे।"

धिक्कार है ऐसे मुख्यमंत्री पर। जिन्हें जनता ने सेवा करने के लिए चुना था आज वही जनता का मज़ाक़ उड़ा रहे हैं।

महिला का अपराध इतना था कि उसने रोजगार के लिए फैक्ट्री मांगी

यही मांग अगर मोदी जी के अरबपति मित्रों ने अपने… pic.twitter.com/OERfbfaCGt

— AAP (@AamAadmiParty) September 7, 2023

তেওঁ লগতে মন্তব্য কৰে যে হাৰিয়ানাৰ সাধাৰণ জনতাই অতি সোনকালে বিজেপি চৰকাৰক উৎখাত কৰি গেৰুৱা শিবিৰক দিনতে “চন্দ্ৰ আৰু তৰা দেখুৱাব”।

হাৰিয়ানা কংগ্ৰেছ নেতা দিপেন্দ্ৰ সিং হুদা আৰু আপ নেতা অনুৰাগ ধানদাইও খট্টৰৰ এই মন্তব্যক তীব্ৰ গৰিহণা দিয়ে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

July 16, 2026 8:44 pm
কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

July 16, 2026 7:59 pm
খিলঞ্জীয়াৰ মাটি ৰক্ষাৰ সংকল্প: কাৰাৰুদ্ধ নেতাসকলৰ মুক্তিৰ দাবীত গুৱাহাটীত গুৰুত্বপূৰ্ণ নাগৰিক সভা

খিলঞ্জীয়াৰ মাটি ৰক্ষাৰ সংকল্প: কাৰাৰুদ্ধ নেতাসকলৰ মুক্তিৰ দাবীত গুৱাহাটীত গুৰুত্বপূৰ্ণ নাগৰিক সভা

July 16, 2026 7:43 pm
সোণম ৱাংচুকৰ অনশনৰ ১৯ দিন: ৯ কেজিতকৈও অধিক ওজন হ্ৰাস, স্বাস্থ্যৰ অৱনতিক লৈ উদ্বেগ

সোণম ৱাংচুকৰ অনশনৰ ১৯ দিন: ৯ কেজিতকৈও অধিক ওজন হ্ৰাস, স্বাস্থ্যৰ অৱনতিক লৈ উদ্বেগ

July 16, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

July 16, 2026 8:44 pm
কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

July 16, 2026 7:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd