• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুৱাহাটীত ভূমি দখলৰ অভিযোগত গ্ৰেপ্তাৰ বেংকৰ মেনেজাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 28, 2024 9:08 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

215
VIEWS
Share on FacebookShare on Twitter

মহানগৰীত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে অপৰাধমূলক ঘটনা। গুৱাহাটীত ভূমি দখলৰ অভিযোগত আৰক্ষীয়ে এজন লোকক গ্ৰেপ্তাৰ কৰিছে।

ইউকো বেংকৰ মেনেজাৰগৰাকীয়ে এগৰাকী বৃদ্ধা মহিলাক তেওঁৰ মাটিক লৈ প্ৰতাৰণা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে মহানগৰ আৰক্ষীয়ে।

শুকুৰবাৰে নিশা প্ৰভা ভট্টাচাৰ্যই দাখিল কৰা এজাহাৰৰ পিছতে শিলপুখুৰী শাখাৰ পৰিচালক প্ৰসেনজিৎ ৰায়ক গ্ৰেপ্তাৰ কৰা হয়।

লগতে পঢ়কঃ অনবদ্য ৰিয়ান! ৮টা বলত ৫ ৰান দি ৩টা উইকেট দখল; শ্ৰীলংকাৰ বিৰুদ্ধে টিম ইণ্ডিয়াৰ মসৃন জয়

ভট্টাচাৰ্যই বেংকৰ ঋণৰ বন্ধক হিচাপে দিয়া মাটিৰ নথি-পত্ৰ অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে অভিযুক্তৰ বিৰুদ্ধে।

বেংক মেনেজাৰ ৰায়ৰ বিৰুদ্ধে জালিয়াতিৰে সম্পত্তিটো নিজৰ নামলৈ হস্তান্তৰ কৰাৰ অভিযোগ উঠিছে।

অসম আৰক্ষীৰ অপৰাধ শাখাই এই গোচৰৰ তদন্ত অব্যাহত ৰাখিছে।

লগতে পঢ়কঃ নকল কৰিবলৈ নিদিয়াৰ বাবে শিক্ষাৰ্থীৰ প্ৰতিবাদ : নকলৰ বাবে দিয়া ধন ঘূৰাই বিচাৰি ধুবুৰীত হুলস্থূলীয়া পৰিৱেশ

এই কেলেংকাৰিত আন কোনো লোকো জড়িত হ’ব পাৰে বুলি সন্দেহ কৰা হৈছে।

গোটেই ঘটনাৰ অধিক তদন্ত অব্যাহত আছে। 

Recent News

৬৭ বছৰ পুৰণি বৰষুণৰ অভিলেখ ভংগ; অসমকে ধৰি বিধ্বস্ত উত্তৰ-পূবত দুদিনত ৩০ জনৰ মৃত্যু

৬৭ বছৰ পুৰণি বৰষুণৰ অভিলেখ ভংগ; অসমকে ধৰি বিধ্বস্ত উত্তৰ-পূবত দুদিনত ৩০ জনৰ মৃত্যু

সংকটৰ সময়ত সংবিধানেই দেশখনক ঐক্যবদ্ধ আৰু শক্তিশালী কৰি ৰাখে; মন্তব্য মুখ্য ন্যায়াধীশৰ

সংকটৰ সময়ত সংবিধানেই দেশখনক ঐক্যবদ্ধ আৰু শক্তিশালী কৰি ৰাখে; মন্তব্য মুখ্য ন্যায়াধীশৰ

থাইৰয়ড নিয়ন্ত্ৰণৰ বাবে উপকাৰী ৫ টা খাদ্য: পঢ়ক সবিশেষ…

থাইৰয়ড নিয়ন্ত্ৰণৰ বাবে উপকাৰী ৫ টা খাদ্য: পঢ়ক সবিশেষ…

‘শৃংখল চলিহা আৰু বীৰ লাচিত সেনাৰ ডাঙৰ মানুহৰ লগত যুদ্ধ কৰিবলৈ সাহস নাই’, কৃষক নেতা বিদ্যুৎ শইকীয়াৰ মন্তব্য

‘শৃংখল চলিহা আৰু বীৰ লাচিত সেনাৰ ডাঙৰ মানুহৰ লগত যুদ্ধ কৰিবলৈ সাহস নাই’, কৃষক নেতা বিদ্যুৎ শইকীয়াৰ মন্তব্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd