ডিচেম্বৰত কেইদিন বন্ধ থাকিব বেংক? চাওক আৰু সেইমতে সম্পূৰ্ণ কৰক বেংকৰ জৰুৰী কাম

WhatsApp-Image-2020-07-31-at-12.25.19-PM-750x375

প্ৰতিনিধিত্বমূলক ফটো।

ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই (আৰ বি আই) ডিচেম্বৰ মাহত বেংকৰ কামকাজ বন্ধ থাকিবলগীয়া দিনৰ কথা প্ৰকাশ কৰিছে।

চলিত বৰ্ষৰ অন্তিমটো মাহত মুঠ ১১দিন বেংক বন্ধ থাকিব।

আনহাতে, ৰাজ্যভেদে বেংকৰ বন্ধসমূহ সলনি হ’ব পাৰে কিয়নো সকলো বেংক প্ৰতিষ্ঠানে সকলো উৎসৱ পালন নকৰে।

ডিচেম্বৰ মাহত খ্ৰীষ্টমাছৰ বাহিৰেও আন বহুতো ৰাজ্যভেদে আঞ্চলিক বন্ধৰ দিন আছে।

ডিচেম্বৰত দ্বিতীয় শনিবাৰ আৰু চতুৰ্থ শনিবাৰ বেংকৰ নিয়মীয়া বন্ধৰ দিন হিচাপে থাকিব।

সেইদৰে, ১২ ডিচেম্বৰ দ্বিতীয় শনিবাৰ আৰু ২৬ ডিচেম্বৰ চতুৰ্থ শনিবাৰৰ বন্ধ থাকিব।

ডিচেম্বৰত বেংকৰ বন্ধৰ তালিকা :