• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ত্ৰিপুৰাত খিলঞ্জীয়াক গুলীবৰ্ষণৰ দৃষ্টান্তৰে ভোগালী বিহুত ‘থলগিৰী’ক ন আহ্বান আলফা (স্বাধীন)ৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 10, 2019 7:21 pm
Ulfa-I

আলফা (স্বাধীন)।

1.2k
VIEWS
Share on FacebookShare on Twitter

আছু আৰু নেছ’ আহ্বায়িত উত্তৰ-পূব বন্ধত চুবুৰীয়া ত্ৰিপুৰাত “খিলঞ্জীয়াক গুলীচালনা”ৰ উদাহৰণেৰে ভোগালী বিহুক কেৱল উৎসৱ উদযাপনৰ সময়ৰূপে নলৈ “ভাৰতীয় দখলদাৰি”ত্বৰ বিৰুদ্ধে একতা আৰু সমমৰ্মিতা প্ৰদৰ্শনৰ উপলক্ষ হিচাপে ল’বলৈ অসমৰ “থলগিৰী”ক আহ্বান জনাইছে আলফা (স্বাধীন)এ।

“ভাৰতীয় দখলদাৰিত্বই অসম তথা পশ্চিম দক্ষিণ পূব এছিয়াত চৰম সীমা অতিক্ৰম কৰিছে। সকলোতে দখলদাৰী বিৰোধী প্ৰতিবাদ হৈছে। এতিয়া একতা তথা সমমৰ্মিতা প্ৰদৰ্শনৰ সময়, কেৱল উৎসৱ উদযাপনৰ নহয়,” ত্ৰিপুৰাত খিলঞ্জীয়াক গুলীচালনাৰে আহত কৰাৰ উদাহৰণ দাঙি ধৰি এই আহ্বান নিষিদ্ধ সংগঠনটোৰ সভাপতি অভিজিৎ অসমৰ।

অসমবাসীৰ আদৰৰ ভোগালী বিহুৰ প্ৰাক মুহূৰ্তত সকলোলৈকে বিহুৰ ওলগ যাচি বিহুটিক কেৱল ৰং ৰহইচৰ উৎসৱ হিচাপে নলৈ “জাতীয় চেতনাৰ উন্মেষৰ উৎসৱ”ৰূপে পালন কৰিবলৈ আহ্বান জনাইছে বিদ্ৰোহী সংগঠনটোৱে।

লগতে পঢ়ক– গোহাঁইৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ: গৰজি উঠিল আলফা (স্বাঃ)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা

লগতে পঢ়ক– Video|| শিৰত ‘ৰাষ্ট্ৰদ্ৰোহ’ লৈ প্ৰথম প্ৰতিক্ৰিয়া ৮০ বছৰীয়া হীৰেন গোহাঁইৰ

“বিজতৰীয়া ভাৰতীয় সংস্কৃতিৰ সলনি গণচেতনাৰ উন্মেষকাৰী গীত-নৃত্যৰ মাজেৰে অসমৰ সমূহ প্ৰতিবাদী আৰু সংগ্ৰামী জনতাৰ মনোবল বৃদ্ধি কৰাতো এইবাৰ ভোগালীয়েই হওক অফুৰন্ত প্ৰেৰণাৰ উৎস,’’ আশা আলফা (স্বাঃ)ৰ।

Recent News

“পাকিস্তানক আক্ৰমণৰ আগতীয়া খবৰ দি দেশৰ কিমান ক্ষতি হ’ল?” : বৈদেশিক মন্ত্ৰীক প্ৰশ্ন ৰাহুল গান্ধীৰ

“পাকিস্তানক আক্ৰমণৰ আগতীয়া খবৰ দি দেশৰ কিমান ক্ষতি হ’ল?” : বৈদেশিক মন্ত্ৰীক প্ৰশ্ন ৰাহুল গান্ধীৰ

অপাৰেচন সিন্দূৰৰ বিষয়ে ছ’চিয়েল মিডিয়াত পোষ্ট কৰাৰ বাবে গ্ৰেপ্তাৰ অধ্যাপকৰ আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

অপাৰেচন সিন্দূৰৰ বিষয়ে ছ’চিয়েল মিডিয়াত পোষ্ট কৰাৰ বাবে গ্ৰেপ্তাৰ অধ্যাপকৰ আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

কৰ্ণেল ছ’ফিয়া কুৰেশীক লৈ কুমন্তব্য কৰি বিপদত বিজেপি মন্ত্ৰী বিজয় শ্বাহ : বিশেষ তদন্তকাৰী দল গঠনৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

কৰ্ণেল ছ’ফিয়া কুৰেশীক লৈ কুমন্তব্য কৰি বিপদত বিজেপি মন্ত্ৰী বিজয় শ্বাহ : বিশেষ তদন্তকাৰী দল গঠনৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

অনিশ্চয়তাত এছিয়া কাপ ২০২৫: প্ৰতিযোগিতা প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত বিচিচিআইৰ

অনিশ্চয়তাত এছিয়া কাপ ২০২৫: প্ৰতিযোগিতা প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত বিচিচিআইৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd