• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

Video|| শিৰত ‘ৰাষ্ট্ৰদ্ৰোহ’ লৈ প্ৰথম প্ৰতিক্ৰিয়া ৮০ বছৰীয়া হীৰেন গোহাঁইৰ

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , January 11, 2019 12:10 pm

1 min read

653
VIEWS
Share on FacebookShare on Twitter

ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু হোৱাৰ পিছতে বৃহস্পতিবাৰে নৰ্থ ইষ্ট নাও-ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে হীৰেন গোহাঁয়ে।

বৰ্ষীয়ান বুদ্ধিজীৱীগৰাকীৰ লগতে অখিল গগৈ আৰু মনজিত মহন্তৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ১২০ (বি)/২১২/১২৩/১২৪ (A) ধাৰাৰ অধীনত লতাশিল আৰক্ষীয়ে নিজাববীয়াকৈ (suo moto) ৰুজু কৰিছে এই গোচৰ (নং ১৫/২০১৯)।

বুদ্ধিজীৱীগৰাকীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু কৰাক লৈ ইতিমধ্যে আছু, আলফা (স্বাধীন), কৃষক মুক্তি সংগ্ৰাম সমিতি, কংগ্ৰেছ, অগপকে ধৰি বিভিন্ন দল-সংগঠন-ব্যক্তিৰ তীব্ৰ সমালোচনাৰ মুখত পৰিছে সৰ্বানন্দ সোণোৱাল চৰকাৰ।

লগতে পঢ়ক– ড০ গোহাঁইৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ: গৰজি উঠিল আলফা(স্বাঃ)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা

লগতে পঢ়ক– বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁইৰ বিৰুদ্ধে লতাশিল থানাত ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু

বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে উত্থাপন কৰা বিতৰ্কিত নাগৰিকত্ব বিধেয়ক বিৰোধিতাৰে গুৱাহাটীত যোৱা ৭ জানুৱাৰিত আয়োজিত এক প্ৰতিবাদী সভাত কৰা মন্তব্যৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিছে আৰক্ষীয়ে।

বিক্ষোভ নিয়ন্ত্ৰণৰ বাবে ইতিমধ্যে গুৱাহাটীত ১৪৪ ধাৰা জাৰি কৰা হৈছে। গুৱাহাটীৰ বশিষ্ঠ, দিচপুৰ, ভঙাগড় আৰু হাতীগাওঁ থানা এলেকাত এই ধাৰা জাৰি কৰি নিষিদ্ধ কৰা হৈছে ৫ জনতকৈ অধিক লোকৰ সমাৱেশ।

Recent News

VideoCapture_20210123-074110

পুৰণিগুদামত নিশা দুৰ্ঘটনাগ্ৰস্ত তীৰ্থযাত্ৰীৰ বাছ; আহত প্ৰায় কুৰি জনৰো অধিক তীৰ্থযাত্ৰী

Rhino-horn-1140x570

ধুবুৰী আৰক্ষীৰ অভিযানত জব্দ গঁড়ৰ খৰ্গ; চাৰিজনক গ্ৰেপ্তাৰ

IMG-20210122-WA0032

একেৰাহে চতুৰ্থবাৰলৈ আছুৰ দখলত টীয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা

Rameswar Telly

দেশত স্থাপন হ’ব ২ লাখ ফুড প্ৰচেছিং ক্ষুদ্ৰ উদ্যোগ; অসমত কিমান? ক’লে কেন্দ্ৰীয় মন্ত্ৰী তেলীয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd