• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আৰক্ষী, অৰ্ধ সামৰিক বাহিনীৰে সজ্জিত প্ৰশাসনে উচ্ছেদ কৰিলে মাত্ৰ তিনিটা ঘৰ; ধৰ্মভিত্তিক বৈষম্যৰ অভিযোগ

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
October 26, 2018 8:25 pm
২৬ অক্টোবৰত বৰপেটাৰ গণককুছি পথাৰত জিলা প্ৰশাসনে চলোৱা উচ্ছেদ অভিযান। ফাইল ফটো

২৬ অক্টোবৰত বৰপেটাৰ গণককুছি পথাৰত জিলা প্ৰশাসনে চলোৱা উচ্ছেদ অভিযান। ফাইল ফটো

849
VIEWS
Share on FacebookShare on Twitter

বৰপেটাৰ গণককুছি পথাৰত আজি জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলাই তিনিটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভাঙি পেলায়।

জানিব পৰা মতে যোৱা ২৩ অক্টোবৰত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৰপেটাৰ পাটবাউসী সত্ৰ ভ্ৰমণৰ সময়ত ৰাইজে মুখ্য মন্ত্ৰী গৰাকীক গণককুছি পথাৰৰ অবৈধ বেদখলৰ বিষয়টো অৱগত কৰে।

তাৰ পিছতে মুখ্য মন্ত্ৰী গৰাকীয়ে গণককুছি পথাৰৰ বেদখলৰ বুজ লৈ জিলা উপায়ুক্তক বেদখল উচ্ছেদ কৰাৰ বাবে মৌখিকভাৱে নিৰ্দেশ দিয়ে।

এই নিৰ্দেশৰ ভিত্তিতে আজি জিলা প্ৰশাসনে উক্ত অঞ্চলত উচ্ছেদ অভিযান চলায়। আৰক্ষী, অৰ্ধসামৰিক বাহিনীৰ সহযোগত চলা এই উচ্ছেদ অভিযানত তিনিটা পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভাঙি পেলায়।

আনহাতে এই উচ্ছেদ ধৰ্মৰ ভিত্তিত হোৱা বুলি উচ্ছেদিত পৰিয়ালে নৰ্থ ইষ্ট নাওৰ প্ৰতিবেদকৰ আগত অভিযোগ কৰে।

পৰিয়ালকেইটাই অভিযোগ কৰা মতে জিলা প্ৰশাসনে মাত্ৰ সংখ্যালঘু লোকৰ তিনিটা পৰিয়ালৰ লোকৰ ঘৰ ভাঙি আন ধৰ্মৰ লোকক উচ্ছেদ কৰাৰ পৰিৱৰ্তে মাত্ৰ উচ্ছেদৰ জাননী দিয়ে দায়িত্ব সামৰে।

আনহাতে একাংশ স্থানীয় ৰাইজে আটাইবোৰ অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলাবলৈ জিলা প্ৰশাসনক দাবী জনাইছে।

Recent News

ধ্বংশৰ গৰাহলৈ গতি কৰিছে মানৱ জীৱন! ডিম্বাণু আৰু শুক্ৰাণুতো পোৱা গৈছে মাইক্ৰ’প্লাষ্টিকৰ উপস্থিতি

ধ্বংশৰ গৰাহলৈ গতি কৰিছে মানৱ জীৱন! ডিম্বাণু আৰু শুক্ৰাণুতো পোৱা গৈছে মাইক্ৰ’প্লাষ্টিকৰ উপস্থিতি

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd