• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শ্ৰীমন্ত শংকৰদেৱৰ অনুপম সৃষ্টি বৃন্দাৱনী বস্ত্ৰ দ্বিতীয়খন হ’ব নোৱাৰে : বৰপেটা সত্ৰৰ ঘোষণা

পুলেন্দ্র দাস by পুলেন্দ্র দাস
June 20, 2019 4:22 pm
index সংবাদ মেল

বৃন্দাৱনী বস্ত্ৰৰ পুনৰ্নিমাণ সন্দৰ্ভত বৃহস্পতিবাৰে স্থিতি স্পষ্ট কৰিলে বৰপেটা সত্ৰই। ফটো : নৰ্থইষ্ট নাও

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনুপম সৃষ্টি বৃন্দাৱনী বস্ত্ৰৰ দ্বিতীয়খন হ’ব নোৱাৰে৷” এই ঘোষণা ৰাজ্যৰ বন্দনীয় থান বৰপেটা সত্ৰৰ ৷ বৰপেটা সত্ৰত আজি অনুষ্ঠিত এক সংবাদমেলত এই ঘোষণা কৰে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাই।

বৰপেটা সত্ৰৰ নিত্য প্ৰসংগৰ পাছত কালি অনুষ্ঠিত হোৱা বৈঠকী সমূহৰ সিদ্ধান্তৰ কথা সংবাদ মেলত সদৰী কৰি বুঢ়াসত্ৰীয়া গৰাকীয়ে কয়-“মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ চিন্ত,মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ পৰিচালনা আৰু সুদক্ষ তাঁতী গোপাল তাঁতীৰ আধ্যাত্মিক শিল্প কৰ্মৰ ফচল হল বৃন্দাৱনী বস্ত্ৰ ৷ এই বৃন্দাৱনী বস্ত্ৰৰ লগত বৰপেটা সত্ৰৰ ঐতিহ্য ,পৰম্পৰা আৰু মৰ্যাদাৰ ছশ বছৰীয়া সম্পৰ্ক ৰক্ষিত হৈ আছে ৷ সেয়েহে  বৰপেটা সত্ৰই কোনো সত্ৰ বা অনুষ্ঠানক কেতিয়াও বৃন্দাৱনী বস্ত্ৰ বোৱাৰ আজ্ঞা প্ৰদান নকৰে।”

উল্লেখ্য যে, মাজুলীৰ দক্ষিণপাট সত্ৰই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অনুপম সৃষ্টি বৃন্দাৱনী বস্ত্ৰৰ আৰ্হিত এখন বৃন্দাৱনী বস্ত্ৰ ব’বলৈ প্ৰয়াস কৰি যাৱতীয় প্ৰস্তুতি চলোৱাত বৰপেটা সত্ৰই এনেদৰে তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহা প্ৰতিভাৰ অপূৰ্ব সৃষ্টি বৃন্দাৱনী বস্ত্ৰ প্ৰাচীন অসমৰ উন্নত বয়ন শিল্পৰো বিশিষ্ট নিদৰ্শন ৷ শ্ৰীমন্ত শংকৰদেৱে গোপাল তাঁতী প্ৰমুখ্যে তাহানিৰ তাঁতীকুছি নামৰ বৰপেটাৰ তাঁতীসকলৰ সহায়-সহযোগত এই আপুৰুগীয়া বস্ত্ৰ নিৰ্মাণ কৰি উলিয়ায় ৷ এই গোপাল তাঁতীকেই পিছত মাধৱদেৱে বৰপেটা সত্ৰৰ  সত্ৰাধিকাৰ পদত অধিষ্ঠিত কৰে৷

ছয়কুৰি হাত দীঘল আৰু তিনিকুৰি হাত পুতল বৃন্দাৱনী বস্ত্ৰৰ জোখৰ আৰ্হি মতেই বৰপেটা সত্ৰৰ কীৰ্তন ঘৰৰ দীঘ-প্ৰস্থ লোৱা হৈছে ৷ এই অপূৰ্ব অনন্য বৃন্দাৱনী বস্ত্ৰখন চকুৰ সন্মুখত নাথাকিলেও সত্ৰনগৰী বৰপেটাবাসীৰ লগতে মহাপুৰুষ গুৰুদুজনাৰ আদৰ্শত বিশ্বাসী লোকসকলে বস্ত্ৰখনক সেৱাৰ বস্তু হিচাপে মান্যতা দি আহিছে ৷

সংবাদমেলত বৰপেটা সত্ৰৰ সম্পাদক প্ৰভাত দাস, প্ৰাক্তন সম্পাদক মহানন্দ পাঠক,সত্ৰৰ মুখ্য পাঠক গৌতম পাঠক, মহাপুৰুষীয়া ধৰ্ম সংস্কৃতিৰ গৱেষক ড°বাবুল চন্দ্ৰ দাস প্ৰমুখ্যে সত্ৰ পৰিচালনা সমিতিৰ কেবাগৰাকীও সদস্য উপস্থিত থাকে।

পুলেন্দ্র দাস

পুলেন্দ্র দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এইবাৰ ‘হাইড্ৰ’জেন বোমা ফুটালে ৰাহুলে গান্ধীয়েঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে ৰক্ষণাবেক্ষণ দিছে ভোট চোৰক!

এইবাৰ ‘হাইড্ৰ’জেন বোমা ফুটালে ৰাহুলে গান্ধীয়েঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে ৰক্ষণাবেক্ষণ দিছে ভোট চোৰক!

September 18, 2025 11:10 am
৭৫ বছৰ বয়সত মোদী, অৱসৰৰ জল্পনা-কল্পনা পুনৰ বাতৰিত! কি চলিছে বিজেপিৰ অভ্যন্তৰত?

৭৫ বছৰ বয়সত মোদী, অৱসৰৰ জল্পনা-কল্পনা পুনৰ বাতৰিত! কি চলিছে বিজেপিৰ অভ্যন্তৰত?

September 18, 2025 10:46 am
চৰম বিপৰ্যয়! গাজা চহৰত খাদ্য আৰু ইন্ধনৰ নাটনিৰ সতৰ্কবাণী ৰাষ্ট্ৰসংঘৰ

চৰম বিপৰ্যয়! গাজা চহৰত খাদ্য আৰু ইন্ধনৰ নাটনিৰ সতৰ্কবাণী ৰাষ্ট্ৰসংঘৰ

September 18, 2025 10:16 am
গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

September 18, 2025 9:07 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এইবাৰ ‘হাইড্ৰ’জেন বোমা ফুটালে ৰাহুলে গান্ধীয়েঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে ৰক্ষণাবেক্ষণ দিছে ভোট চোৰক!

এইবাৰ ‘হাইড্ৰ’জেন বোমা ফুটালে ৰাহুলে গান্ধীয়েঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে ৰক্ষণাবেক্ষণ দিছে ভোট চোৰক!

September 18, 2025 11:10 am
৭৫ বছৰ বয়সত মোদী, অৱসৰৰ জল্পনা-কল্পনা পুনৰ বাতৰিত! কি চলিছে বিজেপিৰ অভ্যন্তৰত?

৭৫ বছৰ বয়সত মোদী, অৱসৰৰ জল্পনা-কল্পনা পুনৰ বাতৰিত! কি চলিছে বিজেপিৰ অভ্যন্তৰত?

September 18, 2025 10:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd