• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জাতিধ্বংসী বিধেয়ক প্ৰতিৰোধৰ অন্তিম প্ৰয়াস: নতুন দিল্লীত উপস্থিত উত্তৰ-পূবৰ জাতীয় দল-সংগঠন

এন ই নাও নিউজ by এন ই নাও নিউজ
February 11, 2019 10:02 am
NPIC-201887204936

ফাইল ফটো

806
VIEWS
Share on FacebookShare on Twitter

বিজেপি নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ গৃহীত কৰাবলৈ দৃঢ় পদক্ষেপ গ্ৰহণ কৰাৰ পাছত উদ্বিগ্ন হৈ পৰা উত্তৰ-পূৰ্বাঞ্চলৰ জাতীয় দল-সংগঠনসমূহ গৈ নতুন দিল্লীত উপস্থিত হৈছেহি।

ইতিমধ্যে আছু, নেছ’ কৃষক মুক্তি, অসম গণ পৰিষদৰ প্ৰতিনিধিয়ে নতুন দিল্লীত বাহৰ পাতি থকাৰ সমান্তৰালকৈ কংগ্ৰেছ আৰু বিজেপিয়েও নিজৰ ৰাজনৈতিক লক্ষ্যৰে বিধেয়কখনকলৈ ৰণকৌশলত ব্যস্ত হৈ পৰিছে।

অসম বিধানসভাৰ বিৰোধী দলপতি দেবব্ৰত শইকীয়াই কংগ্ৰেছে ৰাজ্যসভাত বিৰোধীক ঐক্যবদ্ধ কৰি নেতৃত্ব দিয়াৰ প্ৰস্তুতি চলোৱাৰ কথা জানিবলৈ দি প্ৰয়োজনত সদন বন্ধ কৰি তোলাৰো সম্ভাৱনা ব্যক্ত কৰে।

উল্লেখযোগ্য যে শনিবাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটীত ৰাজ্যখনত চলি থকা প্ৰবল প্ৰতিবাদকো আওকান কৰি চলিত ৰাজ্যসভাৰ অধিৱেশনতে বিধেয়কখন গৃহীত কৰাৰ বাবে দলৰ দৃঢ় সংকল্পৰ কথা ঘোষণা কৰিছিল।

কংগ্ৰেছে এনডিএৰ দুই সহযোগী দল শিৱসেনা আৰু জনতা দল(ইউ)ৰ সমৰ্থনত ৰাজ্যসভাত বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ বিপৰীতে বিজেপিয়ে পৰিস্থিতিৰ সুযোগ গ্ৰহণ কৰি মৌখিক ভোটত সদনত বিধেয়কখন গৃহীত কৰাৰ প্ৰচেষ্টা চলাব।

ইপিনে, নেছ’ আৰু আছুৰ প্ৰতিনিধিয়ে সমাজবাদী আৰু বহুজন সমাজবাদী পাৰ্টিৰ সমৰ্থন আদায়ৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। তদুপৰি, শাসকীয় দলৰ কেইগৰাকীমান অসন্তুষ্ট নেতাৰ সৈতেও তেওঁলোকে সম্পৰ্ক ৰক্ষা কৰি চলিছে।

বৰ্তমান বিশেষ একো নঘটিলে বিধেয়কখন আইনত পৰিণত হোৱাটো নিশ্চিত হৈ পৰিছে আৰু সেয়ে হ’লে আদালতৰ দ্বাৰস্থ হোৱাৰ বাহিৰে আন কোনো উপায় নাথাকিব। এতিয়া ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকাত বিধেয়কখনৰ বিষয়টো ৰখা হ’বনে নাই সেয়া আজি স্পষ্ট হৈ পৰিব। আজি আৰু কাইলৈ ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ওপৰত আলোচনা চলাৰ পাছত সদনৰ শেষ দিনটোত পৰি থকা বিধেয়কসমূহ উত্থাপন কৰিব।

Recent News

‘আধিপত্য বিস্তাৰত আমেৰিকাৰ নব্য ঔপনিৱেশিকতাবাদ’; শুল্ক যুদ্ধত আমেৰিকাৰ ভাবুকিৰ প্ৰতিক্ৰিয়া ৰাছিয়াৰ

‘আধিপত্য বিস্তাৰত আমেৰিকাৰ নব্য ঔপনিৱেশিকতাবাদ’; শুল্ক যুদ্ধত আমেৰিকাৰ ভাবুকিৰ প্ৰতিক্ৰিয়া ৰাছিয়াৰ

স্বাধীনতা দিৱসৰ পূৰ্বে লালকিল্লাত ‘বোমা’! নিৰাপত্তাৰ গাফিলতিৰ বাবে নিলম্বিত ৭ আৰক্ষী

স্বাধীনতা দিৱসৰ পূৰ্বে লালকিল্লাত ‘বোমা’! নিৰাপত্তাৰ গাফিলতিৰ বাবে নিলম্বিত ৭ আৰক্ষী

‘সেনা-জোৱানসকলেতো ৱৰ্কলোডৰ অভিযোগ নকৰে’, অ’ভেলত জয়ৰ পিছত গাভাস্কাৰৰ ইংগিতপূৰ্ণ মন্তব্য

‘সেনা-জোৱানসকলেতো ৱৰ্কলোডৰ অভিযোগ নকৰে’, অ’ভেলত জয়ৰ পিছত গাভাস্কাৰৰ ইংগিতপূৰ্ণ মন্তব্য

জীৱিত পিতৃক ‘মৃত’ দেখুৱাই ২ লাখ টকাত বিক্ৰী মাটি! জিলা দণ্ডাধীশৰ দ্বাৰস্থ ৯০ বছৰীয়া ব্যক্তি

জীৱিত পিতৃক ‘মৃত’ দেখুৱাই ২ লাখ টকাত বিক্ৰী মাটি! জিলা দণ্ডাধীশৰ দ্বাৰস্থ ৯০ বছৰীয়া ব্যক্তি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd