• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জাতিধ্বংসী বিধেয়ক প্ৰতিৰোধৰ অন্তিম প্ৰয়াস: নতুন দিল্লীত উপস্থিত উত্তৰ-পূবৰ জাতীয় দল-সংগঠন

এন ই নাও নিউজ by এন ই নাও নিউজ
February 11, 2019 10:02 am
NPIC-201887204936

ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপি নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ গৃহীত কৰাবলৈ দৃঢ় পদক্ষেপ গ্ৰহণ কৰাৰ পাছত উদ্বিগ্ন হৈ পৰা উত্তৰ-পূৰ্বাঞ্চলৰ জাতীয় দল-সংগঠনসমূহ গৈ নতুন দিল্লীত উপস্থিত হৈছেহি।

ইতিমধ্যে আছু, নেছ’ কৃষক মুক্তি, অসম গণ পৰিষদৰ প্ৰতিনিধিয়ে নতুন দিল্লীত বাহৰ পাতি থকাৰ সমান্তৰালকৈ কংগ্ৰেছ আৰু বিজেপিয়েও নিজৰ ৰাজনৈতিক লক্ষ্যৰে বিধেয়কখনকলৈ ৰণকৌশলত ব্যস্ত হৈ পৰিছে।

Apply Now

অসম বিধানসভাৰ বিৰোধী দলপতি দেবব্ৰত শইকীয়াই কংগ্ৰেছে ৰাজ্যসভাত বিৰোধীক ঐক্যবদ্ধ কৰি নেতৃত্ব দিয়াৰ প্ৰস্তুতি চলোৱাৰ কথা জানিবলৈ দি প্ৰয়োজনত সদন বন্ধ কৰি তোলাৰো সম্ভাৱনা ব্যক্ত কৰে।

উল্লেখযোগ্য যে শনিবাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটীত ৰাজ্যখনত চলি থকা প্ৰবল প্ৰতিবাদকো আওকান কৰি চলিত ৰাজ্যসভাৰ অধিৱেশনতে বিধেয়কখন গৃহীত কৰাৰ বাবে দলৰ দৃঢ় সংকল্পৰ কথা ঘোষণা কৰিছিল।

কংগ্ৰেছে এনডিএৰ দুই সহযোগী দল শিৱসেনা আৰু জনতা দল(ইউ)ৰ সমৰ্থনত ৰাজ্যসভাত বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ বিপৰীতে বিজেপিয়ে পৰিস্থিতিৰ সুযোগ গ্ৰহণ কৰি মৌখিক ভোটত সদনত বিধেয়কখন গৃহীত কৰাৰ প্ৰচেষ্টা চলাব।

ইপিনে, নেছ’ আৰু আছুৰ প্ৰতিনিধিয়ে সমাজবাদী আৰু বহুজন সমাজবাদী পাৰ্টিৰ সমৰ্থন আদায়ৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। তদুপৰি, শাসকীয় দলৰ কেইগৰাকীমান অসন্তুষ্ট নেতাৰ সৈতেও তেওঁলোকে সম্পৰ্ক ৰক্ষা কৰি চলিছে।

বৰ্তমান বিশেষ একো নঘটিলে বিধেয়কখন আইনত পৰিণত হোৱাটো নিশ্চিত হৈ পৰিছে আৰু সেয়ে হ’লে আদালতৰ দ্বাৰস্থ হোৱাৰ বাহিৰে আন কোনো উপায় নাথাকিব। এতিয়া ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকাত বিধেয়কখনৰ বিষয়টো ৰখা হ’বনে নাই সেয়া আজি স্পষ্ট হৈ পৰিব। আজি আৰু কাইলৈ ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ওপৰত আলোচনা চলাৰ পাছত সদনৰ শেষ দিনটোত পৰি থকা বিধেয়কসমূহ উত্থাপন কৰিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd