• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৰোনাৰ আতংক! : বাতিল কৰা হ’ল ঐতিহ্যসম্পন্ন বেলতলা বহাগী উৎসৱ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 17, 2021 3:53 pm
index.jpgc
304
VIEWS
Share on FacebookShare on Twitter

কোভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বেলতলা বহাগী উৎসৱ বাতিল কৰা হৈছে। এক সংবাদ মেল যোগে এই কথা জনাইছে বেলতলা বহাগী উৎসৱ সমিতিয়ে।

উল্লেখ্য যে অহা ২৩, ২৪ আৰু ২৫ এপ্ৰিলত অনুষ্ঠিত হোৱাৰ কথা আছিল এই ৪৩সংখ্যক বহাগী উৎসৱ।

অসমত কোভিডৰ সংক্ৰমণে ভয়াবহ ৰূপ ধাৰণ কৰাৰ বাবে এই সিদ্ধান্ত লয় বিহু উদযাপন সমিতিয়ে। বেলতলাস্থিত পুবেৰুণ সংঘ ইণ্ড’ৰ হলত এক সংবাদমেল সম্বোধন কৰি এই কথা জনায় কমিটিৰ প্ৰচাৰ সম্পাদক চন্দন কুমাৰ শইকীয়াই।

ইতিমধ্যেই সকলো প্ৰস্তুতি সম্পন্ন হৈছিল ব’হাগী উৎসৱৰ। জুবিন, পাপন, মহালক্ষ্মী, শংকুৰাজৰ সংগীতানুষ্ঠান আছিল যদিও সকলো কোভিড পৰিস্থিতিৰ বাবে বাতিল কৰা হৈছে বুলি জনাইছে উদযাপন কমিটিয়ে

চৰকাৰী SOP মানি বিহু উদযাপন কৰাত অসুবিধা বুলি উল্লেখ কৰে বিহু উদযাপন সমিতিয়ে।

এনে দুৰ্যোগৰ সময়ত শিল্পীসকলক সহায়ৰ হাত আগবঢ়াবলৈ স্বেচ্ছাসেৱী সংগঠনক আহ্বান জনাইছে সমিতিয়ে।

Recent News

ভাৰতৰ তৃতীয়খন সম্পূৰ্ণ সাক্ষৰ ৰাজ্য হিচাপে পৰিগণিত ত্ৰিপুৰা

ভাৰতৰ তৃতীয়খন সম্পূৰ্ণ সাক্ষৰ ৰাজ্য হিচাপে পৰিগণিত ত্ৰিপুৰা

ভাৰতৰ প্ৰায় অর্ধাংশ বিদ্যুৎ উৎপাদন হয় অজীৱাশ্ম ইন্ধনৰ উৎসৰ পৰা! প্ৰকাশ পাইছে চৰকাৰী তথ্যত  

ভাৰতৰ প্ৰায় অর্ধাংশ বিদ্যুৎ উৎপাদন হয় অজীৱাশ্ম ইন্ধনৰ উৎসৰ পৰা! প্ৰকাশ পাইছে চৰকাৰী তথ্যত  

‘‘প্ৰেমৰ বাবে হত্যাকাণ্ড, নে আন ৰহস্য?’’ ৰাজা ৰঘুবংশী হত্যা কাণ্ড সন্দৰ্ভত প্ৰশ্ন উত্থাপন     ভ্রাতৃ বিপিনৰ

‘‘প্ৰেমৰ বাবে হত্যাকাণ্ড, নে আন ৰহস্য?’’ ৰাজা ৰঘুবংশী হত্যা কাণ্ড সন্দৰ্ভত প্ৰশ্ন উত্থাপন ভ্রাতৃ বিপিনৰ

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd