• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Pumpkin seeds ৰঙালাওৰ গুটিৰ ঔষধি গুণৰ কথা জানো আহক

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
September 21, 2022 3:44 pm
191
VIEWS
Share on FacebookShare on Twitter

ৰঙালাও গুটিত প্ৰচুৰ পৰিমাণে ভিটামিন বি কম্প্লেক্স , ভিটামিন C, ভিটামিন E, ভিটামিন K, প্ৰটিন,আঁহ ,(dietary fiber), আইৰণ, কেলচিয়াম, মেগনেছিয়াম, মেংগানিজ, ফচফৰাছ,জিংক, চডিয়াম, পতাচিয়াম থাকে যিবোৰ আমাৰ শৰীৰৰ বাবে অত্যন্ত উপকাৰী উপাদান।

ৰঙালাও গুটিৰ গুণসমূহ হৈছে:-

বিভিন্ন প্ৰকাৰৰ ভিটামিন বি কম্প্লেক্স, জিংক, এন্টিঅক্সিডেন্ট থকাৰ বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা (immunity) বৃদ্ধি কৰে। বৰ্ষা ঋতুৰ সময়ত হোৱা বিভিন্ন সংক্ৰামক ৰোগৰ পৰা শৰীৰক বচাই ৰাখে। সেয়েহে এই সময়ত ৰঙালাও গুটিৰ বিভিন্ন ব্যঞ্জন খাব লাগে।

ইয়াত প্ৰচুৰ পৰিমাণে মেগনেছিয়াম, জিংক, এন্টিঅক্সিডেন্ট, আৱশ্যকীয় ফেটি এচিড থকা বাবে হাৰ্টৰ বাবে উপকাৰী । মেগনেছিয়াম থকা বাবে ব্লাড প্ৰেচাৰ নিয়ন্ত্ৰণ কৰে, হাৰ্ট এতেক, স্ট্রোকৰ সম্ভাৱনা দূৰ কৰি হাৰ্টৰ সুস্থ আৰু সৱল কৰি ৰাখে।

ডায়েবেটিচ ৰোগতো ৰঙালাও গুটি উপকাৰী। ইয়াত থকা কিছুমান বিশেষ যৌগ যেনে জিংক আদিয়ে তেজৰ শৰ্কৰা বা ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

পুৰুষৰ প্ৰষ্ট্ৰেট গ্ৰন্থিৰ সমস্যাত ৰঙালাও গুটি উপকাৰী। ইয়াত থকা জিংক প্ৰষ্ট্ৰেট গ্ৰন্থিৰ কাৰ্যক্ষমতা অটুট ৰাখে। তদুপৰি ইয়াত থকা DHEA ( Dehydro- epi- androstenedione) এ প্ৰষ্ট্ৰেট গ্ৰন্থিৰ কেঞ্চাৰ হোৱাতো বাধা দিয়ে।

মহিলাৰ ৰজোনিবৃত্তিৰ (menopause) সময়ত দেখা দিয়া বিভিন্ন সমস্যা দূৰ কৰাত ই সহায় কৰে। ইয়াত থকা অমেগা ৩ আৰু অমেগা ৬ ফেটি এচিড আৰু প্ৰাকৃতিক উপাদান ফাইট’ইস্ত্ৰজেনে (phytoesterogen) শৰীৰৰ বাবে উপকাৰী কলেষ্টেৰল HDL ৰ পৰিমাণ বৃদ্ধি কৰে আৰু অপকাৰী কলেষ্টেৰল LDL ৰ পৰিমাণ হ্ৰাস কৰে, গাঁঠিৰ বিষ, মূৰৰ বিষ,উচ্চ ৰক্তচাপ আদি বিভিন্ন ৰজোনিবৃত্তিজনীত সমস্যাসমূহ ( postmenopausal symptoms) দূৰ কৰে।

নিদ্ৰাহীনতা (Insomnia) দূৰ কৰাত ৰঙালাও গুটি খুৱেই উপকাৰী। ইয়াত থকা ট্ৰিপত’ফেন (tryptophan), জিংক আৰু মেগনেছিয়ামে নিদ্ৰাৰ বাবে উপকাৰী হৰম’ন প্ৰস্তুত কৰাত মূখ্য ভূমিকা পালন কৰে।
চুলি সৰা (hair fall) সমস্যাতো সুফল পোৱা যায়, কাৰণ ইয়াত বিভিন্ন প্ৰকাৰৰ ভিটামিন(ভিটামিন B, ভিটামিনC, ভিটামিনE আদি),প্ৰটিন, আইৰণ, জিংক ,কেলচিয়াম আদি আছে।

চুলিৰ সুস্বাস্থ্যৰ বাবে ভিটামিন ,আইৰণ আৰু প্ৰটিনৰ খুব প্ৰয়োজন। লগতে চুলিকোচা স্বাস্থ্যবান আৰু উজ্জ্বল কৰাতো ই সহায় কৰে। পুৰুষৰ চুলি সৰা সমস্যাতো ৰঙালাও গুটি খালে সুফল পাব।

গাঁঠিৰ বিষত (Arthritis) ৰঙালাও গুটি উত্তম পথ্য।
ইয়াত থকা আঁহ বা ফাইবাৰে (dietary fiber)শৰীৰৰ অলাগতিয়াল চৰ্বি কমাই ওজন নিয়ন্ত্ৰণ কৰাত সহায় কৰে। এন্টিঅক্সিডেন্ট আৰু ফাইবাৰ থকা বাবে যকৃত বা লিভাৰৰ বাবেও উপকাৰী।

Recent News

সাংস্কৃতিক সম্পৰ্কও বিচ্ছিন্ন! ভাৰতৰ অ’টিটি প্লেটফৰ্মসমূহক পাকিস্তানী কন্টেন্ট আঁতৰোৱাৰ নিৰ্দেশ

সাংস্কৃতিক সম্পৰ্কও বিচ্ছিন্ন! ভাৰতৰ অ’টিটি প্লেটফৰ্মসমূহক পাকিস্তানী কন্টেন্ট আঁতৰোৱাৰ নিৰ্দেশ

‘অপাৰেচন সিন্দুৰ’ৰ বাবে ট্ৰেডমাৰ্কৰ আবেদন প্ৰত্যাহাৰ ৰিলায়েন্সৰ; কি ক’লে আম্বানিৰ সংস্থাই?

‘অপাৰেচন সিন্দুৰ’ৰ বাবে ট্ৰেডমাৰ্কৰ আবেদন প্ৰত্যাহাৰ ৰিলায়েন্সৰ; কি ক’লে আম্বানিৰ সংস্থাই?

নৌ যুদ্ধত আৰু এখোজ আগবাঢ়িল ভাৰত; হাতলৈ আহিল নতুন যুদ্ধ জাহাজ INS Arnala

নৌ যুদ্ধত আৰু এখোজ আগবাঢ়িল ভাৰত; হাতলৈ আহিল নতুন যুদ্ধ জাহাজ INS Arnala

গুৱাহাটী বিশ্ববিদ্যালয়ত আঞ্চলিক SAMARTH সহায়ক আৰু সমন্বয় কেন্দ্ৰ উদ্বোধন

গুৱাহাটী বিশ্ববিদ্যালয়ত আঞ্চলিক SAMARTH সহায়ক আৰু সমন্বয় কেন্দ্ৰ উদ্বোধন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd