• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাঙালীসকলহে ত্রিপুৰাৰ মূল বাসিন্দা, জনজাতীয়সকল বিদেশী; দাবী নাগৰিক গোটৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 11, 2020 8:43 pm
ফটোৰ উৎস : দ্যা ইণ্ডিয়ান এক্সপ্ৰেছ

ফটোৰ উৎস : দ্যা ইণ্ডিয়ান এক্সপ্ৰেছ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ত্রিপুৰা জনজাতীয়সকল বিদেশী আৰু ইয়াৰ বিপৰীতে বাঙালীসকলহে ৰাজ্যখনৰ মূল বাসিন্দা। এই দাবী উত্তৰ ত্ৰিপুৰাৰ নাগৰিক সুৰক্ষা মঞ্চ নামৰ এটা গোটৰ।

শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত নাগৰিক সুৰক্ষা মঞ্চৰ নেতা দীপটেণ্ডু নাথে কয় যে বাঙালীসকল ত্ৰিপুৰি ৰজাৰ দ্বাৰা শাসিত চক্লা ৰোশ্বানাবাদ (বৰ্তমান বাংলাদেশৰ অন্তৰ্গত)ৰাজহ চক্ৰৰ প্ৰজা আছিল সেয়ে তেওঁলোক ‘বিদেশী’ নহয়।

‘ৰজা শাসিত ত্ৰিপুৰাৰ চৰকাৰী ভাষা বেংগলী আছিল আৰু আমি বাঙালীসকলক ত্ৰিপুৰাৰ মূল বাসিন্দা বুলি মানো’ তেওঁ কয়।

নাথে লগতে কয়, ‘আমাৰ দৃঢ় মত জনজাতীয় লোকসকল মংগোলিয়া, চীন আৰু পৃথিৱীৰ আন ঠাইসমূহৰ পৰা আহিছে আৰু তেওঁলোকহে প্ৰকৃততে বিদেশী।‘

বাঙালীসকলৰ লগতে থকা নথিপত্ৰই তেওঁলোক জনজাতিসকলৰ পূৰ্বেই ত্ৰিপুৰালৈ অহাটো প্ৰমান কৰে বুলি নাগৰিক সুৰক্ষা মঞ্চই দাবী কৰে। প্ৰয়োজনত তেওঁলোকৰ দাবী সাব্যস্ত কৰিবলৈ উচ্চতম ন্যায়ালয়লৈ যাবলৈ সাজু বুলি মঞ্চই কয়।

নাগৰিক সুৰক্ষা মঞ্চৰ মতে মিজোৰামৰ পৰা ব্ৰু প্ৰব্ৰজনকাৰীসকল অহা পিছৰে পৰা ত্ৰিপুৰাত বাঙালীসকলৰ বাবে অসুবিধা আৰম্ভ হয়। ব্ৰু প্ৰব্ৰজনকাৰীসকলক মিজোৰামলৈ ঘুৰাই পঠোৱাৰ দাবী জনাই তেওঁ কয়, ‘৬ হাজাৰতকৈ অধিক লোকক নিজ ঘৰৰ পৰাই ব্ৰু প্ৰব্ৰজনকাৰীসকলে উলিয়াই পথাইছে।‘

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আন এক দুঃখবৰ! উধামপুৰত সন্ত্ৰাসবাদীৰ গুলীত শ্বহীদ ভাৰতীয় সেনা জোৱান

আন এক দুঃখবৰ! উধামপুৰত সন্ত্ৰাসবাদীৰ গুলীত শ্বহীদ ভাৰতীয় সেনা জোৱান

September 20, 2025 5:00 pm
জুবিন বিয়োগৰ শোকৰ মাজতে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ অবিবেচকী কাণ্ড!

জুবিন বিয়োগৰ শোকৰ মাজতে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ অবিবেচকী কাণ্ড!

September 20, 2025 4:09 pm
জুবিন গাৰ্গৰ সংগীত যাত্ৰা: এক সময় ৰেখা

জুবিন গাৰ্গৰ সংগীত যাত্ৰা: এক সময় ৰেখা

September 20, 2025 3:50 pm
জুবিন গাৰ্গৰ মৃত্যু অসমৰ জাতীয় জীৱনৰ বাবে এক ডাঙৰ ক্ষতি : ভূমি অধিকাৰ যৌথ সংগ্রাম সমিতি

জুবিন গাৰ্গৰ মৃত্যু অসমৰ জাতীয় জীৱনৰ বাবে এক ডাঙৰ ক্ষতি : ভূমি অধিকাৰ যৌথ সংগ্রাম সমিতি

September 20, 2025 3:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আন এক দুঃখবৰ! উধামপুৰত সন্ত্ৰাসবাদীৰ গুলীত শ্বহীদ ভাৰতীয় সেনা জোৱান

আন এক দুঃখবৰ! উধামপুৰত সন্ত্ৰাসবাদীৰ গুলীত শ্বহীদ ভাৰতীয় সেনা জোৱান

September 20, 2025 5:00 pm
জুবিন বিয়োগৰ শোকৰ মাজতে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ অবিবেচকী কাণ্ড!

জুবিন বিয়োগৰ শোকৰ মাজতে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ অবিবেচকী কাণ্ড!

September 20, 2025 4:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd