• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জুবিন গাৰ্গৰ সংগীত যাত্ৰা: এক সময় ৰেখা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 20, 2025 3:50 pm
519
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তিন দশকতকৈ অধিক সময় ধৰি অসমীয়া সংগীত জগতক সমৃদ্ধ কৰি ৰখা জুবিন গাৰ্গৰ জীৱন আছিল সংগীতৰ এক অবিস্মৰণীয় যাত্ৰা।  লোকপৰম্পৰা, আধুনিক পপ, ৰক আৰু বলীউডলৈ নাছিল কি…! অসমৰ এজন বহুমুখী তথা জনপ্ৰিয় শিল্পী হিচাপে উত্থান হোৱা জুবিন গাৰ্গে গায়কী, সংগীত ৰচনা, অভিনয় আৰু চলচ্চিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰতটো অৱদান আগবঢ়াই গৈছে। দুৰ্ভাগ্যজনকভাৱে, ১৯ ছেপ্তেম্বৰত চিংগাপুৰত দুৰ্ঘটনাত ৫২ বছৰ বয়সত সমাপ্ত হয় এই বৰ্ণিল যাত্ৰা!

এই সময়ৰেখাত তেওঁৰ অনামিকাৰ পৰা আৰম্ভ কৰি আন্তিম সময়লৈ…

Apply Now
  • আৰম্ভণি (১৯৯২-১৯৯৫)

১৯৯২:

  • নৱেম্বৰ: অসমীয়া এলবাম অনামিকাৰে আত্মপ্ৰকাশ।
  • অসমীয়া এলবাম অনুৰাধা মুক্তি।

১৯৯৪:

  • এলবাম মায়া মুক্তি, আইকনিক গান: “মায়াবিনী”

১৯৯৫:

  • এলবাম আশা আৰু প্ৰথম বিহু এলবাম উজান পিৰিতি মুক্তি, দুয়োটা এলবাম বাণিজ্যিকভাবে সফল।
  • মুম্বাইলৈ যাত্ৰা কৰি কেৰিয়াৰ সম্প্ৰসাৰণ।
  • প্ৰথম হিন্দী এলবাম চাঁদনী ৰাত মুক্তি; বলীউডত গাদ্দাৰ চলচ্চিত্ৰত গায়ক হিচাপে আত্মপ্ৰকাশ।
  • বলীউড যাত্ৰা (১৯৯৬-২০০৫)

১৯৯৬:

  • হিন্দী এলবাম চান্দা আৰু শ্ৰদ্ধাঞ্জলিৰ প্ৰথম খণ্ড মুক্তি।

১৯৯৭:

  • শ্ৰদ্ধাঞ্জলিৰ দ্বিতীয় খণ্ড মুক্তি।

১৯৯৮:

  • হিন্দী এলবাম জলৱা আৰু য়ুহি কভী মুক্তি।
  • বলীউড চলচ্চিত্ৰ দিল চে আৰু ডোলী চজা কে ৰখনাত অৱদান।

১৯৯৯:

  • হিন্দী এলবাম জাদু মুক্তি।

২০০০:

  • হিন্দী পপ এলবাম স্পৰ্শ মুক্তি।
  • অসমীয়া চলচ্চিত্ৰ তুমি মোৰ মাথো মোৰত অভিনয় আৰু নিৰ্দেশন আত্মপ্ৰকাশ।
  • বলীউড চলচ্চিত্ৰ ফিজাত কন্ঠ দান।

২০০২:

  • ভগ্নীৰ স্মৃতিত অসমীয়া এলবাম শিশু মুক্তি।
  • বলীউড চলচ্চিত্ৰ কান্তেত কন্ঠদান।

২০০৩:

  • বাংলা সংগীতত মন চলচ্চিত্ৰত কণ্ঠদান আত্মপ্ৰকাশ।
  • বলীউড চলচ্চিত্ৰ মুদ্দা-দ্য ইছ্যু আৰু চুপকে চেত কণ্ঠ দান। আইকনিক গান: “মাঙ্গো আগৰ দিল চে তোহ”

২০০৪:

  • বাংলা চলচ্চিত্ৰ শুধু তুমিত সংগীত ৰচনা আৰু কন্ঠদান; বিএফজেএ এৱাৰ্ড ফৰ বেষ্ট মিউজিক ডাইৰেক্টৰ সন্মান লাভ।
  • অসমীয়া চলচ্চিত্ৰ দিনাবন্ধুত অভিনয়।
  • জী টিভিৰ ছা ৰে গা মা পাত অতিথি বিচাৰক হিচাপে অংশগ্ৰহণ।

২০০৫:

  • বাংলা চলচ্চিত্ৰ প্ৰেমিত অৱদান।
  • ৰাষ্ট্ৰীয় খ্যাতি আৰু পুৰস্কাৰ (২০০৬-২০১০)

২০০৬:

  • গেংষ্টাৰ চলচ্চিত্ৰত “য়া আলী”ৰে ৰাষ্ট্ৰীয় খ্যাতি। আইকনিক গান: “য়া আলী”
  • গ্ল‘বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড ফৰ বেষ্ট প্লেবেক চিংগাৰ (পুৰুষ শাখাত) লাভ।
  • ষ্টাৰডাষ্ট এৱাৰ্ড ফৰ নিউ মিউজিকেল চেনচেছন (পুৰুষ শাখাত) লাভ।
  • এলবাম জিন্দগী ৰক্সৰ(Rocks) মুক্তি। আইকনিক গান: “জানা হ্যেই”
  • আই চী য়ু(I See You) চলচ্চিত্ৰত কণ্ঠ নিগাৰয়। আইকনিক গান: “চুবাহ চুবাহ”

২০০৭:

  • হিন্দী এলবাম জিন্দেগী মুক্তি।
  • ৰিয়েলিটি শ্ব’ বিগ ব্ৰাদাৰত অতিথি হিচাপে অংশগ্ৰহন।

২০০৮:

  • অসমীয়া এলবাম জোনাকী মন মুক্তি।
  • বাংলা চলচ্চিত্ৰ মন মানে না আৰু চিৰদিনী তুমি যেত কণ্ঠ দান। আইকনিক গান: “পিয়া ৰে পিয়া ৰে”
  • আইকনিক গান: “মন যায়” (মন যায় চলচ্চিত্ৰৰ পৰা)

২০০৯:

  • নন-ফিচাৰ ফিল্ম এক‘জ অৱ চাইলেন্সৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰ ফৰ বেষ্ট মিউজিক ডাইৰেক্টৰ সন্মান লাভ।
  • অভিনয়, নিৰ্দেশনা আৰু সাংস্কৃতিক সমৰ্থন (২০১১-২০২০)

২০১১:

  • ইলিনয়ছ, আমেৰিকাত অসম কনভেনচনত গেষ্ট আৰ্টিষ্ট অৱ দ্য ইয়েৰ সন্মান।
  • আইকনিক গান: “পুৱাৰ হাঁহিত” (জেতুকা পাতৰ দৰে চলচ্চিত্ৰৰ পৰা)

২০১৩-২০১৪:

  • অসমীয়া ৰিয়েলিটি শ্ব‘ ‘মই জুবিন গাৰ্গ হ’ব বিচাৰোঁ’ বিচাৰক।

২০১৫:

  • অসমীয়া চলচ্চিত্ৰ আহেতুকত অভিনয় আৰু কণ্ঠদান। আইকনিক গান: “অহেতুক”
  • আহেটুকৰ বাবে প্ৰাগ চিনে এৱাৰ্ডছত বেষ্ট প্লেবেক চিংগাৰ সন্মান লাভ কৰে।

২০১৬:

  • গুপ-শ্বপ মিউজিক এৱাৰ্ড ফৰ বেষ্ট কম্প‘জাৰৰ সন্মান লাভ।

২০১৭:

  • অসমীয়া চলচ্চিত্ৰ মিছন চাইনাত নিৰ্দেশনা আৰু অভিনয়।
  • মিছন চাইনাৰ বাবে প্ৰাগ চিনে এৱাৰ্ডছত, বেষ্ট ফিল্ম আৰু বেষ্ট মিউজিক ডাইৰেক্টৰ সন্মান লাভ।
  • তেওঁৰ কবিতা পুথিখনে সেউজী-সেউজী এৱাৰ্ড লাভ কৰে।

২০১৯:

  • অসমীয়া চলচ্চিত্ৰ কাঞ্চনজঙ্ঘাত নিৰ্দেশন আৰু অভিনয়।
  • আইকনিক গান: “পানচুনা” (কাঞ্চনজঙ্ঘা চলচ্চিত্ৰৰ পৰা)
  • উত্তৰাধিকাৰ আৰু বিশ্ব মঞ্চ (২০২১-২০২৫)

২০২১:

  • অসমৰ কৃষি আৰু সংলগ্ন খণ্ডৰ ব্ৰেণ্ড এম্বেছেডৰ নিযুক্ত।
  • ৰত্নাকৰৰ বাবে প্ৰাগ চিনে এৱাৰ্ডছত বেষ্ট এক্টৰ, বেষ্ট চিংগাৰ আৰু বেষ্ট মিউজিক ডাইৰেকচন জয়।
  • আইকনিক গান: “বৰনদী ভটিয়াই” (বৰনদী ভটিয়াই চলচ্চিত্ৰৰ পৰা)

২০২৩:

  • “পানচুনা” গীতটিৰ বাবে অসম ৰাজ্যিক চলচ্চিত্ৰ পুৰস্কাৰ লাভ।

২০২৪:

  • দ্য শ্লেম বুক বাবে ফিল্মফেয়াৰ এৱাৰ্ড অসমীয়াত বেষ্ট মিউজিক এলবামৰ সন্মান লাভ।
  • ইউনিভাৰ্চিটি অৱ চাইন্স এণ্ড টেকন‘লজী, মেঘালয়ৰ পৰা অনৰেৰী ডি.লিট্ট. লাভ।

২০২৫:

  • চিংগাপুৰৰ নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ ব্ৰেণ্ড এম্বেছেডৰ নিযুক্ত।
  • ১৯ ছেপ্তেম্বৰ: চিংগাপুৰত দুৰ্ঘটনাত মৃত্যু।
এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

August 14, 2026 3:46 pm
‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

August 14, 2026 2:44 pm
‘দেশত বৃহৎ পৰিৱৰ্তনৰ প্ৰয়োজন’, স্বাধীনতা দিৱসৰ পূৰ্বে ‘শান্তিপূৰ্ণ বিপ্লৱ’ৰ আহ্বান সোণম ৱাংচুকৰ

‘দেশত বৃহৎ পৰিৱৰ্তনৰ প্ৰয়োজন’, স্বাধীনতা দিৱসৰ পূৰ্বে ‘শান্তিপূৰ্ণ বিপ্লৱ’ৰ আহ্বান সোণম ৱাংচুকৰ

August 14, 2026 12:45 pm
অৰুণাচলৰ চাংলাঙৰ আছাম ৰাইফলছৰ চকীত উগ্ৰপন্থীৰ আক্ৰমণ; তালাচী অভিযান অব্যাহত

অৰুণাচলৰ চাংলাঙৰ আছাম ৰাইফলছৰ চকীত উগ্ৰপন্থীৰ আক্ৰমণ; তালাচী অভিযান অব্যাহত

August 14, 2026 11:43 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

August 14, 2026 3:46 pm
‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

August 14, 2026 2:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd