• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 25, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৃত্ৰিম বানৰ পাৰ্শ্বক্ৰিয়াঃ তথ্য প্ৰযুক্তিৰ ৰাজধানী বাংগালুৰুত প্ৰশাসনৰ বুলডোজাৰে মহতিয়াই নিলে বহু বাসভৱন

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
September 14, 2022 8:00 pm
কৃত্ৰিম বানৰ পাৰ্শ্বক্ৰিয়াঃ তথ্য প্ৰযুক্তিৰ ৰাজধানী বাংগালুৰুত প্ৰশাসনৰ বুলডোজাৰে মহতিয়াই নিলে বহু বাসভৱন
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাত্ৰ কেইঘণ্টামানৰ বৰষুণৰ পিছতে এবুকু পানীত বুৰ যোৱা বাংগালুৰুত চলিল প্ৰসআসনৰ বুলডোজাৰ।
বাংগালুৰুৰ কৃত্ৰিম বানৰ সমস্যা সমাধানৰ বাবে কৰ্ণাটকৰ চৰকাৰে সকলো অবৈধ নিৰ্মাণ ধ্বমস কৰিবলৈ চলাই গৈছে উচ্ছেদ অভিযান।

 বাংগালুৰু মহানগৰ পালিকাই চহৰ খনৰ বেদখল মুক্ত কৰিবলৈ বুলডজাৰেৰেৰে অভিযান আৰম্ভ কৰিছে। প্ৰশাসনে কেইবাটাও স্থান চিনাক্ত কৰিছে, যিবোৰে বৰষুণৰ পানীৰ প্ৰবাহক ৰুদ্ধ কৰি বানৰ সৃষ্টি কৰে। প্ৰশাসনে বাংগালুৰুত হোৱাবানপানীক এনে ধৰণৰ বেদখলৰ বাবে হোৱা বুলি ধাৰণা কৰিয়েই উচ্ছেদ অভিযান চলাই গৈছে।উল্লেখ্য শেহতীয়াকৈ মুষলধাৰ বৰষুণৰ বাবে বাংগালুৰু চহৰ ভয়ংকৰ বানপানীত প্লাবিত হৈছিল।

শেহতীয়াকৈ কৃষ্ণা, ভদ্ৰ, তুঙ্গা, ভীম, ঘাটপ্ৰভা, মালাপ্ৰভা, মাৰ্কন্দেয় হিৰণ্যকেশী আৰু আন কেইবাখনো সৰু নদীৰ জলপৃষ্ঠ বিপজ্জনক ভাবে বৃদ্ধি পাইছে।

দেশৰ তথ্য প্ৰযুক্তিৰ ৰাজধানী বাংগালুৰুৰ কেইবাটাও অঞ্চলত মুষলধাৰ বৰষুণৰ ফলত হোৱা বানৰ ফলত বৃহৎ লোকচান হৈছিল।উচ্ছেদ সন্দৰ্ভত বেদখল বিৰোধী অভিযানৰ সৈতে জড়িত বিবিএমপিৰ এগৰাকী বিষয়াই কয় যে চৰকাৰে আগবাঢ়ি গৈছে আৰু কাকো এৰি দিয়াৰ কোনো প্ৰশ্নই নুঠে, তেওঁলোক যিমানেই “শক্তিশালী” নহওঁক কিয়।
ইপিনে চহৰ খনৰ একাংশ আৱাসীয়ে অভিযোগ কৰিছে যে কেৱল দৰিদ্ৰ লোকসকলকহে উচ্ছেদৰ লক্ষ্য কৰি লোৱা হৈছে।

“শক্তিশালী” লোকসকলক ধ্বংস অভিযানৰ পৰা বাদ দিয়াৰ অভিযোগৰ মাজতে বাসৱৰাজ বোম্মাই নেতৃত্বাধীন কৰ্ণাটক চৰকাৰে দাবী কৰিছে যে উচ্ছেদৰ ক্ষেত্ৰত কোনো পক্ষপাতিত্ব প্ৰদৰ্শন কৰা নহ’ব আৰু সকলো অবৈধ গাঁথনি ধ্বংস কৰা হ’ব ।

কৰ্ণাটকৰ ৰাজহ মন্ত্ৰী আৰ অশোকাই কৈছে যে ‘নিৰন্তৰভাৱে’ অবৈধ নিৰ্মাণ ধ্বংস কৰা হৈছে।
ৰাজহ মন্ত্ৰীগৰাকীয়ে লগতে কৈছে যে তেওঁ সংশ্লিষ্ট বিষয়াসকলক বিবিএমপিৰ সৈতে একেলগে কাম কৰি যাবলৈ নিৰ্দেশ দিছে।নেৰানেপেৰা বৰষুণৰ ফলত কৰ্ণাটকৰ কেইবাখনো নদীৰ জলপৃষ্ঠ পুনৰ বৃদ্ধি পাবলৈ ধৰিছে। চুবুৰীয়া মহাৰাষ্ট্ৰত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত বাংগালুৰুত পুনৰ বানৰ কৱলত পৰাৰ আশংকা কৰা হৈছে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতলৈ আহি আছে দুভৰিৰ যাদুকৰ : নৱেম্বৰ মাহত কেৰালাত প্ৰীতি মেচ খেলিব লিয়নেল মেছিয়ে

ভাৰতলৈ আহি আছে দুভৰিৰ যাদুকৰ : নৱেম্বৰ মাহত কেৰালাত প্ৰীতি মেচ খেলিব লিয়নেল মেছিয়ে

August 25, 2025 1:34 pm
চৈয়দা হামিদৰ বিতৰ্কিত বক্তব্যৰ লগত আমাৰ সম্পৰ্ক নাই : অসম নাগৰিক সন্মিলনৰ স্পষ্টীকৰণ

চৈয়দা হামিদৰ বিতৰ্কিত বক্তব্যৰ লগত আমাৰ সম্পৰ্ক নাই : অসম নাগৰিক সন্মিলনৰ স্পষ্টীকৰণ

August 25, 2025 12:52 pm
ব্যক্তিগতকৰণৰ ফল! যোৱা ৫ বছৰত লাখ লাখ কেন্দ্ৰীয় এজেন্সীৰ কৰ্মচাৰীয়ে হেৰুৱাইছে চাকৰি

ব্যক্তিগতকৰণৰ ফল! যোৱা ৫ বছৰত লাখ লাখ কেন্দ্ৰীয় এজেন্সীৰ কৰ্মচাৰীয়ে হেৰুৱাইছে চাকৰি

August 25, 2025 11:45 am
গুজৰাটৰ দলিত যুৱকৰ যুঁজ : স্বাধীনতাৰ ৭৮ বছৰৰ পাছত লাভ কৰিলে চেলুনত চুলি কটাৰ অধিকাৰ

গুজৰাটৰ দলিত যুৱকৰ যুঁজ : স্বাধীনতাৰ ৭৮ বছৰৰ পাছত লাভ কৰিলে চেলুনত চুলি কটাৰ অধিকাৰ

August 25, 2025 10:50 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতলৈ আহি আছে দুভৰিৰ যাদুকৰ : নৱেম্বৰ মাহত কেৰালাত প্ৰীতি মেচ খেলিব লিয়নেল মেছিয়ে

ভাৰতলৈ আহি আছে দুভৰিৰ যাদুকৰ : নৱেম্বৰ মাহত কেৰালাত প্ৰীতি মেচ খেলিব লিয়নেল মেছিয়ে

August 25, 2025 1:34 pm
চৈয়দা হামিদৰ বিতৰ্কিত বক্তব্যৰ লগত আমাৰ সম্পৰ্ক নাই : অসম নাগৰিক সন্মিলনৰ স্পষ্টীকৰণ

চৈয়দা হামিদৰ বিতৰ্কিত বক্তব্যৰ লগত আমাৰ সম্পৰ্ক নাই : অসম নাগৰিক সন্মিলনৰ স্পষ্টীকৰণ

August 25, 2025 12:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd