• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কোভিডৰ নামত সাহায্যঃ বিদেশী দাতাকৰ্ণৰ পৰা আপুনিও হওক সাৱধান

এন ই নাও নিউজ by এন ই নাও নিউজ
July 21, 2020 4:51 pm
notes
377
VIEWS
Share on FacebookShare on Twitter

বিপদত পৰিলে মানুহে মানুহক সহায় কৰে।

এয়া স্বাভাৱিক কথা।ক’ৰ’ণাৰ মহা সংক্ৰমমৰ সময়তো বহুতে বহুতক সহায় কৰিছে।

বহুতে চৰকাৰকো সহায় কৰিছে। ফেচবুকৰ জৰিয়তেও ক’ৰ’ণাৰ সাহায্য দিব বিচৰা মানুৰ অভাৱ নাই।

দিল্লীৰ বাসিন্দা ৰমেশ কুমাৰ। ফেচবুকত কুমাৰলৈ এজন বিদেশী লোকে ফ্ৰেইণ্ড ৰিকুৱেষ্ট পঠিয়ালে।

কুমাৰেও বিশেষ একো  চিন্তা নকৰি বিদেশী লোক জনৰ ৰিকুৱেষ্ট গ্ৰহণ কৰিলে।

বিদেশী লোক জনে মিঠা মিঠা কথাৰে ৰমেশৰ হিয়া জয় কৰি পেলালে।

এটা সময়ত লোকজনে ৰমেশক ক’ৰ’ণাৰ সাহায্য হিচাবে তেওঁৰ একাউন্টত বহু পৰিমাণৰ ধন পঠিয়াব বুলি ক’লে।

ৰমেশো মান্তি হ’ল। কথা-বতৰাৰ অন্তত বিদেশী লোক জনে ৰমেশক ক’লে যে তেওঁ যি পৰিমাণৰ ধন ৰমেশলৈ পঠিয়াব তাৰ বাবে নিৰ্দ্ধাৰিত শুল্ক খিনি ৰমেশে আদায় দিব লাগিব।

অধিক ধন পোৱাৰ আশাত ৰমেশ মান্তি হ’ল আৰু লোকজনৰ একাউন্টত ৭০ হাজাৰ টকা জমা দিলে।

ইয়াৰ পিছৰে পৰাই লোকজনৰ কোনো সন্ধান ৰমেশে পোৱা নাই।

ক’ৰ’ণাতংকৰ সময়ত এনেদৰে সহায় কৰাৰ চলেৰে এটা বিদেশী চক্ৰই বহুতকে তেওঁলোকৰ জালত পেলাইছে।

তেওঁলোকৰ ভিতৰত ৰমেশো এজন।

এই চক্ৰটোৱে বিভিন্ন বয়সৰ লোকক লক্ষ্য হিচাবে বাচি লোৱাৰ তথ্য পোৱা গৈছে।

গতিকে বিদেশী দাতাকৰ্ণৰ পৰা আপুনিও হওক সাৱধান।

Recent News

ৱাকফ দান-বৰঙণিৰ দৰেহে, ইছলামৰ অপৰিহাৰ্য অংশ নহয়: উচ্চতম ন্যায়ালয়ৰ সন্মুখত কেন্দ্ৰৰ উত্তৰ

ৱাকফ দান-বৰঙণিৰ দৰেহে, ইছলামৰ অপৰিহাৰ্য অংশ নহয়: উচ্চতম ন্যায়ালয়ৰ সন্মুখত কেন্দ্ৰৰ উত্তৰ

দিল্লীৰ নিষিদ্ধ গ’লিত উদ্ধাৰ গুৱাহাটীৰ কিশোৰীঃ অপহৰণ কৰি দিল্লীলৈ নিয়া ৰাজুৰ কাণ্ডত স্তম্ভিত অসম আৰক্ষী!

দিল্লীৰ নিষিদ্ধ গ’লিত উদ্ধাৰ গুৱাহাটীৰ কিশোৰীঃ অপহৰণ কৰি দিল্লীলৈ নিয়া ৰাজুৰ কাণ্ডত স্তম্ভিত অসম আৰক্ষী!

পাকিস্তানত স্কুল বাছত আক্ৰমণ : ৩ শিশুসহ ৫ জন লোকৰ মৃত্যু

পাকিস্তানত স্কুল বাছত আক্ৰমণ : ৩ শিশুসহ ৫ জন লোকৰ মৃত্যু

পাক গুপ্তচৰ গৌৰৱ গগৈ

পাক গুপ্তচৰ গৌৰৱ গগৈ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd