• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভৰলুমুখত গছ কটাৰ বিৰুদ্ধে শ্ল’গান লিখাৰ বাবে আটক চিত্ৰশিল্পী মাৰ্শ্বেল বৰুৱাসহ তিনিজন

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
November 10, 2024 11:22 am
610
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীত ভৰালুমুখ অঞ্চলত গছ কটাৰ বিৰুদ্ধে প্ৰতিবাদৰ অংশ হিচাপে “কিক হিমন্ত চেভ নেচাৰ” শ্লোগান লিখাৰ অভিযোগত দুজন গ্ৰেফিটি আৰ্টিষ্টকে ধৰি তিনিজন ব্যক্তিক আটক কৰিছে আৰক্ষীয়ে। দেওবাৰে পুৱা মাৰ্শ্বেল বৰুৱা, অংকুমান বৰদলৈ, কমল কুমাৰক গ্ৰেপ্তাৰ কৰি বৰ্তমান ভৰলুমুখ থানাত জেৰা অব্যাহত আছে। আৰক্ষীয়ে সাধাৰণ নাগৰিক আৰু সংবাদ মাধ্যমৰ লোক উভয়ৰে বাবে ষ্টেচনত প্ৰৱেশ নিষিদ্ধ কৰিছে।

প্ৰথমতে “প্লিজ হিমন্ত চেভ নেচাৰ” লিখিছিল যদিও পিছলৈ অসম চৰকাৰে মহানগৰীত গছ কাটি লোৱাৰ সিদ্ধান্তক লৈ তেওঁলোকৰ হতাশাৰ প্ৰতিফলন ঘটাই অধিক কাঢ়া বাৰ্তালৈ ইয়াক সলনি কৰিছিল। শনিবাৰে নিশাৰ পৰা আৰম্ভ হোৱা প্ৰতিবাদী কাৰ্যসূচীত স্থানীয় বাসিন্দা আৰু ছাত্ৰ সংগঠনৰ সমাগম ঘটি গছ আঁতৰোৱাৰ বিৰোধিতা কৰি কিংবদন্তি ভূপেন হাজৰিকাৰ গীত গোৱা হৈছিল।

ৰাজ্যখনৰ লোকনিৰ্মাণ বিভাগে ৰে’লৱে গেটৰ ওচৰত যান-জঁটৰ সমস্যা দূৰ কৰাৰ লক্ষ্যৰে উৰণীয়া সেতু নিৰ্মাণৰ প্ৰকল্পৰ অংশ হিচাপে গছ কটাৰ কাম আৰম্ভ কৰিছে। ভৰলুমুখ অঞ্চলৰ ৭০ৰো অধিক গছ আঁতৰোৱাৰ বাবে চিহ্নিত কৰা হৈছে। প্ৰতিবাদকাৰীসকলে ৰাজহুৱা শুনানি আৰু স্থানীয় লোকসকলৰ সন্মতি সাপেক্ষেহে নিৰ্মাণ কাৰ্য আগবঢ়াই নিবলৈ দাবী জনাইছে। উল্লেখ্য যে, কিছুদিন পূৰ্বে গছ কটাৰ সিদ্ধান্তৰ বিৰুদ্ধে মহানগৰীৰ আন আন অঞ্চল যেনে দীঘলীপুখুৰীতো একেধৰণৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছিল।

Recent News

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd