• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 26, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৰ’না ভেকচিন প্ৰয়োগৰ অনুমোদন বিচাৰি এইবাৰ ভাৰত বায়’টেকৰ আবেদন

এন ই নাও নিউজ by এন ই নাও নিউজ
December 8, 2020 8:20 am
c35ff9835154811c4b54232f204eecc3
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এইবাৰ আৰু এটা ভাৰতীয় সংস্থাই কৰ’না ভেকচিনৰ জৰুৰী ভিত্তিত প্ৰয়োগৰ অনুমোদন বিচাৰি আবেদন কৰিছে। ভাৰত বায়’টেকে ইয়াৰ ভেকচিন কোভাক্সিনৰ বাবে ড্ৰাগছ কন্ট্ৰ’লাৰ অফ ইণ্ডিয়াৰ পৰা অনুমোদন বিচাৰি আবেদন জনাইছে।

ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্ছ (আইচিএমআৰ) আৰু নেশ্যনেল ইনষ্টিটিউট অফ ভাইৰ’লজিৰ সৈতে যৌথভাৱে ভাৰত বায়’টেকে কৰ’নাৰ ভেকচিন প্ৰস্তুত কৰিছে।

ইতিমধ্যে, সংস্থাটোৱে ইয়াৰ তৃতীয় পৰ্যায়ৰ ট্ৰায়েল সম্পূৰ্ণ কৰিছে। সংস্থাটোৱে এই ভেকচিনৰ সুৰক্ষা আৰু কাৰ্যকাৰিতা সম্পৰ্কে নিশ্চিত হৈছে।

ইতিমধ্যে, ফাইজাৰ-বায়’এনটেক আৰু ছেৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াই ভাৰতত তেওঁলোকৰ কৰ’নাৰ ভেকচিনৰ জৰুৰী প্ৰয়োগৰ অনুমোদন বিচাৰি আবেদন জনাইছে।

এইবাৰ তৃতীয়টো সংস্থা হিচাপে ভাৰত বায়’টেকেও কোভাক্সিনৰ জৰুৰী প্ৰয়োগৰ অনুমোদন বিচাৰি আবেদন জনালে।

চেন্ট্ৰেল ড্ৰাগছ ষ্টেণ্ডাৰ্ড কন্ট্ৰ’ল অৰ্গেনাইজেশ্যনত বিশেষজ্ঞ সমিতিয়ে এই সংস্থা তিনিটাৰ আবেদন পৰীক্ষা কৰি চাব।

সূত্ৰসমূহৰ মতে, এতিয়ালৈকে সমিতিৰ ওচৰলৈ এখনো আবেদন প্ৰেৰণ কৰা হোৱা নাই। আবেদনৰ মূল্যায়নৰ বাবে কেতিয়ালৈ সমিতিৰ বৈঠক কেতিয়ালৈ বহিব সেয়া অৱশ্যে জানিব পৰা হোৱা নাই যদিও বুধাবাৰে বিশেষজ্ঞ সমিতিৰ বৈঠক বহাৰ সম্ভাৱনা আছে।

তিনিটাকৈ সংস্থাই কৰ’না ভেকচিনৰ প্ৰয়োগৰ বাবে আবেদন জনোৱা খৱৰে স্বাভাৱিকতে দেশখনত কৰ’নাৰ বিৰুদ্ধে যুঁজখনত জনসাধাৰণক মানসিকভাৱে শক্তি দিব বুলি ধাৰণা কৰিব পাৰি।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যোৱা কেইটামান সপ্তাহত ৪ বাৰকৈ ট্ৰাম্পৰ ফোন প্ৰত্যাখান কৰিছিল মোদীয়েঃ জাৰ্মান কাকতৰ দাবী

যোৱা কেইটামান সপ্তাহত ৪ বাৰকৈ ট্ৰাম্পৰ ফোন প্ৰত্যাখান কৰিছিল মোদীয়েঃ জাৰ্মান কাকতৰ দাবী

August 26, 2025 5:14 pm
বিজেপি ১০ বছৰ ক্ষমতাত থকাৰ পিছতো অনুপ্ৰৱেশকাৰী আহিয়েই আছে  : অসম চৰকাৰক তীব্ৰ সমালোচনা গৌৰৱ গগৈৰ

বিজেপি ১০ বছৰ ক্ষমতাত থকাৰ পিছতো অনুপ্ৰৱেশকাৰী আহিয়েই আছে  : অসম চৰকাৰক তীব্ৰ সমালোচনা গৌৰৱ গগৈৰ

August 26, 2025 4:54 pm
‘আমূল গাৰ্ল’ শশী থাৰুৰৰ ভগ্নী নেকি? নেট দুনীয়াত চৰ্চা, স্পষ্টীকৰণ কোম্পানীৰ

‘আমূল গাৰ্ল’ শশী থাৰুৰৰ ভগ্নী নেকি? নেট দুনীয়াত চৰ্চা, স্পষ্টীকৰণ কোম্পানীৰ

August 26, 2025 4:21 pm
অমিত শ্বাহৰ ব্যাখ্যাত অসন্তুষ্ট! পদত্যাগ নে গৃহবন্দী কটাক্ষ বিৰোধীৰ

অমিত শ্বাহৰ ব্যাখ্যাত অসন্তুষ্ট! পদত্যাগ নে গৃহবন্দী কটাক্ষ বিৰোধীৰ

August 26, 2025 3:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যোৱা কেইটামান সপ্তাহত ৪ বাৰকৈ ট্ৰাম্পৰ ফোন প্ৰত্যাখান কৰিছিল মোদীয়েঃ জাৰ্মান কাকতৰ দাবী

যোৱা কেইটামান সপ্তাহত ৪ বাৰকৈ ট্ৰাম্পৰ ফোন প্ৰত্যাখান কৰিছিল মোদীয়েঃ জাৰ্মান কাকতৰ দাবী

August 26, 2025 5:14 pm
বিজেপি ১০ বছৰ ক্ষমতাত থকাৰ পিছতো অনুপ্ৰৱেশকাৰী আহিয়েই আছে  : অসম চৰকাৰক তীব্ৰ সমালোচনা গৌৰৱ গগৈৰ

বিজেপি ১০ বছৰ ক্ষমতাত থকাৰ পিছতো অনুপ্ৰৱেশকাৰী আহিয়েই আছে  : অসম চৰকাৰক তীব্ৰ সমালোচনা গৌৰৱ গগৈৰ

August 26, 2025 4:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd