• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 26, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কাইলৈ ৰাম মন্দিৰৰ ভূমিপূজন : অসমৰ পৰা কোন কোন যাব অযোধ্যালৈ ?

অসমত কিদৰে পালন কৰিব ঐতিহাসিক দিনটো?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 4, 2020 3:54 pm
index.jpg00
1.2k
VIEWS
Share on FacebookShare on Twitter

কাইলৈ অৰ্থাৎ ৫ আগষ্ট দেশবাসীৰ বাবে এটা ঐতিহাসিক দিন। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত কাইলৈ ভূমিপূজনৰে আৰম্ভ হ’ব ৰাম মন্দিৰ নিৰ্মাণৰ কাম।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপৰিও এই ভূমিপূজন অনুষ্ঠানত উপস্থিত থাকিব কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ।

দেশৰ সকলো ৰাজ্যৰে মুখ্য মন্ত্ৰীকে এই ভূমিপূজন অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে।

অৱশ্যে, ক’ৰ’ণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি কেৱল ২০০ গৰাকী লোকৰ উপস্থিতিতহে এই ভূমি পুজন অনুষ্ঠান সম্পন্ন কৰা হ’ব। ইয়াৰে ১৫০ গৰাকী আমন্ত্ৰিত অতিথি।

এতিয়া প্ৰশ্ন উত্থাপন হৈছে, অসমৰ পৰা এই ভূমিপূজন অনুষ্ঠানত কোনে কোনে অংশগ্ৰহণ কৰিব?

এই সম্পৰ্কত বিজেপিৰ এক উচ্চস্তৰীয় সূত্ৰই আমাৰ সাংবাদিকক জনোৱা অনুসৰি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্বাস্থ্য আৰু বিত্ত বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস উপস্থিত থকাৰ পূৰ্ণ সম্ভাৱনা  আছে।

আজি সন্ধ্যা ভাগতে তিনিও অযোধ্যালৈ ৰাওনা হ’ব বুলি জানিব পৰা গৈছে।

আনহাতে এই ঐতিহাসিক দিনটোত দেশজুৰি বিজেপিৰ কাৰ্য্যকৰ্তাসকলে আনন্দ উল্লাস কৰিব বুলি জানিব পৰা গৈছে।

অসমতো প্ৰায় ৪২ লাখ বিজেপিৰ কাৰ্য্যকৰ্তাই ঘৰে ঘৰে চাকি-বন্তি জ্বলাই এই ঐতিহাসিক দিনটো উদযাপন কৰিব বুলি সূত্ৰটোৱে জানিবলৈ দিয়ে।

ইয়াৰোপৰি, বিজেপিৰ ভাতৃ-ভগ্নী সংগঠনসমূহে উৎসাহ-উদ্দীপনাৰে কাৰ্য্যসূচী অনুষ্ঠিত কৰিব বুলি সূত্ৰটোৱে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে, মন্দিৰ নিৰ্মাণৰ আধাৰশিলা স্থাপনৰ পূৰ্বে প্ৰধান মন্ত্ৰী মোদীয়ে ভগৱান ৰাম আৰু হনুমানলৈ পূজা আগবঢ়াব। ভগৱান গণেশলৈ বিশেষ পূজাৰে ভূমি পূজন আৰম্ভ হ’ব।

প্ৰধানমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰাৰ সময় হিন্দু কেলেণ্ডাৰ অনুসৰি নিৰ্ধাৰণ কৰা হৈছে আৰু ৫ আগষ্টৰ আটাইতকৈ পৱিত্ৰ ক্ষণ দুপৰীয়া ১২.১৫ বজাক ইয়াৰ বাবে বাচনি কৰা হৈছে।

Recent News

যৌন নিৰ্যাতন আৰু অপহৰণৰ চেষ্টাৰ অভিযোগ : বিজেপি সাংসদৰ বদনামী পুত্ৰক আইনী পদত নিযুক্তি!

যৌন নিৰ্যাতন আৰু অপহৰণৰ চেষ্টাৰ অভিযোগ : বিজেপি সাংসদৰ বদনামী পুত্ৰক আইনী পদত নিযুক্তি!

Dandruff

কিদৰে দূৰ কৰিব উফিৰ সমস্যা! জানিবলৈ পঢ়ক…

৩ বছৰত প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণৰ খৰচ ২৯৫ কোটি টকা! ৰাজ্যসভাত জনালে পবিত্ৰ মাৰ্ঘেৰিটাই

৩ বছৰত প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণৰ খৰচ ২৯৫ কোটি টকা! ৰাজ্যসভাত জনালে পবিত্ৰ মাৰ্ঘেৰিটাই

ইমাম সংগঠনৰ সৈতে বৈঠক মোহন ভাগৱতৰ! ৰাজনৈতিক মহলত নতুন জল্পনা-কল্পনা

ইমাম সংগঠনৰ সৈতে বৈঠক মোহন ভাগৱতৰ! ৰাজনৈতিক মহলত নতুন জল্পনা-কল্পনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd