• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Uncategorized

আপ’ৰ কাৰ্যালয়ত সুধাকণ্ঠৰ ৯৮ সংখ্যক ওপজা দিন

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
September 8, 2024 6:40 pm
আপ’ৰ কাৰ্যালয়ত সুধাকণ্ঠৰ ৯৮ সংখ্যক ওপজা দিন
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ ৯৮ সংখ্যক ওপজা দিন উপলক্ষে আজি গণেশগুৰিস্থিত আম আদমী পাৰ্টিৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত হয় “মোৰ গীতৰ হেজাৰ শ্ৰোতা” শীৰ্ষক এক বৰ্ণাঢ্য অনুষ্ঠান।

পুৱা ১১ বজাৰ পৰা আবেলি ২ বজালৈ আপৰ ৰাজ্যিক কাৰ্যালয়ৰ সভাকক্ষত এই কাৰ্যসূচী পালন কৰা হয় । অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে ৰাজ্যৰ এগৰাকী জনপ্ৰিয় চলচ্চিত্ৰ অভিনেতা যতীন্দ্ৰ নাথ খনিকৰ আৰু গায়িকা মৌচুমী বৰাই ।

সুধাকণ্ঠৰ জন্মদিন উপলক্ষে এই আড়ম্বৰপূৰ্ণ কাৰ্যসূচীত বিমলা দেৱীৰ নেতৃত্বত মণিপুৰী শিল্পীৰ এটি দলে সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি জনাই মণিপুৰী ভাষাৰ কোৰাচ পৰিবেশন কৰে।

অনুষ্ঠানত কণ্ঠশিল্পী দীপালী শৰ্মাই ভূপেন হাজৰিকাৰ গীত পৰিবেশন কৰে। সুধাকণ্ঠৰ গীতৰ তালে তালে নৃত্য পৰিৱেশন কৰে ভাৰত নাট্যমৰ শিল্পী মৃগাক্ষী ডেকাৰজাই।

সুধাকণ্ঠ ভূপেন হাজৰিকাৰ কৰ্মময় জীৱন, সংগীত সাধনা আৰু জীৱন আদৰ্শৰ প্ৰাসংগিকতা সন্দৰ্ভত ভাষণ দিয়ে আপ, অসমৰ নেতা ভিক্টৰ গগৈ, ঋষিৰাজ কৌণ্ডিন্য, প্ৰবীন শৰ্মা আৰু পুনম গগৈয়ে।

ৰাজ্যৰ বিভিন্ন জিলাৰ আপৰ কৰ্মকৰ্তা সকলে অংশগ্ৰহণ কৰা এই অনুষ্ঠানৰ আঁত ধৰে আপৰ জ্যেষ্ঠ নেত্ৰী অনুৰূপা ডেকাৰজাই ।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

NITI আয়োগৰ প্ৰতিবেদনত উন্মোচিত হ’ল উন্নয়ৰ আচল ৰূপ!  অসম চৰকাৰক তীব্ৰ সমালোচনা গৌৰৱ গগৈৰ

NITI আয়োগৰ প্ৰতিবেদনত উন্মোচিত হ’ল উন্নয়ৰ আচল ৰূপ!  অসম চৰকাৰক তীব্ৰ সমালোচনা গৌৰৱ গগৈৰ

August 28, 2025 11:17 am
নয়ডাত ডিজিটেল গ্ৰেপ্তাৰ এটা পৰিয়ালক! ৩ কোটি টকা সৰকালে প্ৰৱঞ্চকে

নয়ডাত ডিজিটেল গ্ৰেপ্তাৰ এটা পৰিয়ালক! ৩ কোটি টকা সৰকালে প্ৰৱঞ্চকে

August 28, 2025 10:11 am
ভূমি হস্তান্তৰ নীতি আৰু ৯৬৯ কোটি টকাৰ প্ৰকল্পত অনুমোদন অসম কেবিনেটৰ

ভূমি হস্তান্তৰ নীতি আৰু ৯৬৯ কোটি টকাৰ প্ৰকল্পত অনুমোদন অসম কেবিনেটৰ

August 28, 2025 9:17 am
গুজৰাট মডেলক লৈ প্ৰশ্ন: কৰ ফাঁকিনে অন্য কিবা, ধনী কৰদাতাৰ ক্ষেত্ৰতো পিছপৰা গুজৰাট

গুজৰাট মডেলক লৈ প্ৰশ্ন: কৰ ফাঁকিনে অন্য কিবা, ধনী কৰদাতাৰ ক্ষেত্ৰতো পিছপৰা গুজৰাট

August 28, 2025 7:50 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

NITI আয়োগৰ প্ৰতিবেদনত উন্মোচিত হ’ল উন্নয়ৰ আচল ৰূপ!  অসম চৰকাৰক তীব্ৰ সমালোচনা গৌৰৱ গগৈৰ

NITI আয়োগৰ প্ৰতিবেদনত উন্মোচিত হ’ল উন্নয়ৰ আচল ৰূপ!  অসম চৰকাৰক তীব্ৰ সমালোচনা গৌৰৱ গগৈৰ

August 28, 2025 11:17 am
নয়ডাত ডিজিটেল গ্ৰেপ্তাৰ এটা পৰিয়ালক! ৩ কোটি টকা সৰকালে প্ৰৱঞ্চকে

নয়ডাত ডিজিটেল গ্ৰেপ্তাৰ এটা পৰিয়ালক! ৩ কোটি টকা সৰকালে প্ৰৱঞ্চকে

August 28, 2025 10:11 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd