• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিৱসাগৰত সদৌ অসম ভূপেন্দ্ৰ সঙ্গীত প্ৰতিযোগিতাৰ সফল সমাপ্তি

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
September 9, 2018 6:08 pm
144
VIEWS
Share on FacebookShare on Twitter

সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্মদিনৰ লগত সংগতি ৰাখি শিৱসাগৰৰ দিখৌপৰীয়া সন্মিলিত যুৱ সংঘই আয়োজন কৰা সদৌ অসম প্ৰাইজমানি ভূপেন্দ্ৰ সঙ্গীত প্ৰতিযোগিতাৰ সফল সমাপ্তি ঘটে।

প্ৰতিযোগিতাখনৰ একক শাখাত ৭৫গৰাকীয়ে আৰু দ্বৈত শাখাত ১৩টা দলে অংশ লয়।

প্ৰতিযোগিতাখনৰ বিচাৰক আছিল ভুপেন হাজৰিকাৰ সৈতে গীতাৰ আৰু বাঁহী বজোৱা ক্ৰমে কমল কটকী আৰু পৰমেশ্বৰ বসুমতাৰী আৰু গায়ক বিপুল কাথাৰে।

একক শাখাত অনিশা শইকীয়াই ১ম, আস্থা গোস্বামীয়ে ২য়  আৰু ৰাজকুমাৰী ফাল্গুনীয়ে ৩য় পুৰস্কাৰ লাভ কৰে। বিচাৰকৰ বিশেষ পুৰস্কাৰ লাভ কৰে শিখামণি গগৈ, আদিলা কৌশৰ জাহান, সুদৰ্শন দেউৰী, সান্নিধ্য ভূঞা, শ্ৰদ্ধা বৰগোহাঁই, প্ৰিয়ংকা দিহিঙ্গীয়া আৰু প্ৰত্যাশী কলিতাই।

দ্বৈত শাখাত অনুষ্কা তৰংগিনী বৰুৱা আৰু হৰ্ষিত নাথে ১ম, জোনাক নিবিড় শইকীয়াই আৰু তন্ময়ী নাথে ২য় আৰু তাপশ্ৰী ৰাজকুমাৰী আৰু প্ৰিয়ংকা দিহিঙ্গীয়াই ৩য় পুৰস্কাৰ লাভ কৰে। বিচাৰকৰ বিশেষ পুৰস্কাৰ লাভ কৰে অনুৎপল ভাগৱতী আৰু ৰিতপল বৰকাকতীয়ে।

ভূপেন দাদাৰ জন্মদিন উপলক্ষে আয়োজিত কে’ক কাটন পৰ্বত কে’ক কাটে যোৰহাটৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীক্ষক অভিযন্তা বিজয় কুমাৰ স্বৰ্ণকাৰে। কে’ক কৰ্তনৰ পূৰ্বে স্বৰ্ণকাৰে ভূপেন দাদাৰ ওপৰত স্বৰ্ণকাৰ-ৰচিত এটি কবিতা পাঠ কৰাৰ লগতে দাদাৰ এটি  গীতৰ দুটামান শাৰী গায়।

অনুষ্ঠানত আজাদ আলম, মণিৰুল ইছলাম বড়া, ভাস্কৰ দত্ত, চামচুল বাৰিক, মুক্তাৱ হুছেইন, অতনু বৰা, সুমেশ ডেকা, ৰাজেন্দ্ৰৰ যোশী, ত্ৰৈলোক্য দত্ত আৰু মীনা শৰ্মা উপস্থিত থাকে।

Recent News

বন্ধ হ’ল জনপ্ৰিয় নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

বন্ধ হ’ল জনপ্ৰিয় নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd