• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বোধোদয় নে পশ্চাৎপদ! ইউক্ৰেইনক যুঁজাৰু বিমান নিদিয়াৰ ঘোষণা বিডেনৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 31, 2023 9:59 am
135
VIEWS
Share on FacebookShare on Twitter

যোৱা কেইদিনমানৰ পৰা কিয়েভে দাবী কৰি আহিছে যে ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত নতুনকৈ ডাঙৰ আক্ৰমণ চলাব পাৰে। ইউক্ৰেইনে প্ৰথমে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু পশ্চিমীয়া মিত্ৰশক্তিৰ পৰা তেওঁলোকৰ আক্ৰমণ প্ৰতিৰোধ কৰিবলৈ টেংক সাহায্য বিচাৰিছিল। টেংকৰ প্ৰতিশ্ৰুতি পোৱাৰ পিছত তেওঁলোকে এতিয়া যুদ্ধ বিমান বিচাৰিছে।

দেশখনে বিশেষকৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা শেহতীয়া এফ-১৬ যুঁজাৰু বিমান বিচাৰিছে। অৱশ্যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেনে কৈছে যে তেওঁলোকে ইউক্ৰেইনক যুঁজাৰু বিমান নিদিয়ে।

সোমবাৰে, এগৰাকী সাংবাদিকে বিডেনক সুধিছিল যে তেওঁৰ কিয়েভক যুদ্ধ বিমান দিয়াৰ কোনো অভিপ্ৰায় আছে নেকি? এই প্ৰশ্নৰ উত্তৰত বিডেনে কয়, “নাই’’।

ৰাছিয়াৰ বিৰুদ্ধে প্ৰায় এবছৰ ধৰি চলা যুদ্ধৰ ফলত ইউক্ৰেইনৰ বায়ু সেনাৰ শক্তি উদ্বেগজনকভাৱে হ্ৰাস পাইছে। যেতিয়া পশ্চিমীয়া দেশে তেওঁলোকৰ টেংক দিবলৈ সন্মত হৈছে, কিয়েভে ভাবিছিল যে এতিয়া তেওঁলোকে তেওঁলোকক যুঁজাৰু বিমানো দিব পাৰে। আৰু এই যুঁজাৰু বিমানসমূহৰ সৈতে তেওঁলোকৰ বায়ু সেনাৰ শক্তি পূৰ্বৰ স্থিতিলৈ লৈ যোৱা হ’ব।

কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰই অনুৰোধটো পোনপটীয়াকৈ নাকচ কৰিছে। ইয়াৰ পূৰ্বে জাৰ্মানীয়েও স্পষ্ট কৰি দিছিল যে ই ইউক্ৰেইনক যুঁজাৰু বিমান নিদিয়ে।

এতিয়া জো বিডেনৰ এই ঘোষণাই ৰাছিয়া-ইউক্ৰেইন যুদ্ধত আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্থিতিকলৈ চৰ্চাৰ বাট মুকলি কৰিছে। দৰাচলতে আমেৰিকাই যুদ্ধৰ পৰিণতিৰ প্ৰতি শংকিত হৈ এনে  সিদ্ধান্ত লৈছে নে তেওঁলোকৰ ব্যৱসায়িক লাভ-লোকচানৰ বাবে এনে সিদ্ধান্ত লৈছে সেয়া স্পষ্ট নহয়।

Recent News

চেনি খায়? কিমান বেছি খালে বলি হ’ব পাৰে ঘাতক বেমাৰৰ? কি কয় বিশ্ব স্বাস্থ্য সংস্থাই

চেনি খায়? কিমান বেছি খালে বলি হ’ব পাৰে ঘাতক বেমাৰৰ? কি কয় বিশ্ব স্বাস্থ্য সংস্থাই

মৰ্মান্তিক! পেনচিলভেনিয়াত এক গাড়ী দুৰ্ঘটনাত মৃত্যু দুই ভাৰতীয় ছাত্ৰৰ

মৰ্মান্তিক! পেনচিলভেনিয়াত এক গাড়ী দুৰ্ঘটনাত মৃত্যু দুই ভাৰতীয় ছাত্ৰৰ

দেশৰ শ্ৰেষ্ঠ টেষ্ট অধিনায়ক কোহলী; আনকি ধোনী-সৌৰভো নাই বিৰাটৰ আশেপাশে

দেশৰ শ্ৰেষ্ঠ টেষ্ট অধিনায়ক কোহলী; আনকি ধোনী-সৌৰভো নাই বিৰাটৰ আশেপাশে

ভাৰত-পাকিস্তানৰ উত্তেজনৰ বাবে এয়াৰ ইণ্ডিয়াই বাতিল কৰিলে বিমান সেৱা

ভাৰত-পাকিস্তানৰ উত্তেজনৰ বাবে এয়াৰ ইণ্ডিয়াই বাতিল কৰিলে বিমান সেৱা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd