• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিহাৰৰ ভাৰত-নেপালৰ সীমান্তত ভাৰতৰ মথাউৰি নিৰ্মাণৰ কামত নেপালৰ বাধা

এন ই নাও নিউজ by এন ই নাও নিউজ
June 22, 2020 4:26 pm
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

3.5k
VIEWS
Share on FacebookShare on Twitter

বিহাৰৰ ভাৰত-নেপাল সীমান্তত থকা নদী সমূহৰ মথাউৰি নিৰ্মাণৰ কামত নেপালে বাধা প্ৰদান কৰিছে বুলি বিহাৰৰ জলসম্পদ মন্ত্ৰী সঞ্জয় কুমাৰ ঝাই মন্তব্য কৰে।

নেপালৰ বাধাৰ বাবেই বৰ্তমান ভাৰত-নেপাল সীমান্তত মথাউৰি নিৰ্মাণৰ কাম বাধাগ্ৰস্ত হৈছে বুলি মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে।

এই সন্দৰ্ভত ঝাই শীঘ্ৰেই ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ ওচৰ চাপিব বুলি লগতে কয়।

”যদি শীঘ্ৰেই এই মথাউৰি সমূহৰ নিৰ্মাণৰ কাম সম্পুৰ্ণ কৰিব পৰা নাযায় তেন্তে বাৰিষা বিহাৰৰ বিস্তৃৰ্ণ অঞ্চল বানপানীৰ কৱলত পৰিব,” জলসম্পদ মন্ত্ৰী গৰাকীয়ে জনায়।

উল্লেখযোগ্য যে, নেপালে বিগত সময়ছোৱাত ভাৰতৰ সৈতে থকা সকলো ধৰণৰ সু-সম্পৰ্ক ছেদ কৰাৰ বাবে উঠি-পৰি লাগিছে।

নেপালে ভাৰতৰ কালাপানী আৰু লিপুলেখক নিজৰ ভূ-খণ্ড বুলি দাবী কৰি অলপতে দেশৰ নতুন মানচিত্ৰ প্ৰকাশ কৰিছিল।

নেপালৰ এই পদক্ষেপৰ পাছতে ভাৰতে প্ৰতিক্ৰিয়া ব্যক্ত কৰি ইয়াৰ বিৰোধিতা কৰিছিল।

নেপালৰ প্ৰধান মন্ত্ৰী কে পি শৰ্মা অ’লিয়ে ক’ৰ’না ভাইৰাছৰ প্ৰসংগতো ভাৰতক সমালোচনা কৰি ভাৰতৰ পৰা উভতি যোৱা নেপালৰ ৮৫ শতাংশ লোকৰ দেহতে ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছিল বুলি বিতৰ্কিত মন্তব্য প্ৰকাশ কৰিছিল।

Recent News

১৬ বছৰীয়া কিশোৰীৰ ৩৩ বছৰীয়া স্বামীৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিবলৈ অমান্তি! পালেগৈ উচ্চতম ন্যায়ালয়, তাৰপাছত…

১৬ বছৰীয়া কিশোৰীৰ ৩৩ বছৰীয়া স্বামীৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিবলৈ অমান্তি! পালেগৈ উচ্চতম ন্যায়ালয়, তাৰপাছত…

ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ড: অভিযুক্ত সোণম ৰঘুবংশীৰ ভাতৃৰ নাৰ্কো টেষ্ট দিয়াত সন্মতি

ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ড: অভিযুক্ত সোণম ৰঘুবংশীৰ ভাতৃৰ নাৰ্কো টেষ্ট দিয়াত সন্মতি

টোল টেক্সৰ বাবে বছৰেকীয়া পাছ প্ৰৱৰ্তন কেন্দ্ৰীয় চৰকাৰৰ, এটা ৰিচাৰ্জত ২০০ ব্যৱহাৰ কৰিব পাৰিব আপুনি

টোল টেক্সৰ বাবে বছৰেকীয়া পাছ প্ৰৱৰ্তন কেন্দ্ৰীয় চৰকাৰৰ, এটা ৰিচাৰ্জত ২০০ ব্যৱহাৰ কৰিব পাৰিব আপুনি

বিশ্বৰ আটাইতকৈ দামী যুঁজাৰু বিমান যান্ত্ৰিকভাৱে বিকল, জৰুৰীকালীন অৱতৰণৰ ৪৮ ঘণ্টাৰ পাছতো কেৰালাত আবদ্ধ

বিশ্বৰ আটাইতকৈ দামী যুঁজাৰু বিমান যান্ত্ৰিকভাৱে বিকল, জৰুৰীকালীন অৱতৰণৰ ৪৮ ঘণ্টাৰ পাছতো কেৰালাত আবদ্ধ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd