• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিহাৰৰ ভাৰত-নেপালৰ সীমান্তত ভাৰতৰ মথাউৰি নিৰ্মাণৰ কামত নেপালৰ বাধা

এন ই নাও নিউজ by এন ই নাও নিউজ
June 22, 2020 4:26 pm
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিহাৰৰ ভাৰত-নেপাল সীমান্তত থকা নদী সমূহৰ মথাউৰি নিৰ্মাণৰ কামত নেপালে বাধা প্ৰদান কৰিছে বুলি বিহাৰৰ জলসম্পদ মন্ত্ৰী সঞ্জয় কুমাৰ ঝাই মন্তব্য কৰে।

নেপালৰ বাধাৰ বাবেই বৰ্তমান ভাৰত-নেপাল সীমান্তত মথাউৰি নিৰ্মাণৰ কাম বাধাগ্ৰস্ত হৈছে বুলি মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে।

Apply Now

এই সন্দৰ্ভত ঝাই শীঘ্ৰেই ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ ওচৰ চাপিব বুলি লগতে কয়।

”যদি শীঘ্ৰেই এই মথাউৰি সমূহৰ নিৰ্মাণৰ কাম সম্পুৰ্ণ কৰিব পৰা নাযায় তেন্তে বাৰিষা বিহাৰৰ বিস্তৃৰ্ণ অঞ্চল বানপানীৰ কৱলত পৰিব,” জলসম্পদ মন্ত্ৰী গৰাকীয়ে জনায়।

উল্লেখযোগ্য যে, নেপালে বিগত সময়ছোৱাত ভাৰতৰ সৈতে থকা সকলো ধৰণৰ সু-সম্পৰ্ক ছেদ কৰাৰ বাবে উঠি-পৰি লাগিছে।

নেপালে ভাৰতৰ কালাপানী আৰু লিপুলেখক নিজৰ ভূ-খণ্ড বুলি দাবী কৰি অলপতে দেশৰ নতুন মানচিত্ৰ প্ৰকাশ কৰিছিল।

নেপালৰ এই পদক্ষেপৰ পাছতে ভাৰতে প্ৰতিক্ৰিয়া ব্যক্ত কৰি ইয়াৰ বিৰোধিতা কৰিছিল।

নেপালৰ প্ৰধান মন্ত্ৰী কে পি শৰ্মা অ’লিয়ে ক’ৰ’না ভাইৰাছৰ প্ৰসংগতো ভাৰতক সমালোচনা কৰি ভাৰতৰ পৰা উভতি যোৱা নেপালৰ ৮৫ শতাংশ লোকৰ দেহতে ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছিল বুলি বিতৰ্কিত মন্তব্য প্ৰকাশ কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বহিঃৰাজ্যত আকৌ অসমৰ যুৱকৰ মৃত্যু  : কৰ্মস্থলীত হোৱা দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে বঙাইগাঁৱৰ  দুই যুৱকে

বহিঃৰাজ্যত আকৌ অসমৰ যুৱকৰ মৃত্যু  : কৰ্মস্থলীত হোৱা দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে বঙাইগাঁৱৰ  দুই যুৱকে

September 19, 2026 10:52 am
এবছৰে দেখা নাই, মাত শুনা নাই প্ৰাণৰ শিল্পীৰ! আজি লোকেলোকাৰণ্য জুবিন ক্ষেত্ৰ

এবছৰে দেখা নাই, মাত শুনা নাই প্ৰাণৰ শিল্পীৰ! আজি লোকেলোকাৰণ্য জুবিন ক্ষেত্ৰ

September 19, 2026 10:44 am
২০২৬ৰ অসম বিধানসভা নিৰ্বাচনত EVMৰ বিশ্বাসযোগ্যতাক লৈ প্ৰশ্ন তোলা PIL পৰীক্ষা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

২০২৬ৰ অসম বিধানসভা নিৰ্বাচনত EVMৰ বিশ্বাসযোগ্যতাক লৈ প্ৰশ্ন তোলা PIL পৰীক্ষা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

September 19, 2026 10:29 am
হত্যাৰ পুৰণি গোচৰত গ্ৰেপ্তাৰ নন্দীগ্ৰাম উপ নিৰ্বাচনৰ কংগ্ৰেছ প্ৰাৰ্থী; মমতা বেনাৰ্জীয়েও দিছিল সমৰ্থন

হত্যাৰ পুৰণি গোচৰত গ্ৰেপ্তাৰ নন্দীগ্ৰাম উপ নিৰ্বাচনৰ কংগ্ৰেছ প্ৰাৰ্থী; মমতা বেনাৰ্জীয়েও দিছিল সমৰ্থন

September 19, 2026 9:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বহিঃৰাজ্যত আকৌ অসমৰ যুৱকৰ মৃত্যু  : কৰ্মস্থলীত হোৱা দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে বঙাইগাঁৱৰ  দুই যুৱকে

বহিঃৰাজ্যত আকৌ অসমৰ যুৱকৰ মৃত্যু  : কৰ্মস্থলীত হোৱা দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে বঙাইগাঁৱৰ  দুই যুৱকে

September 19, 2026 10:52 am
এবছৰে দেখা নাই, মাত শুনা নাই প্ৰাণৰ শিল্পীৰ! আজি লোকেলোকাৰণ্য জুবিন ক্ষেত্ৰ

এবছৰে দেখা নাই, মাত শুনা নাই প্ৰাণৰ শিল্পীৰ! আজি লোকেলোকাৰণ্য জুবিন ক্ষেত্ৰ

September 19, 2026 10:44 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd