• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

টীয়ক জাতীয় বিদ্যালয় আৰু জ্ঞানপীঠ একাডেমীত উলাহ মালহেৰে “বহাগ বিহুৰ উলাহ ” উদযাপন

নিৰ্মলেন্দু পাঠক by নিৰ্মলেন্দু পাঠক
April 18, 2021 6:25 am
a bihu
223
VIEWS
Share on FacebookShare on Twitter

যোৰহাট জিলাৰ টীয়কৰ অন্যতম অগ্ৰণী শিক্ষা অনুস্থান টীয়ক জাতীয় বিদ্যালয় আৰু জ্ঞানপীঠ একাডেমীত” বহাগ বিহুৰ উলাহ” নামৰ এক মনোজ্ঞ অনুষ্ঠানৰ যোগেদি অসমীয়াৰ বাপোতি সাহোন বহাগ বিহু আজি উদযাপন কৰা হয়।

কাৰ্যসচীৰ বিহুৱান উত্তোলন কৰে মুখ্য সঞ্চালক প্ৰদীপ চুতীয়া দেৱে, বন্তি প্ৰজ্বলন কৰে  অধ্যক্ষ ঋষেশ্বৰ শৰ্মা দেৱে আৰু প্ৰদীপ প্ৰজ্বলন কৰে সচিব সৌৰভ বৰা দেৱে।

দুয়োটা শিক্ষানুষ্ঠানৰ উপাধ্যক্ষ ক্ৰমে মনোজ বৰা আৰু সুনীল দাস  উপস্থিত থকা এই অনুষ্ঠানতে টীয়ক  হাইস্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক হৰেশ্বৰ বৰুৱা আৰু স্থানীয় বয়োজ্যেষ্ঠ ব্যক্তি মানিক বৰা দেৱক সম্বৰ্ধনা জনোৱা হয়।

ইয়াৰ উপৰিও অভিভাৱক সঞ্জীৱ কুমাৰ বৰুৱা, চিৰান্ত মাধৱ বুঢ়া গোহাঁই , প্ৰশান্ত দাস আৰু অভিভাৱিকা জ্যোতি ভূঞাক ফুলাম গামোচাৰে  বিহুৰ  ওলগ জনাই আশীৰ্বাদ লোৱাৰ লগতে বিশেষ কৈ সচিব সৌৰভ বৰাই কাৰ্যালয় সহায়ক গগণ ৰবি দাসক এখন ফুলাম গামোছাৰে বিশেষ সম্বৰ্ধনা আগবঢ়ায় l

ইয়াৰ পাছতে দুয়োটা অনুষ্ঠানৰ  ছাত্ৰ- ছাত্ৰী সকলে বিহু প্ৰদৰ্শন কৰি উপস্থিত সকলোকে আহ্লাদিত কৰে l

অসমীয়া নতুন বৰ্ষৰ বাবে সকলোৱে সকলো দিশতে আগবাঢ়িবৰ বাবে সাহস গোটাই সাজু হবলৈ আশীৰ্বাদ প্ৰদান কৰি টীয়ক জাতীয় বিদ্যালয় আৰু জ্ঞানপীঠ একাডেমীৰ বাকৰিত বহাগ বিহুৰ উলাহ অনুষ্ঠান সামৰণি মাৰে।

Recent News

এইবাৰ বিজেপি শাসিত মহাৰাষ্ট্ৰত আবকাৰী দুৰ্নীতি! কেগৰ প্ৰতিবেদনত প্ৰকাশ কোটি-কোটি টকাৰ কেলেংকাৰী

এইবাৰ বিজেপি শাসিত মহাৰাষ্ট্ৰত আবকাৰী দুৰ্নীতি! কেগৰ প্ৰতিবেদনত প্ৰকাশ কোটি-কোটি টকাৰ কেলেংকাৰী

এডভান্টেজ অসম – ২ হৈ যোৱাৰ পাছত অসমৰ জনজাতীয় মানুহৰ মাটি অধিগ্রহণৰ তথ্য উদ্বেগজনক- সাংসদ অজিত কুমাৰ ভূঞা

এডভান্টেজ অসম – ২ হৈ যোৱাৰ পাছত অসমৰ জনজাতীয় মানুহৰ মাটি অধিগ্রহণৰ তথ্য উদ্বেগজনক- সাংসদ অজিত কুমাৰ ভূঞা

নৃশংস! পুৰীত তিনি যুৱকে জীৱন্তে জ্বলালে নাবালিকাক

নৃশংস! পুৰীত তিনি যুৱকে জীৱন্তে জ্বলালে নাবালিকাক

৪০ বছৰে বাংলাদেশী নেৰেটিভ বিক্ৰী কৰি ৰাজনীতিৰ বেপাৰ ৰমৰমীয়াকৈ চলি আছে!

৪০ বছৰে বাংলাদেশী নেৰেটিভ বিক্ৰী কৰি ৰাজনীতিৰ বেপাৰ ৰমৰমীয়াকৈ চলি আছে!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd