• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কাণ নাথাকিলেও চৰাইবোৰে শুনা পায়! কিন্তু কেনেকৈ?

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
June 22, 2025 6:30 am
55
VIEWS
Share on FacebookShare on Twitter

চৰাইকনো কোনে বেয়া পাব পাৰে। পুৱাৰ চৰাইৰ মিঠা মাততেই আজিও সাৰ পায় বিশ্বৰ কোটি কোটি জনতা। ৰাতিপুৱাৰ পৰা দুপৰীয়ালৈকে বহু ৰঙীন চৰাই আকাশত স্বাধীনভাবে উৰি থাকে। সন্ধিয়া হ’লে জাক পাতি বাহলে ঘূৰি আহে চৰাই। চৰাইৰ বাবেই এই পৃথিৱীখন ধুনীয়া!

আপুনি সদায়েই চৰাই দেখা পায়। কিন্তু চৰাইৰ কাণ থাকে নে নাই কেতিয়াবা মন কৰিছেনে? চকু দুটা মুদি চৰাইৰ কথা ভাবি চাওক, উত্তৰ পাব। কি উত্তৰ পালে? স্বাভাৱিকতে এতিয়া আপোনাৰ মনত প্ৰশ্ন উত্থাপন হয়, কাণ নোহোৱাকৈ চৰাইবোৰে কেনেকৈ শুনে? আচলতে চৰাইবোৰ বধিৰো নহয়। চৰাইৰ কাণো থাকে।

অৱশ্যে চৰাইৰ কাণ লুকাই আছে আৰু কাৰো চকুত নপৰে। চৰাইৰ দুখন দৃশ্যমান কাণৰ সলনি মূৰৰ দুয়োফালে ফুটা থাকে। এই ফুটা দুটাক কভাৰট বা অৰিকুলাৰ ফিডাৰ বুলি জনা যায়। এই ফুটা দুটা চৰাইৰ পাখিৰে আবৃত। এই ফুটা দুটাৰ মাজত থাকে এটা ডাঙৰ ফানেল আকৃতিৰ নলী। এই ফানেলৰ সহায়ত শব্দবোৰ চৰাইৰ কাণত উপনীত হয়। যাৰ জৰিয়তে শব্দৰ সংকেত তেওঁলোকৰ কাণত উপনীত হয়। এই কাৰণেই চৰাইবোৰে সৰু সৰু শব্দবোৰো শুনিব পাৰে আৰু তাৰ বাবেই সিহঁত সজাগ হৈ পৰে।

Recent News

উভতি ধৰিছে ইংলেণ্ডে, অলি পোপৰ শতক; সোপাঢিলা লৱাৰ অৰ্ডাৰৰ মূল্য ভৰিছে টীম ইণ্ডিয়াই

উভতি ধৰিছে ইংলেণ্ডে, অলি পোপৰ শতক; সোপাঢিলা লৱাৰ অৰ্ডাৰৰ মূল্য ভৰিছে টীম ইণ্ডিয়াই

কাণ নাথাকিলেও চৰাইবোৰে শুনা পায়! কিন্তু কেনেকৈ?

কাণ নাথাকিলেও চৰাইবোৰে শুনা পায়! কিন্তু কেনেকৈ?

দুৰ্নীতিগ্ৰস্ত বিষয়াসকলক সুৰক্ষা প্ৰদান কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী ডিৱাইএফ‌আই-ৰ

দুৰ্নীতিগ্ৰস্ত বিষয়াসকলক সুৰক্ষা প্ৰদান কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী ডিৱাইএফ‌আই-ৰ

হাৰ্ভাৰ্ডৰ বিদেশী ছাত্ৰ-ছাত্ৰীক লক্ষ্য কৰি আদালতৰ কঠোৰ সমালোচনাৰ সন্মুখীন ড’নাল্ড ট্ৰাম্প

হাৰ্ভাৰ্ডৰ বিদেশী ছাত্ৰ-ছাত্ৰীক লক্ষ্য কৰি আদালতৰ কঠোৰ সমালোচনাৰ সন্মুখীন ড’নাল্ড ট্ৰাম্প

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd