• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, August 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পাছপ’ৰ্টৰ নিয়মত বৃহৎ পৰিৱৰ্তন কেন্দ্ৰৰ; জানি লওক কি কি প্ৰয়োজন হ’ব

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 3, 2025 11:05 am
634
VIEWS
Share on FacebookShare on Twitter

পাছপ’ৰ্ট আৱেদন প্ৰক্ৰিয়াত গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ কথা ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে। সংশোধিত পাছপ’ৰ্ট নিয়ম অনুসৰি ২০২৩ চনৰ ১ অক্টোবৰ বা তাৰ পিছত জন্মগ্ৰহণ কৰা ব্যক্তিৰ বাবে জন্ম তাৰিখৰ প্ৰমাণ হিচাপে কেৱল জন্মৰ প্ৰমাণ পত্ৰ দাখিল কৰাটো বাধ্যতামূলক কৰা হৈছে। যোৱা সপ্তাহত জাৰি কৰা এই নিয়ম চৰকাৰী ৰাজপত্ৰত প্ৰকাশ পোৱাৰ পিছত কাৰ্যকৰী হ’ব।

নতুন নিয়ম অনুসৰি ২০২৩ চনৰ ১ অক্টোবৰৰ পিছত জন্ম হোৱা ব্যক্তিৰ বাবে জন্ম আৰু মৃত্যুৰ পঞ্জীয়নভুক্ত পঞ্জীয়ক, পৌৰসভা বা জন্ম আৰু মৃত্যু পঞ্জীয়ন আইন, ১৯৬৯ৰ অধীনত নিযুক্ত অন্য কোনো কৰ্তৃপক্ষই প্ৰদান কৰা জন্মৰ প্ৰমাণপত্ৰহে গ্ৰহণযোগ্য হ’ব।

 কিন্তু ২০২৩ চনৰ ১ অক্টোবৰৰ পূৰ্বে জন্মগ্ৰহণ কৰা আবেদনকাৰীৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহয়। তেওঁলোকে এতিয়াও বিকল্প নথি-পত্ৰ যেনে স্কুল ডিচচাৰ্জ চাৰ্টিফিকেট, স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা ট্ৰেন্সফাৰ চাৰ্টিফিকেট বা স্থায়ী একাউণ্ট নম্বৰ (পেন) কাৰ্ড জমা দিব পাৰিব।

২০২৩ চনৰ ১ অক্টোবৰৰ আগত জন্ম লোৱা ব্যক্তিসকলে তলত উল্লেখ কৰা নথি-পত্ৰসমূহ দাখিল কৰিব পাৰিব: স্কুল লিভিং চাৰ্টিফিকেট, শিক্ষানুষ্ঠানৰ পৰা বদলিৰ প্ৰমাণ পত্ৰ, মেট্ৰিক চাৰ্টিফিকেট, আয়কৰ বিভাগে প্ৰদান কৰা পেন কাৰ্ড, ড্ৰাইভিং লাইচেন্স, নিয়োগ নথিপত্ৰৰ পৰা তথ্য। এই শিথিলকৰণে জন্মৰ প্ৰমাণ পত্ৰ নথকা আবেদনকাৰীৰ বাবে প্ৰক্ৰিয়াটো সহজ কৰি তুলিব।

এই সংশোধনীৰ আন এটা গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হ’ল পাছপ’ৰ্টৰ শেষ পৃষ্ঠাত আৰু আৱাসিক ঠিকনা ছপা কৰা নহ’ব। ইমিগ্ৰেচন কৰ্তৃপক্ষই এতিয়া বাৰক’ড স্কেনৰ জৰিয়তে বাসস্থানৰ তথ্য সংগ্ৰহ কৰিব।

ইয়াৰ উপৰিও একক পিতৃ-মাতৃ বা পৃথক পৰিয়ালৰ শিশুক সহায় কৰিবলৈ পাছপ’ৰ্টৰ শেষ পৃষ্ঠাত পিতৃ-মাতৃৰ নাম আৰু ছপা কৰা নহ’ব। এই পৰিৱৰ্তনে পাছপ’ৰ্ট প্ৰদান প্ৰক্ৰিয়াক অধিক আধুনিক আৰু সহজ কৰি তুলিব, লগতে আবেদনকাৰীৰ গোপনীয়তাও সুৰক্ষিত কৰিব।

এই নিয়মসমূহ চৰকাৰী ৰাজপত্ৰত প্ৰকাশ পোৱাৰ পিছতে কাৰ্যকৰী হ’ব।

Recent News

ইটোৰ পিছত সিটোকৈ বিফল অনলাইন পেমেণ্ট; হঠাৎ ইউপিআই বিপৰ্যয়ত তোলপাৰ সমগ্ৰ দেশ

ইটোৰ পিছত সিটোকৈ বিফল অনলাইন পেমেণ্ট; হঠাৎ ইউপিআই বিপৰ্যয়ত তোলপাৰ সমগ্ৰ দেশ

এই সকল লোকৰ হাৰ্ট এটেকৰ সম্ভাৱনা বেছি! জানক চিকিৎসকৰ পৰামৰ্শ

এই সকল লোকৰ হাৰ্ট এটেকৰ সম্ভাৱনা বেছি! জানক চিকিৎসকৰ পৰামৰ্শ

ননষ্টিক ৰন্ধন সামগ্ৰী কেইদিনমান ব্যৱহাৰ কৰাৰ পাছতে বেয়া হৈ পৰে! এইদৰে ৰাখিলে হৈ থাকিব ভাল

ননষ্টিক ৰন্ধন সামগ্ৰী কেইদিনমান ব্যৱহাৰ কৰাৰ পাছতে বেয়া হৈ পৰে! এইদৰে ৰাখিলে হৈ থাকিব ভাল

১৮ মাহৰ বিবাহ, ভৰণ-পোষণৰ বাবদ মহিলাৰ ১২ কোটি টকাৰ দাবীক নস্যাৎ উচ্চতম ন্যায়ালয়ৰ

১৮ মাহৰ বিবাহ, ভৰণ-পোষণৰ বাবদ মহিলাৰ ১২ কোটি টকাৰ দাবীক নস্যাৎ উচ্চতম ন্যায়ালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd