• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছলমানক আমন্ত্ৰণ কৰাৰ বাবেই কপিলৰ কেফেত গুলীচালনা? ভাইৰেল বিষ্ণোই গেঙৰ অডিঅ’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 9, 2025 11:49 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লক্ষ্য কমেডী কিং তথা অভিনেতা কপিল শৰ্মাৰ কানাডাৰ কেফে। ৯ জুলাই আৰু ৭ আগষ্টত তাত গুলীচালনা কৰা হৈছিল। আগষ্টৰ এই আক্ৰমণৰ দায়িত্ব লৈছে লৰেন্স বিষ্ণোই-গল্ডি ব্ৰাৰ গেঙে।

কিন্তু সমগ্ৰ দেশকে হাঁহিৰে উপচাই দিয়া কপিলৰ লগত কাৰ ইমান শত্ৰুতা? বাৰে বাৰে তেওঁক কিয় টাৰ্গেট কৰা হৈছে? নেপথ্যত আছে ছলমান খানৰ সংযোগ।

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে লৰেন্স বিষ্ণোই গেঙৰ এজন সদস্যৰ এটা অডিঅ’ ক্লিপ (যাৰ সত্যতা নৰ্থইষ্ট নাওৰ দ্বাৰা পৰীক্ষা কৰা হোৱা নাই)। জানিব পৰা মতে সেই অডিঅ’ত থকা কণ্ঠটো বিষ্ণোই গেংৰ সদস্য হেৰী বক্সাৰৰ।

অডিঅ’টোত কোৱা হৈছে, ‘ছলমান খানৰ সৈতে কাম কৰা যিকোনো পৰিচালক, প্ৰযোজক বা শিল্পীকে গুলী কৰা হ’ব। কপিল শৰ্মাৰ কেফেত দুবাৰকৈ আক্ৰমণ কৰা হৈছে। কাৰণ তেওঁ ছলমান খানক তেওঁৰ নেটফ্লিক্স শ্ব’ৰ মুকলি অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছিল।’

ছলমান আৰু কপিল শৰ্মাৰ বন্ধুত্ব নতুন নহয়। আগতে এইগৰাকী বলীউডৰ তাৰকা কপিলৰ জনপ্ৰিয় কমেডী শ্ব’ৰ অন্যতম প্ৰযোজকো আছিল। নেটফ্লিক্সৰ ‘দ্য গ্ৰেট ইণ্ডিয়ান কপিল শ্ব’ৰ প্ৰথম খণ্ডত দেখা গৈছিল ছলমানক।

প্ৰসংগক্ৰমে যোৱা বছৰ ছলমান খানৰ বন্ধু তথা মহাৰাষ্ট্ৰ এন চি পিৰ নেতা বাবা ছিদ্দিকীক গুলীয়াই হত্যা কৰা হৈছিল। সেই ঘটনাৰ দায়িত্ব লৈছিল বিষ্ণুোই গেঙে। এইবাৰ তেওঁলোকে টাৰ্গেট কৰিছে দাবাং খানৰ প্ৰিয় হিচাপে পৰিচিত কপিল শৰ্মাক। অৱশ্যে এই সন্দৰ্ভত এতিয়াও কপিলে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

উল্লেখ্য যে ছলমানে যোধপুৰত কৃষ্ণসাৰ হৰিণ চিকাৰ কৰাৰ অভিযোগ আছে। বিষ্ণোই সম্প্ৰদায়ে কৃষ্ণসাৰ হৰিণক ভগৱান বুলি গণ্য কৰে। আৰু সেই আৱেগক ব্যৱহাৰ কৰি লৰেন্স বিষ্ণোইয়ে ছলমানক কেইবাবাৰো ভাবুকি দিছে। এতিয়া তেওঁ জেলত আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ফেচবুকলৈ ঘূৰি আহিছে এক দশক পুৰণি জনপ্ৰিয় বৈশিষ্ট্য! নষ্টালজিয়া ঘূৰি আহিবনে?

ফেচবুকলৈ ঘূৰি আহিছে এক দশক পুৰণি জনপ্ৰিয় বৈশিষ্ট্য! নষ্টালজিয়া ঘূৰি আহিবনে?

September 7, 2025 6:30 am
ইউনিফাইড ডিষ্ট্ৰিক্ট ইনফৰ্মেশ্যন ছিষ্টেম ফৰ এডুকেশ্যন প্লাছ ২০২৪-২৫ৰ প্ৰতিবেদন ! অসমত হ্ৰাস পাইছে আধাতে বিদ্যালয় ত্যাগৰ হাৰ…  

ইউনিফাইড ডিষ্ট্ৰিক্ট ইনফৰ্মেশ্যন ছিষ্টেম ফৰ এডুকেশ্যন প্লাছ ২০২৪-২৫ৰ প্ৰতিবেদন ! অসমত হ্ৰাস পাইছে আধাতে বিদ্যালয় ত্যাগৰ হাৰ…  

September 6, 2025 9:31 pm
অনুপ্ৰৱেশ-বিদেশী (ৰেহাই) নিৰ্দেশ ২০২৫-ৰ দ্বাৰা বিজেপি দলে অসমৰ বঙালী সমাজকো অপমান কৰাৰ লগতে আঘাত দিয়াটো গৰিহণাৰ যোগ্য : গৌৰৱ গগৈ

অনুপ্ৰৱেশ-বিদেশী (ৰেহাই) নিৰ্দেশ ২০২৫-ৰ দ্বাৰা বিজেপি দলে অসমৰ বঙালী সমাজকো অপমান কৰাৰ লগতে আঘাত দিয়াটো গৰিহণাৰ যোগ্য : গৌৰৱ গগৈ

September 6, 2025 9:25 pm
বিটিআৰ নিৰ্বাচনৰ প্ৰাকক্ষণত ২১ বিধ পৰম্পৰাগত সামগ্ৰীক জি আই টেগ প্ৰদান!

বিটিআৰ নিৰ্বাচনৰ প্ৰাকক্ষণত ২১ বিধ পৰম্পৰাগত সামগ্ৰীক জি আই টেগ প্ৰদান!

September 6, 2025 8:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফেচবুকলৈ ঘূৰি আহিছে এক দশক পুৰণি জনপ্ৰিয় বৈশিষ্ট্য! নষ্টালজিয়া ঘূৰি আহিবনে?

ফেচবুকলৈ ঘূৰি আহিছে এক দশক পুৰণি জনপ্ৰিয় বৈশিষ্ট্য! নষ্টালজিয়া ঘূৰি আহিবনে?

September 7, 2025 6:30 am
ইউনিফাইড ডিষ্ট্ৰিক্ট ইনফৰ্মেশ্যন ছিষ্টেম ফৰ এডুকেশ্যন প্লাছ ২০২৪-২৫ৰ প্ৰতিবেদন ! অসমত হ্ৰাস পাইছে আধাতে বিদ্যালয় ত্যাগৰ হাৰ…  

ইউনিফাইড ডিষ্ট্ৰিক্ট ইনফৰ্মেশ্যন ছিষ্টেম ফৰ এডুকেশ্যন প্লাছ ২০২৪-২৫ৰ প্ৰতিবেদন ! অসমত হ্ৰাস পাইছে আধাতে বিদ্যালয় ত্যাগৰ হাৰ…  

September 6, 2025 9:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd