• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাতৃৰ কোলাত উঠিয়েই স্নাতক ডিগ্ৰী লাভ কৰিলে যোৰহাটৰ বিষ্ণুপ্ৰিয়াই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 22, 2025 1:23 pm
132
VIEWS
Share on FacebookShare on Twitter

যদি ব্যক্তিৰ দৃঢ়তা, আগ্ৰহ আৰু একাগ্ৰতা থাকে তেন্তে শাৰীৰিক বাধা কোনোধৰণে হেঙাৰ হ’ব নোৱাৰে । এই কথা সকলোৰে চকুত আঙুলি দি দেখুৱালে যোৰহাট জিলাৰ মৰিয়নীৰ এগৰাকী দিব্যাংগ ছাত্ৰীয়ে ।

মাকৰ কোলাকে সাৰথি কৰি আগৱাঢ়ি যোৱা ছাত্ৰীগৰাকীৰ শাৰীৰিক উচ্চতা মাত্ৰ ২ ফুট । থিয় হ’ব নোৱাৰে আৰু খোজ কাঢ়িবলৈও সক্ষম নহয় এইগৰাকী ছাত্ৰী । কিন্ত মানসিকভাৱে প্ৰৱল ইচ্ছা শক্তিৰ গৰাকী দিব্যাংগ ছাত্ৰীগৰাকী ।

যোৰহাট মৰিয়নী চেলেংহাট বেলতল জাপিসজীয়া গাঁৱৰ লক্ষী গগৈ আৰু ৰুমী গগৈৰ জ্যেষ্ঠ কন্যা বিষ্ণুপ্ৰিয়া গগৈ শিশুকালৰ পৰাই দিব্যাংগ । কিন্তু শিক্ষাৰ প্ৰতি প্ৰৱল ধাউতি থকা বিষ্ণুপ্ৰিয়াই প্ৰাথমিক বিদ্যালয়ৰ পৰা নিজৰ মেধাৰ পৰিচয় দিছিল । তদুপৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা ।

আনহাতে সদ্যঘোষিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ স্নাতক ডিগ্ৰী লাভ কৰিলে বিষ্ণুপ্ৰিয়াই । সমাজত্বত বিষয়ক সন্মান বিষয় হিচাপে লৈ আমগুৰি মহাবিদ্যালয়ৰ পৰা স্নাতক চূড়ান্ত পৰীক্ষাত বহিছিল বিষ্ণুপ্ৰিয়া ।

অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান বিষ্ণুপ্ৰিয়াই অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ এখন বিদ্যুৎ চালিত হুইল শ্বেয়াৰ আৰু সৰুকৈ হ’লেও এটা কৰ্ম সংস্থাপন বিচাৰি জনাইছে অনুৰোধ আৰু ভৱিষ্যতে শিক্ষক হোৱাৰ সপোন দেখিছে বিষ্ণুপ্ৰিয়াই ।

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

প্ৰতিশোধ ইৰানৰ! ট্ৰাম্পৰ ঘোষণাৰ পিছতে তেল আভিভত ক্ষেপণাস্ত্ৰ আক্ৰমণ তেহৰানৰ

প্ৰতিশোধ ইৰানৰ! ট্ৰাম্পৰ ঘোষণাৰ পিছতে তেল আভিভত ক্ষেপণাস্ত্ৰ আক্ৰমণ তেহৰানৰ

মাতৃৰ কোলাত উঠিয়েই স্নাতক ডিগ্ৰী লাভ কৰিলে যোৰহাটৰ বিষ্ণুপ্ৰিয়াই

মাতৃৰ কোলাত উঠিয়েই স্নাতক ডিগ্ৰী লাভ কৰিলে যোৰহাটৰ বিষ্ণুপ্ৰিয়াই

পেহেলগামৰ আক্ৰমণকাৰীক আশ্ৰয় দি NIA-ৰ জালত দুজন, চিনাক্ত হৈছে তিনি লস্কৰ-ই তৈয়বাৰ সন্ত্ৰাসবাদী

পেহেলগামৰ আক্ৰমণকাৰীক আশ্ৰয় দি NIA-ৰ জালত দুজন, চিনাক্ত হৈছে তিনি লস্কৰ-ই তৈয়বাৰ সন্ত্ৰাসবাদী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd