• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 30, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

১০ উপ-সভাপতি, ৪ সাধাৰণ সম্পাদকক লৈ ৰাজ্যিক বিজেপিৰ নতুন বিষয়ববীয়াৰ নাম ঘোষণা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 19, 2025 4:58 pm
258
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতিবাৰে অসম প্ৰদেশ বিজেপিৰ নতুন ৰাজ্যিক বিষববীয়াৰ নাম ঘোষণা কৰা হৈছে। উপ-সভাপতি পদত ১০জন আৰুসম্পাদক পদৰ বাবে ১০ জনৰ নাম ঘোষণা কৰিছে ৰাজ্যিক বিজেপিয়ে। ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই এক বিবৃতিযোগে এই কথা ৰাজহুৱা কৰে।  

নতুনকৈ নিযুক্ত উপ সভাপতি কেইজন হৈছে- পুলক গোহাঁই, পৰিমল শুক্লবৈদ্য, তপন কুমাৰ গগৈ, ৰেখাৰাণী দাস বড়ো, অপৰাজিতা ভূঞা, মুন স্বৰ্ণকাৰ, অশোক ভট্টৰায়, জুৰি শৰ্মা বৰদলৈ, মনোজ বৰুৱা, ৰত্না সিং।

সেইদৰে সাধাৰণ সম্পাদক পদত ৪গৰাকীক দায়িত্ব দিয়া হৈছে। তেওঁলোক হৈছে- দীপ্লুৰঞ্জন শৰ্মা, পল্লৱ লোচন দাস, ৰিতুপৰ্ণ বৰুৱা আৰু অনুপ বৰ্মন।

আনাহাতে, সম্পাদক পদত ১০জনক নিৰ্বাচিত কৰা হৈছে । তেওঁলোক হৈছে ক্ৰমে – লক্ষ্য কোঁৱৰ, লক্ষী নাথ তাছা, বিস্মিতা গগৈ, মনালিছা কোচ, অভিজিৎ‍ কুমাৰ নাথ, ৰাতুল শৰ্মা, মহেশ দেউৰী, সিধাংকু অংকুৰ বৰুৱা, নৱাৰুণ বুঢ়াগোহাঁই আৰু  বিতোপন দলে।

ৰাজকুমাৰ শৰ্মাক কোষাধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা হৈছে। যুটীয়া কোষাধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা হৈছে নাৰায়ণ ডেকাক।

গুৱাহাটী কাৰ্যালয়ৰ দায়িত্ব প্ৰদান কৰা হৈছে সুশান্ত বিশ্বাসক। ছ’চিয়েল মিডিয়াৰ ভাৰপ্রাপ্ত দায়িত্ব দিয়া হৈছে বিশ্বজিৎ‍ খাউণ্ডক। ডাঃ মৃগাংক তালুকদাৰক প্ৰদান কৰা হৈছে আই টিৰ ভাৰপ্রাপ্ত দায়িত্ব । 

দলৰ মুখ্য মুখপাত্রৰ দায়িত্ব দিয়া হৈছে কিশোৰ উপাধ্যায়ক। মিডিয়া আহ্বায়কৰ দায়িত্ব দিয়া হৈছে ৰূপম গোস্বামীক। অনিৰ্বাণ গোস্বামীক প্ৰদান কৰা হৈছে কাৰ্যালয়ৰ ভাৰপ্রাপ্ত দায়িত্ব।

Recent News

ইউনিচেফ-য়ুৱাহৰ উদ্যোগত আয়োজিত ৰাষ্ট্ৰীয় যুৱ জলবায়ু সংঘৰ প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ অসমৰ অংকিতা শৰ্মা বৰদলৈৰ

ইউনিচেফ-য়ুৱাহৰ উদ্যোগত আয়োজিত ৰাষ্ট্ৰীয় যুৱ জলবায়ু সংঘৰ প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ অসমৰ অংকিতা শৰ্মা বৰদলৈৰ

অসম, অৰুণাচল, নাগালেণ্ড আৰু মিজোৰামৰ বন ধ্বংসৰ বাবে উচ্চস্তৰীয় কমিটী গঠনৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

অসম, অৰুণাচল, নাগালেণ্ড আৰু মিজোৰামৰ বন ধ্বংসৰ বাবে উচ্চস্তৰীয় কমিটী গঠনৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

অৰ্ধ উলংগ হৈ নাবালক ছাত্ৰলৈ ভিডিঅ’ কল শিক্ষয়িত্ৰীৰ! অভিভাৱকৰ অভিযোগত গ্ৰেপ্তাৰ

অৰ্ধ উলংগ হৈ নাবালক ছাত্ৰলৈ ভিডিঅ’ কল শিক্ষয়িত্ৰীৰ! অভিভাৱকৰ অভিযোগত গ্ৰেপ্তাৰ

প্ৰধানমন্ত্ৰী মোদীক উচিত প্ৰত্যুত্তৰ গৌৰৱ গগৈৰ

প্ৰধানমন্ত্ৰী মোদীক উচিত প্ৰত্যুত্তৰ গৌৰৱ গগৈৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd