• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চাকৰিৰ পৰা লোৱা নাই অব্যাহতি : চামগুৰিত গাঁও পঞ্চায়তত বিজেপি প্ৰাৰ্থীৰ মনোনয়নক লৈ ৰহস্য

বিদ্যুৎ জ্যোতি বৰা by বিদ্যুৎ জ্যোতি বৰা
November 17, 2018 8:49 am
Untitled-1 copy (11)

চাকৰিৰ পৰা অব্যাহতি নোলোৱাকৈ পঞ্চায়তত মনোননয়ন দিয়া বিজেপি প্ৰাৰ্থী মনিকা দাস হাজৰিকা। ফটো : নৰ্থইষ্ট নাও

512
VIEWS
Share on FacebookShare on Twitter

নগাঁও জিলাৰ চামগুৰি বিধান সভা সমষ্টিৰ অন্তৰ্গত চামগুৰিৰ ভেলেউগুৰি পঞ্চায়তৰ বিজেপি সভাপতি পদৰ প্ৰাৰ্থী মনিকা দাস হাজৰিকাৰ মনোনয়ন পত্ৰ দাখিলক কেন্দ্ৰ কৰি ৰহস্যময় পৰিস্থিতিৰ সৃষ্টি হৈছে।

প্ৰাৰ্থী গৰাকীৰ মনোনয়ন পত্ৰ পৰীক্ষণৰ সময়তে চামগুৰি সমষ্টিৰ অগপৰ সভাপতি ভৰত দাসে নিৰ্বাচনী বিষয়াক অভিযোগ দাখিল কৰাত সকলো তথ্য পোহৰলৈ আহে।

জানিব পৰা মতে, চামগুৰি বৰালী গাঁও নিবাসী তথা ৰূপহী সংহত শিশু উন্নয়ন প্ৰকল্পৰ কাৰ্যালয়ৰ অধীনৰ হাঁহচৰা অংগনৱাড়ী কৰ্মীৰ চাকৰিত নিযুক্ত হৈ থকা বিজেপিৰ প্ৰাৰ্থী মনিকাই কালি মনোনয়ন পত্ৰ দাখিলৰ সময়ত চৰকাৰী চাকৰিৰ পৰা ছুটি বা স্ব- ইচ্ছাই অব্যাহতি পত্ৰ দাখিল কৰা নাছিল।

শুকুৰবাৰে মনোনয়ন পত্ৰ পৰীক্ষণৰ সময়তে এই তথ্য প্ৰকাশ পোৱাৰ পাছত অগপ আৰু কংগ্ৰেছেও এই অভিযোগ দিয়াত বিবুদ্ধিত পৰিছে নগাওঁ জিলাৰ নিৰ্বাচনী বিষয়া আৰু নিৰীক্ষণৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত জয়ন্ত কুমাৰ বৰা।

দল দুটাই মনোনয়ন নাকচৰ বাবে দাবী জনাইছে যদিও নিৰ্বাচনী বিষয়াই দুঘন্টাৰ সময়ৰ ভিতৰত তথ্য দাখিলৰ নিৰ্দেশ দিয়াৰ পাছতো কোনো ধৰণৰ  তথ্য প্ৰকাশ কৰিব নোৱাৰিলে বিজেপি প্ৰাৰ্থী গৰাকীয়ে।

এই সন্দৰ্ভত মনোনয়ন পত্ৰখন নিৰীক্ষণৰ বিষয়টোত অধিক ৰহস্য ঘনীভূত হৈ পৰিছে বুলি জানিব পৰা গৈছে। ।

Recent News

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd