• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সভাপতি পদৰ বাবে ৰাজেন গোহাঁই-ৰূপক শৰ্মাৰ মাজত তুমুল প্ৰতিদ্বন্দ্বিতা

এন ই নাও নিউজ by এন ই নাও নিউজ
August 29, 2019 9:55 am
Rupak Sharma and Rajen gohain

ৰাজেন গোহাঁই আৰু ৰূপক শৰ্মা

9.5k
VIEWS
Share on FacebookShare on Twitter

নগঁও লোকসভা সমষ্টিৰ টিকট বিচাৰি বিজেপিৰ দুই নেতা ৰাজেন গোহাঁই আৰু ৰূপক শৰ্মাৰ মাজত তুমুল প্ৰতিদ্বন্দ্বিতা চলাৰ পাছত এইবাৰে নগাঁও ক্ৰীড়া সন্থাৰ সভাপতি পদৰ বাবে দুয়োগৰাকী নেতাৰ মাজত প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনাই দেখা দিছে।

ইতিমধ্যে ক্ৰীড়া সন্থাৰ সভাপতি পদৰ বাবে বুধবাৰে নগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই আৰু বৃহস্পতিবাৰে ৰাজেন গোহাঁয়ে মনোনয়ন পত্ৰ দাখিল কৰে।

উল্লেখযোগ্য যে, ২০১৭ বৰ্ষত নগাঁও ক্ৰীড়া সন্থাৰ সভাপতি পদৰ পৰ ৰকিবুল হুছেইনে পদত্যাগ কৰাৰ পাছত তেতিয়াৰে পৰা সভাপতি পদত অধিষ্ঠি হৈ আছিল ৰাজেন গোহাঁয়।

আনহাতে, ৰূপক শৰ্মাই সন্থাৰ উপ-সভাপতি হিচাপে কাৰ্য্য নিৰ্বাহ কৰি আছিল।

নগাঁও ক্ৰীড়া সন্থাৰ নতুন সমিতি গঠনৰ বাবে ১ ছেপ্তেম্বৰত নিৰ্বাচন অনুষ্ঠিত কৰা হ’ব।

নগাঁও ক্ৰীড়া সন্থাৰ সভাপতি পদৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰাৰ পাছত দুয়োগৰাকী প্ৰভাৱশালী নেতাই সংবাদ মাধ্যমৰ আগত ভিন্ন ধৰণে নিজৰ নিজৰ মতামত দাঙি ধৰে।

লোকসভা নিৰ্বাচনৰ সময়ৰ পৰা ৰূপক শৰ্মা আৰু ৰাজেন গোহাঁইৰ মাজত চলি থকা প্ৰতিদ্বন্দ্বিতাখনে ১ ছেপ্তম্বৰৰ পূৰ্বে আৰু অধিক গতি লাভ কৰিব বুলি সৰ্বত্ৰে চৰ্চা লাভ কৰিছে।

Recent News

NBA Raising Star Leuge: ভাৰতীয় দলত স্থান লাভ অসমৰ জীয়ৰী ৰুমী কোঁৱৰ

NBA Raising Star Leuge: ভাৰতীয় দলত স্থান লাভ অসমৰ জীয়ৰী ৰুমী কোঁৱৰ

কৃত্ৰিম বানৰ কবলত শিৱসাগৰত: জলমগ্ন ঐতিহাসিক ৰংঘৰ চৌহদো

কৃত্ৰিম বানৰ কবলত শিৱসাগৰত: জলমগ্ন ঐতিহাসিক ৰংঘৰ চৌহদো

লামডিং–বদৰপুৰ ৰে’লপথত ভূমিস্খলনৰ বাবে যাত্ৰাত ব্যাঘাত! এনএইচএআইৰ তদন্ত আৰম্ভ

লামডিং–বদৰপুৰ ৰে’লপথত ভূমিস্খলনৰ বাবে যাত্ৰাত ব্যাঘাত! এনএইচএআইৰ তদন্ত আৰম্ভ

আদানী, আম্বানী, ৰামদেৱ আদিৰ দৰে পুঁজিপতি গোষ্ঠীক এই মাটি হস্তান্তৰ কৰিব নোৱাৰিব : ৰাজ্যপালক স্মাৰক পত্ৰ আম আদমী পাৰ্টিৰ

আদানী, আম্বানী, ৰামদেৱ আদিৰ দৰে পুঁজিপতি গোষ্ঠীক এই মাটি হস্তান্তৰ কৰিব নোৱাৰিব : ৰাজ্যপালক স্মাৰক পত্ৰ আম আদমী পাৰ্টিৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd