• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মোহভংগ! বিপিএফ এৰি বিজেপিলৈ যোৱা নেতা-কৰ্মীৰ পুনৰ বিপিএফলৈ প্ৰত্যাৱৰ্তন

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
March 26, 2021 2:25 pm
BPF Maheswar Basumatary

তামুলপুৰত বিপিএফৰ যোগদান সভা। ফটো: নৰ্থইষ্ট নাও।

643
VIEWS
Share on FacebookShare on Twitter

নিৰ্বাচনী পৰিস্থিতিত সঘনাই পাট পৰিৱৰ্তন হৈছে তামুলপুৰৰ ৰাজনৈতিক প্ৰেক্ষাপট। সমাগত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণলৈ মাজত মাথোঁ কেইটামান দিন বাকী থকা অৱস্থাত ৫৮ নং তামুলপুৰ বিধানসভা সমষ্টিৰ ৰাজনৈতিক পৰিবেশ আকৰ্ষণীয় হৈ উঠিছে।

ইয়াৰ মাজতেই বৃহস্পতিবাৰে নিশা তামুলপুৰত কেইবাজনো বিজেপি নেতাই আনুষ্ঠানিকভাৱে বিপিএফ দলত যোগদান কৰে।

বিপিএফ ত্যাগ কৰি বিটিচি নিৰ্বাচনৰ পূৰ্বে এই সকল নেতা-কৰ্মীয়ে বিজেপি দললৈ গৈছিল যদিও বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে পুনৰ বিপিএফ দললৈ প্ৰত্যাৱৰ্তন কৰা কথাটোৱে নিৰ্বাচনী পৰিস্থিতিত বিশেষ তাৎপৰ্য বহন কৰিছে।

তামুলপুৰ জিলা বিপিএফৰ কাৰ্যালয়ত অনুষ্ঠিত এখন সভাত  বৃহস্পতিবাৰে নিশা  বিজেপি নেতা সুভাষ বসুমতাৰী, অভিজিত দাস দেউৰী, অনিৰুদ্ধ কলিতা আদিকে ধৰি কেইবাজনো বিজেপি নেতা আৰু অন্য দলৰ পৰা অহা নেতা-কৰ্মী সহ মুঠ ১৬গৰাকীয়ে বিপিএফ দলত যোগদান কৰে।

আটাইকেইজনকে বিপিএফ দললৈ উষ্ম আদৰণি জনাই তেওঁলোকক ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

বিপিএফ নেতা খামফা ব্ৰহ্মৰ সঞ্চালনাত অনুষ্ঠিত যোগদান অনুষ্ঠানটোৰ আঁত ধৰে বিপিএফ নেতা কানু কলিতাই।

অনুষ্ঠানত তামুলপুৰ বিধানসভা সমষ্টিৰ বিপিএফ দলৰ মনোনীত আৰু কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটৰ সমৰ্থিত প্ৰাৰ্থী ৰংজা খুঙগুৰ বসুমতাৰী, বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰী,শৰণীয়া কছাৰী উন্নয়ন পৰিষদৰ প্ৰাক্তন অধ্যক্ষ দীপক ডেকা ,যুৱ বিপিএফ নেতা বলেন বড়ো, মদাইগিৰি বড়োকে আদিকে ধৰি কেইবাজনো নেতা-কৰ্মী এই যোগদান সভাত উপস্থিত থাকে।

Tags: Assam Election

Recent News

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd