• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

স্বৰ্ণ পদক বিজয়ী বক্সাৰ যমুনা বড়োক এক বিঘা মাটি প্ৰদান বিধায়কৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 28, 2019 12:18 pm
Assam Boxer Jamuna Bodo

বক্সাৰ যমুনা বড়ো।ইন্টাৰনেটৰ পৰা সংগৃহীত

2k
VIEWS
Share on FacebookShare on Twitter

সদ্য সমাপ্ত দ্বিতীয় ইণ্ডিয়া অ’পেন আন্তঃৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাত স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হোৱা অসম কন্যা যমুনা বড়োক সোমবাৰে গৃহভূমি ঢেকীয়াজুলিত আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনায় স্থানীয় বিধায়ক অশোক সিংঘালে।

বক্সাৰ গৰাকীয়ে ভাৰতৰ হৈ পদক অৰ্জন কৰাটো অসমৰৰ বাবে তথা ঢেকীয়াজুলিবাসীৰ বাবে অতিকৈ গৌৰৱৰ বিষয় বুলি উল্লেখ কৰে। যমুনাৰ প্ৰদৰ্শনত সন্তুষ্টি প্ৰকাশ কৰি বিধায়ক সিংঘালে বক্সাৰ গৰাকীক এক বিঘা মাটি প্ৰদান কৰে।

উল্লেখ্য যে গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈ যোৱা আন্তঃৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাখনত অসমৰ যমুনা বড়োৱে মহিলাৰ ৫৪ কেজি শাখাত সন্ধ্যাৰাণীক ৫-০ ব্যৱধানত পৰাস্ত কৰি সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল।

উল্লেখযোগ্য যে যমুনাই ইতিমধ্যে বক্সিংঙত ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ প্ৰতিভাৰ উমান দাঙি ধৰি বিভিন্ন সফলতা লাভ কৰিবলৈ সক্ষম হৈছে।

Recent News

দিছপুৰত অগপৰ গুৰুত্বপূৰ্ণ বৈঠক: বিদ্ৰোহৰ মাজত বিজেপিৰ সৈতে মিত্ৰতাৰ প্ৰসঙ্গত চৰ্চা

দিছপুৰত অগপৰ গুৰুত্বপূৰ্ণ বৈঠক: বিদ্ৰোহৰ মাজত বিজেপিৰ সৈতে মিত্ৰতাৰ প্ৰসঙ্গত চৰ্চা

অভিনেত্ৰীৰ বাহনৰ খুন্দাত গুৱাহাটীত গুৰুতৰভাৱে আহত যুৱক; ভুক্তভোগীৰ অৱস্থা সংকটজনক

অভিনেত্ৰীৰ বাহনৰ খুন্দাত গুৱাহাটীত গুৰুতৰভাৱে আহত যুৱক; ভুক্তভোগীৰ অৱস্থা সংকটজনক

শ্ৰীৰামপুৰত জিএছটি পৰীক্ষণৰ নামত আৱদ্ধ হৈ আছে শতাধিক ট্ৰাক! চালকৰ-হেণ্ডিমেন উত্তপ্ত প্ৰতিবাদ

শ্ৰীৰামপুৰত জিএছটি পৰীক্ষণৰ নামত আৱদ্ধ হৈ আছে শতাধিক ট্ৰাক! চালকৰ-হেণ্ডিমেন উত্তপ্ত প্ৰতিবাদ

দেশত গুৰুতৰ হৈ পাৰিছে ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্যৰ অৱনতি! উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিলে ১৫টা গুৰুত্বপূৰ্ণ নিৰ্দেশনা

দেশত গুৰুতৰ হৈ পাৰিছে ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্যৰ অৱনতি! উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিলে ১৫টা গুৰুত্বপূৰ্ণ নিৰ্দেশনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd