• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হিন্দু বাংলাদেশীক ‘নিমন্ত্ৰণ’ বিজেপি নেতাৰ!

চাউথ এছিয়ান মনিটৰ-ত এই মন্তব্য পশ্চিম বংগ বিজেপিৰ শীৰ্ষ নেতা দিলীপ ঘোষৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 20, 2018 6:39 pm
BJP

বিজেপিৰ প্ৰতীক। ফাইল ছবি।

267
VIEWS
Share on FacebookShare on Twitter

অসমবাসীৰ দুঃচিন্তাৰ বোজা বঢ়াই বাংলাদেশী হিন্দুক ‘নিমন্ত্ৰণ’ৰ দলীয় কাৰ্য্যসূচী ঘোষণা কৰিছে বিজেপিৰ এজন নেতাই।

উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত এন আৰ চিৰ উন্নীতকৰণে অসমক বিদেশীমুক্ত কৰাৰ আশা আৰু বিজেপি উত্থাপিত নাগৰিকত্ব বিধেয়কে বিদেশীক আদৰাৰ আশংকাৰ মাজতে দলৰ এই কাৰ্য্যসূচীৰ কথা সদৰী কৰিছে পশ্চিম বংগ বিজেপিৰ সভাপতি দিলীপ ঘোষে।

এন আৰ চি আৰু নাগৰিকত্ব বিধেয়ক সন্দৰ্ভত মত প্ৰকাশ কৰি চাউথ এছিয়ান মনিটৰ-ত এই কথা ঘোষণা কৰিছে পশ্চিম বংগ বিজেপিৰ শীৰ্ষ নেতাজনে।

‘সংখ্যালঘু বাংলাদেশী হিন্দুক প্ৰব্ৰজন আৰু ভাৰতীয় নাগৰিকত্ব গ্ৰহণ কৰাৰ বাবে ‘নিমন্ত্ৰণ’ও বিজেপিৰ ৰাজনৈতিক কাৰ্য্যসূচীৰ অন্তৰ্গত,’ ঘোষৰ উদ্ধৃতিৰে চাউথ এছিয়ান মনিটৰ-এ বৃহস্পতিবাৰে প্ৰকাশ কৰা বাতৰিত প্ৰকাশ।

বিজেপি নেতাজনে নিউজ প’ৰ্টেলটোক লগতে জনাই যে ‘এই মাহৰ শেষভাগৰ পৰাই পশ্চিমবংগজুৰি’ এন আৰ চি আৰু নাগৰিকত্ব বিধেয়ক সন্দৰ্ভত ‘বুজাই দিবলৈ’ দলে ‘৫লাখ গোহাৰি’ বিতৰণ কৰিব।

বিজেপিৰ শীৰ্ষতম নেতা অমিত শ্বাহে অসমৰ লগতে দেশৰ আন ৰাজ্যত এন আৰ চি উন্নীতকৰণৰ কৃতিত্ব দাবী কৰি আহিছে। দেশৰ গৃহ মন্ত্ৰী ৰাজনাথ সিং আৰু অসম চৰকাৰে কোনো ভাৰতীয় এন আৰ চিৰ পৰা বাদ পৰিব লগা নহয় বুলি আশ্বাস প্ৰদান কৰি আহিছে। আকৌ শেহতীয়াকৈ বাংলাদেশলৈ গৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এন আৰ চিৰ পিছত বাংলাদেশলৈ কোনো বিদেশী বিতাৰণ কৰা নহয় বুলি আশ্বাস প্ৰদান কৰা বুলি বাতৰি প্ৰকাশিত হৈছে।

আনহাতে এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ পিছতে নাগৰিকত্ব বিধেয়ক সন্দৰ্ভত স্থিতি স্পষ্ট কৰিব বুলি অসমবাসীক প্ৰতিশ্ৰুতি দিয়া মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যিক বিজেপি যোৱা দুমাহে নিমাত হৈ আছে।

তেনে সময়ত পশ্চিম বংগত দলৰ শীৰ্ষ নেতা এজনৰ এই ঘোষণাই বিদেশী আৰু নাগৰিকত্বৰ বিষয়টোক লৈ বিজেপিয়ে বিভ্ৰান্তিকৰ আৰু বিভাজনমূলক ৰাজনীতি কৰিব খোজাতোলৈকে আঙুলিয়াইছে নেকি?

Recent News

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

কৰ্ণেল ছ’ফিয়া কুৰেশ্বীক ‘পাকিস্তানীৰ ভগ্নী’ আখ্যা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ!

কৰ্ণেল ছ’ফিয়া কুৰেশ্বীক ‘পাকিস্তানীৰ ভগ্নী’ আখ্যা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd