• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্রতিবাদৰ বাবে আন্দোলনকাৰীৰ ৰাজপথ দখল কৰিব এইবাৰ শাসনাধীষ্ঠ বিজেপিয়ে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 31, 2019 3:57 pm
BJP-Protest
1.1k
VIEWS
Share on FacebookShare on Twitter

আন্দোলনকাৰীসকলৰ প্ৰতি আন এক প্ৰত্যাহ্বান জনাইছে ৰাজ্যিক বিজেপিয়ে। কিয়নো অতদিনে বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদকাৰীসকলে ব্যৱহাৰ কৰি অহা ৰাজপথ দখল কৰিব শাসনাধীষ্ঠ দল বিজেপিয়ে। ইয়াৰ বাবে কাইলৈ বিজেপিৰ প্ৰত্যেকখন জিলা সমিতিয়ে বাহিৰ কৰিব ‘প্ৰতিবাদী সমদল’।

তিনিচুকীয়াত কালি সংঘটিত হোৱা ঘটনাৰ বাবেই বিজেপিৰ ৩৯ খন জিলা সমিতিয়ে প্ৰত্যেক জিলাতে প্ৰতিবাদী সমদল বাহিৰ কৰিব বুলি আজি এক সংবাদমেলযোগে জানিবলৈ দিয়ে ৰাজ্যিক বিজেপিৰ উপ-সভাপতি ড০ প্ৰদীপ ঠাকুৰীয়াই।

উল্লেখ্য যে, কালি তিনিচুকীয়া জিলা বিজেপিৰ লক্ষেশ্বৰ মৰাণ আৰু ভাজপা কিষাণ মৰ্চাৰ সাধাৰণ সম্পাদ ত্ৰৈলোক্য শইকীয়াক একাংশ আন্দোলনকাৰীয়ে খেদি খেদি প্ৰহাৰ কৰা কাৰ্য্যক তীব্ৰ ভাষাৰে গৰিহনা দিয়ে ৰাজ্যিক বিজেপিয়ে।

‘’কালি আন্দোলনকাৰীসকলে গণতান্ত্ৰিক প্ৰতিবাদৰ নামত এক অগণতান্ত্ৰিক পন্থা আৰু গুণ্ডাগিৰিৰ আশ্ৰয় লৈছে। উক্ত ঘৃণনীয় কাৰ্য্যক ৰাজ্যিক সমিতিয়ে তীব্ৰ ভাষাৰে গৰিহনা দিছো।‘’ সংবাদমেলত এইদৰে কয় ড০ ঠাকুৰীয়াই।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে, তিনিচুকীয়াৰ ঘটনাৰ সৈতে জড়িত আছুৰ সাংগঠনিক সম্পাদক ৰাণা গোহাঁই, সদস্য ক্ৰমে ৰিতুপন দহোতীয়া আৰু দীপাংকৰ গোহাঁইক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

তদুপৰি, উক্ত ঘটনাৰ সৈতে জড়িত সকলোকে দৃষ্টান্তমূলক শাস্তিৰ দাবী তোলে ৰাজ্যিক বিজেপিৰ উপ-সভাপতিগৰাকীয়ে। লগতে জিলা প্ৰশাসন তথা আৰক্ষী প্ৰশাসনক এনে ঘটনাৰ পুনৰাবৃত্তি নহ’বৰ বাবে চোকা নজৰ ৰখাৰ লগতে তৎকালীন পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈয়ো দাবী জনায়।

কাইলৈ প্ৰতিবাদী সমদলৰ অন্তত জিলা বিজেপি সমিতিসমূহে উপায়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্য মন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিব।

Recent News

ইংলিচ চেনেলৰ পৰা এভাৰেষ্টলৈ : ৮ মাহত ১৩,০০০ কিঃমিঃ পথ অতিক্ৰম মেৰিন কামাণ্ডাৰৰ

ইংলিচ চেনেলৰ পৰা এভাৰেষ্টলৈ : ৮ মাহত ১৩,০০০ কিঃমিঃ পথ অতিক্ৰম মেৰিন কামাণ্ডাৰৰ

১০ মিনিটৰ বাবে আসনত নাছিল কোনো পাইলট, মাজ আকাশত সংকটত ২০০ যাত্ৰী, শেষত কি হ’ল?

১০ মিনিটৰ বাবে আসনত নাছিল কোনো পাইলট, মাজ আকাশত সংকটত ২০০ যাত্ৰী, শেষত কি হ’ল?

পাকিস্তানৰ প্ৰতিৰক্ষা বাজেটৰ ওপৰত সন্দেহ! আইএমএফৰ কঠোৰ চৰ্ত আৰোপ

পাকিস্তানৰ প্ৰতিৰক্ষা বাজেটৰ ওপৰত সন্দেহ! আইএমএফৰ কঠোৰ চৰ্ত আৰোপ

NIAৰ জালত মণিপুৰৰ হিংসাত্মক কাণ্ডৰ সৈতে জড়িত নিষিদ্ধ সংগঠনৰ সদস্য

NIAৰ জালত মণিপুৰৰ হিংসাত্মক কাণ্ডৰ সৈতে জড়িত নিষিদ্ধ সংগঠনৰ সদস্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd