• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্রতিবাদৰ বাবে আন্দোলনকাৰীৰ ৰাজপথ দখল কৰিব এইবাৰ শাসনাধীষ্ঠ বিজেপিয়ে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 31, 2019 3:57 pm
BJP-Protest
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আন্দোলনকাৰীসকলৰ প্ৰতি আন এক প্ৰত্যাহ্বান জনাইছে ৰাজ্যিক বিজেপিয়ে। কিয়নো অতদিনে বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদকাৰীসকলে ব্যৱহাৰ কৰি অহা ৰাজপথ দখল কৰিব শাসনাধীষ্ঠ দল বিজেপিয়ে। ইয়াৰ বাবে কাইলৈ বিজেপিৰ প্ৰত্যেকখন জিলা সমিতিয়ে বাহিৰ কৰিব ‘প্ৰতিবাদী সমদল’।

তিনিচুকীয়াত কালি সংঘটিত হোৱা ঘটনাৰ বাবেই বিজেপিৰ ৩৯ খন জিলা সমিতিয়ে প্ৰত্যেক জিলাতে প্ৰতিবাদী সমদল বাহিৰ কৰিব বুলি আজি এক সংবাদমেলযোগে জানিবলৈ দিয়ে ৰাজ্যিক বিজেপিৰ উপ-সভাপতি ড০ প্ৰদীপ ঠাকুৰীয়াই।

Apply Now

উল্লেখ্য যে, কালি তিনিচুকীয়া জিলা বিজেপিৰ লক্ষেশ্বৰ মৰাণ আৰু ভাজপা কিষাণ মৰ্চাৰ সাধাৰণ সম্পাদ ত্ৰৈলোক্য শইকীয়াক একাংশ আন্দোলনকাৰীয়ে খেদি খেদি প্ৰহাৰ কৰা কাৰ্য্যক তীব্ৰ ভাষাৰে গৰিহনা দিয়ে ৰাজ্যিক বিজেপিয়ে।

‘’কালি আন্দোলনকাৰীসকলে গণতান্ত্ৰিক প্ৰতিবাদৰ নামত এক অগণতান্ত্ৰিক পন্থা আৰু গুণ্ডাগিৰিৰ আশ্ৰয় লৈছে। উক্ত ঘৃণনীয় কাৰ্য্যক ৰাজ্যিক সমিতিয়ে তীব্ৰ ভাষাৰে গৰিহনা দিছো।‘’ সংবাদমেলত এইদৰে কয় ড০ ঠাকুৰীয়াই।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে, তিনিচুকীয়াৰ ঘটনাৰ সৈতে জড়িত আছুৰ সাংগঠনিক সম্পাদক ৰাণা গোহাঁই, সদস্য ক্ৰমে ৰিতুপন দহোতীয়া আৰু দীপাংকৰ গোহাঁইক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

তদুপৰি, উক্ত ঘটনাৰ সৈতে জড়িত সকলোকে দৃষ্টান্তমূলক শাস্তিৰ দাবী তোলে ৰাজ্যিক বিজেপিৰ উপ-সভাপতিগৰাকীয়ে। লগতে জিলা প্ৰশাসন তথা আৰক্ষী প্ৰশাসনক এনে ঘটনাৰ পুনৰাবৃত্তি নহ’বৰ বাবে চোকা নজৰ ৰখাৰ লগতে তৎকালীন পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈয়ো দাবী জনায়।

কাইলৈ প্ৰতিবাদী সমদলৰ অন্তত জিলা বিজেপি সমিতিসমূহে উপায়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্য মন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিব।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ৰাজ্যৰ বিদ্যালয়সমূহত খালী হৈ আছে ৩০ হাজাৰ শিক্ষকৰ পদ; বিধানসভাত জনালে শিক্ষামন্ত্ৰী ৰাণোজ পেগুৱে

ৰাজ্যৰ বিদ্যালয়সমূহত খালী হৈ আছে ৩০ হাজাৰ শিক্ষকৰ পদ; বিধানসভাত জনালে শিক্ষামন্ত্ৰী ৰাণোজ পেগুৱে

July 9, 2026 5:21 pm
গ্ৰেপ্তাৰৰ মেমোত ‘টাইপো’ থাকিলেই জামিন ন্যায্য নেকি? সোণমৰ গোচৰত ডাঙৰ সিদ্ধান্তৰ পথত উচ্চতম ন্যায়ালয়

গ্ৰেপ্তাৰৰ মেমোত ‘টাইপো’ থাকিলেই জামিন ন্যায্য নেকি? সোণমৰ গোচৰত ডাঙৰ সিদ্ধান্তৰ পথত উচ্চতম ন্যায়ালয়

July 9, 2026 4:26 pm
ভাৰতত মুকলি হ’ল বিশ্বৰ প্ৰথমটো সাপ্তাহিক ইনচুলিন: এতিয়াৰে পৰা বছৰত ৩৬৫ টাৰ সলনি ল’ব লাগিব মাত্ৰ ৫২ টা বেজী

ভাৰতত মুকলি হ’ল বিশ্বৰ প্ৰথমটো সাপ্তাহিক ইনচুলিন: এতিয়াৰে পৰা বছৰত ৩৬৫ টাৰ সলনি ল’ব লাগিব মাত্ৰ ৫২ টা বেজী

July 9, 2026 3:53 pm
পত্নীক হত্যা কৰি প্ৰেমিকালৈ পঠিয়ালে মৃতদেহৰ ফটো; আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতীয় অভিযন্তা

পত্নীক হত্যা কৰি প্ৰেমিকালৈ পঠিয়ালে মৃতদেহৰ ফটো; আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতীয় অভিযন্তা

July 9, 2026 3:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজ্যৰ বিদ্যালয়সমূহত খালী হৈ আছে ৩০ হাজাৰ শিক্ষকৰ পদ; বিধানসভাত জনালে শিক্ষামন্ত্ৰী ৰাণোজ পেগুৱে

ৰাজ্যৰ বিদ্যালয়সমূহত খালী হৈ আছে ৩০ হাজাৰ শিক্ষকৰ পদ; বিধানসভাত জনালে শিক্ষামন্ত্ৰী ৰাণোজ পেগুৱে

July 9, 2026 5:21 pm
গ্ৰেপ্তাৰৰ মেমোত ‘টাইপো’ থাকিলেই জামিন ন্যায্য নেকি? সোণমৰ গোচৰত ডাঙৰ সিদ্ধান্তৰ পথত উচ্চতম ন্যায়ালয়

গ্ৰেপ্তাৰৰ মেমোত ‘টাইপো’ থাকিলেই জামিন ন্যায্য নেকি? সোণমৰ গোচৰত ডাঙৰ সিদ্ধান্তৰ পথত উচ্চতম ন্যায়ালয়

July 9, 2026 4:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd